• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মণিপুৰৰ হিংসা ক্ষতিগ্ৰস্ত অঞ্চলত সেনা আৰু আছাম ৰাইফলছৰ ফ্লেগমাৰ্চ; নিৰাপদ আশ্ৰয়ৰ ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 4, 2023 2:06 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ হিংসা নিয়ন্ত্ৰণৰ বাবে ভাৰতীয় সেনা আৰু অসম ৰাইফলছক সেৱাত নিয়োগ কৰা হৈছে। মণিপুৰৰ চুৰাচান্দপুৰ, ইম্ফল, কেপিআই অঞ্চলত বুধবাৰে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ লগে লগে ৩ আৰু ৪ মে’ৰ মাজনিশা সেনা আৰু অসম ৰাইফলছক মাতি পঠোৱা হয়।

নিশা সেনা আৰু অসম ৰাইফলছৰ লগতে মণিপুৰ আৰক্ষীৰ জোৱানে নিশা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।এক বিবৃতিত কোৱা হৈছে যে বৃহস্পতিবাৰে (৪ মে’ৰ পুৱালৈকে) এই হিংসাত্মক ঘটনা অব্যাহত থাকে।

Apply Now

লগতে পঢ়ক: মণিপুৰত “নতুন হিংসাত্মক” ঘটনাৰ মাজতে ৫ দিনৰ বাবে কৰ্তন মোবাইল ইণ্টাৰনেট সেৱা

“মণিপুৰত অসামৰিক প্ৰশাসনৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই সেনা/অসম ৰাইফলছে তৎক্ষণাত ক্ষতিগ্ৰস্ত সকলো অঞ্চলতে পৰ্যাপ্ত সংখ্যক বাহিনী মোতায়েন কৰে। সৰ্বাধিক লোকক নিৰাপদ অঞ্চললৈ স্থানান্তৰিত কৰাৰ লগতে আইন-শৃংখলা পুনৰুদ্ধাৰৰ ব্যৱস্থা চলি আছে।’- ভাৰতীয় সেনাই এক বিবৃতিত এইদৰে কয়।

ইফালে প্ৰায় ৪০০০ ক্ষতিগ্ৰস্ত লোকক বিভিন্ন স্থানত সেনা আৰু আছাম ৰাইফলছৰ চি অ’ বি আৰু মণিপুৰ চৰকাৰী কমপ্লেক্সত আশ্ৰয় দিয়া হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে ফ্লেগমাৰ্চ কৰা হৈছে বুলিও বিবৃতিত উল্লেখ কৰা হৈছে। হিংসাত্মক স্থানৰ পৰা আঁতৰত গাঁওবাসীক নিৰাপদ অঞ্চললৈ স্থানান্তৰ কৰাৰ কাম চলি আছে বুলিও ইয়াত উল্লেখ কৰা হৈছে।

উল্লেখ্য যে বুধবাৰে (৩ মে’) মণিপুৰৰ চুৰাচান্দপুৰ জিলাত নতুনকৈ হিংসাই জোকাৰি যায়। মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ কিছু অংশৰ পৰা অগ্নিসংঘৰ্ষৰ ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে।

লগতে পঢ়ক: বন্যহস্তীৰ আক্ৰমণত ৰাজ্যত ২৪ ঘণ্টাৰ ভিতৰত তিনি ব্যক্তিৰ মৃত্যু

মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ পৰাও একেধৰণৰ হিংসাত্মক ঘটনাৰ খবৰ পোৱা গৈছে। এই হিংসাত্মক ঘটনাত বহু ঘৰৰ আন্ত্ৰিক অংশ জাহ যোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত “আদিবাসীৰ স্বাৰ্থ ৰক্ষা”ৰ বাবে আটছুমে সংহতি পদযাত্ৰাৰ আহ্বান জনোৱাৰ পিছতে হিংসা সংঘটিত হয়।

মণিপুৰৰ মেইটেইসকলক অনুসূচীত জনজাতিৰ মৰ্যাদা দিয়াৰ দাবীৰ বিৰুদ্ধে আটছুমে এই পদযাত্ৰাৰ আহ্বান জনাইছিল।

মণিপুৰৰ চুৰাচান্দপুৰ জিলাত এই সমাৱেশৰ সময়ত অচিনাক্ত দুষ্কৃতিকাৰীয়ে বুংমুৱাল, সিংনাট, মুয়ালুম, মাতা মুলতামৰ দৰে কেইবাটাও স্থানত অগ্নিসংযোগৰ কৰে। এই অঞ্চলসমূহত দুই এটা ফৰেষ্ট বিট অফিচতো জুই লগাই দিয়া হয়।

লগতে পঢ়ক: পায়খানাৰ টেংকিত উদ্ধাৰ ১৩ বছৰীয়া ধৰ্ষিতাৰ মৃতদেহ : ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’বনে অসম আৰক্ষী?

ইফালে হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ চুৰাচান্দপুৰ জিলাৰ ৰাজহ অধিকাৰ ক্ষেত্ৰৰ অধীনত বিশেষকৈ কাংভাল, টুইবং আৰু  চুৰাচান্দপুৰ মহকুমাত সম্পূৰ্ণ সান্ধ্য আইন জাৰি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd