• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীৰ প্ৰগতি এডুটেকৰ উদ্যোগত বিচিপিএলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত ৭৫ ‎যুৱক-যুৱতীৰ মাজত নিযুক্তিপত্ৰ বিতৰণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 4:22 pm
410
VIEWS
Share on FacebookShare on Twitter

ডিব্ৰুগড়স্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড চমুকৈ বিচিপিএলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত গুৱাহাটীৰ চিৰিয়াখানা পথস্থিত প্ৰগতি এডুটেকত ‘ট্যুৰিজিম এণ্ড হস্পিটেলিটি মেনেজমেন্ট’ৰ বিনামূলীয়া প্ৰশিক্ষণ সামৰা মুঠ ৭৫ গৰাকী নিবনুৱা যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ।

প্ৰগতি এডুটেকত আজি আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিচিপিএলৰ পৰিচালন সঞ্চালক ৰিপ হাজৰিকাই প্ৰশিক্ষণপ্ৰাপ্ত এই ৭৫ গৰাকী যুৱক-যুৱতীক আন্তৰ্জাতিক মানদণ্ডৰ পঞ্চতাৰকাযুক্ত প্ৰতিষ্ঠান তাজ, হায়ট, লা-মেৰিডিয়ান, চেৰাটন আদিৰ বিপৰীতে নিযুক্তি-পত্ৰ প্ৰদান কৰে । প্ৰগতি এডুটেকৰ অন্যতম সঞ্চালক সুজয় বৰুৱাই আঁত ধৰা এই  অনুষ্ঠানত নিযুক্তি-পত্ৰ লাভ কৰা যুৱক-যুৱতীসকলৰ উজ্বল ভৱিষ্যতৰ কামনা কৰি দিয়া ভাষণত বিচিপিএলৰ পৰিচালন সঞ্চালকগৰাকীয়ে এনে কাৰ্যসূচীয়ে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্রেণীটোৰ আৰ্থ-সামাজিক দিশত যুগাত্মক প্ৰভাৱ পেলাব বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ চুইছ মাছাজ চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা অনামিকা ‎বৰ্মন দাসে

বিচিপিএলৰ জ্যেষ্ঠ পৰিচালক (মাৰ্কেটিং) স্বডিক মহাতিয়েও কাৰ্যসূচীটোৰ সফলতাত বিশেষকৈ নিবনুৱা যুৱক-যুৱতীসকলে কৰ্ম সংস্থাপন লাভ কৰাত সন্তোষ প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে বিচিপিএলৰ এই সামাজিক দায়বদ্ধতা আঁচনিখনে পৰৱৰ্তী সময়তো অনুৰূপ কাৰ্যসূচী গ্ৰহণেৰে নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ লক্ষ্যৰে ধাৰাবাহিকতা ৰক্ষা কৰি যাব বুলি সকলোৱে আশা ব্যক্ত কৰিছে ।

বিচিপিএলৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত নিশ্চিত কৰ্মসংস্থাপন প্ৰদানৰ এই বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়াই অহা প্ৰগতি এডুটেকৰ দুই সঞ্চালক ক্ৰমে সুজয় বৰুৱা আৰু সঞ্জিৎৰাজ চৌধুৰীয়েও নিযুক্তি-পত্ৰ লাভ কৰা  যুৱক-যুৱতীসকলক উদ্দেশ্যি শুভেচ্ছামূলক বক্তব্য ৰাখে ।

লগতে পঢ়কঃ ইউৰিয়াকে ড্ৰাগছ বুলি কৰা হৈছিল গ্ৰেপ্তাৰ : DGP ক ১০ লাখ টকাৰ জৰিমণা বিহিলে ন্যায়ালয়ে

Recent News

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

‘কেনচেল’ বুটামে সঁচাকৈয়ে ATMৰ PIN সুৰক্ষাত  সহায় কৰেনে? জানি লওক প্ৰকৃত সত্য

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় শিক্ষা নীতি গ্ৰহণৰ ক্ষেত্ৰত ৰাজ্যসমূহক নিৰ্দেশ দিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

সবাৰো আগত দেশৰ স্বাৰ্থ, ভাৰত-পাক যুদ্ধৰ উত্তেজনাৰ মাজতে স্থগিত IPL!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে সামৰিক অভিযানৰ বাতৰি প্ৰকাশ কৰাত সংযমী হ’বলৈ আহ্বান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd