• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অচেতন হৈ পৰিল চলন্ত বাছৰ চালক : ৬৬ টা শিশুৰ প্ৰাণ ৰক্ষা কৰিলে সপ্তম শ্ৰেণীৰ ‎ছাত্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 1, 2023 8:43 pm
46.8k
VIEWS
Share on FacebookShare on Twitter

বিপদে কেতিয়াও কাকো সুধি নাহে। বিপদ কেতিয়া আৰু কেনেকৈ আহিব তাৰ ভৱিষ্যতবাণী কেতিয়াও কোনেও কৰিব নোৱাৰে। কিন্তু শীতল মস্তিকৰে ধৈৰ্য আৰু সাহসৰ দ্বাৰা সঠিক পদক্ষেপ ল’লে বিপদ দূৰ কৰিব পৰা যায়। তাকে যেন প্ৰমাণ কৰি দেখুৱালে এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰই।

এজন ছাত্ৰৰ সাহস আৰু বুদ্ধিমত্তাই শেহতীয়াকৈ এটা ডাঙৰ বিপদৰ পৰা ৰক্ষা কৰিলে ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীক। যাৰ বাবে এতিয়া এইগৰাকী ছাত্ৰই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়কঃ শ্ৰমিক দিৱস আৰু শ্ৰমিকৰ দুৰ্দশা : ডুমডুমাত নুডল ফেক্টৰীত অগ্নিদগ্ধ নাবালিকাসহ দুই মহিলা

তথ্য অনুসৰি যোৱা ২৬ এপ্ৰিলত মিচিগান কাৰ্টাৰ স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ ডিলান ৰিভছ নিজৰ সহপাঠী সকলৰ সৈতে স্কুল বাছত নিজৰ পঢ়াশালি লৈ গৈ আছিল। কিন্তু বাছখন চলই থকাৰ অৱস্থাতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে হঠাতে বাছৰ চালকজনে সংজ্ঞা হেৰুৱাই পেলাই।

সেই দৃশ্য দেখি ডিলানে লগে লগে ড্ৰাইভাৰৰ কেবিনলৈ দৌৰি গৈ বাছখনৰ ষ্টিয়াৰিঙ নিজৰ নিয়ন্ত্ৰণ লৈ আনে। ইয়াৰ পিছত ডিলানে ব্ৰেক মাৰি বাছখনৰ গতি হ্ৰাস কৰে আৰু বাছখনৰ ইঞ্জিনটো বন্ধ কৰি দিয়ে। যাৰ ফলত এটা ডাঙৰ সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পৰে ডিলানৰ লগতে বাকী ৬৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন।

লগতে পঢ়কঃ আকৌ এনকাউণ্টাৰ : নগাঁৱত আৰক্ষীৰ গুলীত আহত অভিযুক্ত ড্ৰাগছ ব্যৱসায়ী ‎

ইতিমধ্যে বাছখনত থকা চিচি টিভি কেমেৰাত বন্দী হৈছে ডিলানৰ বুদ্ধিদীপ্ততা আৰু দুঃসাহসিক কামৰ এই সমগ্ৰ দৃশ্য। এই দৃশ্য এতিয়া সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে বাছখন ৰখোৱাৰ পিছত ডিলানে বাকী ছাত্ৰ-ছাত্ৰীসকলক তৎক্ষণাত ৯১১ নম্বৰত ফোন কৰিবলৈ কয়। সেই ফোন পোৱাৰ পিছত আৰক্ষী আৰু উদ্ধাৰকাৰী দল তাত উপস্থিত হয়।

লগতে পঢ়কঃ চুইছ মাছাজ চেম্পিয়নশ্বিপত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰিলে অসম কন্যা অনামিকা ‎বৰ্মন দাসে

Recent News

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

কথমপি ৰক্ষা! মাজ আকাশতে ইম্ফল অভিমুখী ইণ্ডিগো বিমানত বিজুতি; দিল্লীলৈ উভতি নিৰাপদে অৱতৰণ

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

আদৰ্শ বাদ, ক্ষমতাই মূল! আদৰ্শ বিসৰ্জন দি কোন কোন সুবিধাবাদীয়ে যোগদান কৰিলে বিজেপিত?

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

ইন্ধনৰ চুইচ বন্ধ হোৱাৰ পিছতো ‘শান্ত’ হৈ আছিল এগৰাকী পাইলট! নতুন প্ৰতিবেদনক লৈ বিতৰ্ক

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd