• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিবাহৰ প্ৰতিশ্ৰুতি দি দলবদ্ধ ধৰ্ষণ : আৰক্ষী জোৱানৰ নিকৃষ্ট কাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 3, 2023 12:38 pm
4.7k
VIEWS
Share on FacebookShare on Twitter

এইবাৰ উত্তৰ প্ৰদেশৰ এগৰাকী আৰক্ষী জোৱানৰ বিৰুদ্ধে উত্থাপন হৈছে ভয়ংকৰ অভিযোগ। বিবাহৰ প্ৰতিশ্ৰুতি দি দুই ভাতৃয়ে ধৰ্ষণ কৰিলে ছাহাৰানপুৰৰ এগৰাকী যুৱতীক।

জানিব পৰা মতে ভুক্তভোগী যুৱতীৰে সৈতে আৰক্ষী কনিষ্টবলগৰাকীৰ আছিল প্ৰেমৰ সম্পৰ্ক। সম্পৰ্কত থকাৰ সময়ত দুবাৰকৈ গৰ্ভৱতী হৈছিল যুৱতীগৰাকী। গৰ্ভৱতী হোৱাৰ পিছত যুৱতীগৰাকীয়ে বিয়া কৰাবলৈ অনুৰোধ জনাইছিল প্ৰেমিকক।  কিন্তু বিয়াৰ সলনি দুইবাৰেই গৰ্ভপাত কৰাবলৈ বাধ্য কৰিছিল কনিষ্টবলগৰাকীয়ে।

এনেদৰেই দিন পাৰ হৈ যোৱাত যোৱা ২৫ জানুৱাৰীত আৰক্ষী অধীক্ষকক ঘটনাৰ বিৱৰণ দি কনিষ্টবলগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে ভুক্তভোগী যুৱতীগৰাকীয়ে। এই অভিযোগ দাখিলৰ খবৰ লাভ কৰি আৰক্ষী কনিষ্টবলগৰাকীয়ে যুৱতীগৰাকীৰ ঘৰলৈ গৈ যুৱতীগৰাকীক বিয়া কৰাম বুলি ভূৱা শপতনামাত চহী কৰি মিলা-মিচা কৰে।

কিন্তু এতিয়া যুৱতীগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে যে এই শপতনামাত চহী কৰাৰ কিছুদিন পিছতেই যুৱতীগৰাকীক ঘৰ পৰা এজন যুৱকৰ ঘৰলৈ লৈ গৈ নিজৰ ভাতৃৰ লগত মিলি যুৱতীগৰাকীক ধৰ্ষণ কৰে কনিষ্টবলগৰাকীয়ে।

লগতে যুৱতীগৰাকীয়ে অভিযোগ কৰি কয় যে, তেওঁলোকে মোক ধৰ্ষণ কৰাৰ পিছত মূৰত বন্দুক লগাই দিছিল আৰু কৈছিল যে যদি এই ধৰ্ষণৰ কথা আনে গম পাই তেতিয়া তেওঁলোকে মোক হত্যা কৰিব।

ইতিমধ্যে এই ঘটনাৰ সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে। শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে শীঘ্ৰেই কনিষ্টবলগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে।

Recent News

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

য়াংজে নদীৰ ৩০০টা বান্ধ ভাঙি পেলালে চীনে, বন্ধ কৰিলে ৩২০টা জলবিদ্যুৎ কেন্দ্ৰ! কিন্তু কিয়?

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

ভাঙি পৰিল বহুমহলীয়া অট্টালিকা, ৰাজধানী দিল্লীত বিপৰ্যয়; বহু লোক আৱদ্ধ হৈ পৰাৰ আশংকা!

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘আয়োগক সীমাহীন ক্ষমতা নহয়’; ‘এক দেশ, এক নিৰ্বাচন’ বিধেয়কক লৈ প্ৰশ্ন উত্থাপন চন্দ্ৰচূড়ৰ

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

‘তুমি কিয় ইন্ধন…’, দুৰ্ঘটনাগ্ৰস্ত এয়াৰ ইণ্ডিয়া বিমানখনৰ পাইলটৰ শেষ মুহূৰ্তৰ কথাত চাঞ্চল্যকৰ তথ্য!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd