• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

CBSE Class 12th Results 2023: চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা; কেনেকৈ চাব ফলাফল?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 12, 2023 2:12 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিবিএছইৰ দ্বাদশ বৰ্ড পৰীক্ষাৰ ফলাফল প্ৰকাশ পাইছে। প্ৰাৰ্থীসকলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অফিচিয়েল ৱেবছাইট cbseresults.nic.in আৰু results.cbse.nic.in ত ফলাফল চাব পাৰিব। ফলাফলসমূহ digilocker (results.digilocker.gov.in) ৰ জৰিয়তেও চাব পাৰে। ইফালে, এবাৰতে ৫.৫ শতাংশ হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ। এইবাৰ অস্বাস্থ্যকৰ প্ৰতিযোগিতাৰ পৰা হাত সাৰিবলৈ কোনো মেধা তালিকা প্ৰকাশ কৰা নহয়। সৰ্বাধিক নম্বৰ লাভ কৰা ০.১ শতাংশ ছাত্ৰ-ছাত্ৰীক বিশেষ প্ৰমাণ পত্ৰ প্ৰদান কৰিব ব’ৰ্ডে।

চিবিএছই দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষাৰ ফলাফল কেনেকৈ পৰীক্ষা কৰিব?

১) কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড (CBSE) cbseresults.nic.in ৰ অফিচিয়েল ৱেবছাইটত ক্লিক কৰক।

Apply Now

২) ‘RESULTS’ ত ক্লিক কৰক। এটা নতুন পেজ খোল খাব।

৩) ‘CBSE Class 12th Result 2023’ লিংকটো আছে। ইয়াত ক্লিক কৰক।

৪) এটা নতুন পেজ খোল খাব। সেই পৃষ্ঠাত ‘Senior School Certificate Examination (Class XII) Results 2023” ৰ তলত ‘Enter your Roll Number’, ‘Enter School No দিয়াৰ পিছত ‘Enter Admit Card ID’ ৰে ‘Submit’ কৰক।

৫) স্ক্ৰীণত আপোনাৰ CBSE Class XII Board Exam Result দেখা যাব। ইয়াক ডাউনলোড কৰি ভৱিষ্যতৰ বাবে ৰাখক।

Digilcar ৰ জৰিয়তে CBSE 12th Result কেনেকৈ পৰীক্ষা কৰিব?

১) results.digilocker.gov.in ত ক্লিক কৰক। এটা নতুন পেজ খোল খাব।

২) ‘CENTRAL BOARD OF SECONDARY EDUCATION EXAMINATION 2023-Result’ ৰ অধীনত ৰোল নম্বৰ, শ্ৰেণী আৰু স্কুল নম্বৰ দিব লাগে। ছাত্ৰ-ছাত্ৰীসকলে ‘I have read and agree to terms of use’-ত ক্লিক কৰিব লাগিব। তাৰ পিছত ‘Submit’ কৰিব লাগিব।

৩) CBSE Class XII Result পৰ্দাত দেখা যাব।

চিবিএছই দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষাৰ ফলাফল আপডেট

১) চিবিএছই শ্ৰেণীৰ দ্বাদশ বৰ্ড পৰীক্ষাত উত্তীৰ্ণৰ হাৰ এইবাৰ ৮৭.৩৩ শতাংশ। যিটো যোৱা বছৰৰ তুলনাত বহু কম। যোৱাবাৰ উত্তীৰ্ণৰ হাৰ আছিল ৯২.৭১ শতাংশ। এইবাৰ মুঠ ১৬,৬০,৫১১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হয়। ইয়াৰে ১৪,৫০,১৭৪ জন উত্তীৰ্ণ।

২) এইবাৰ চিবিএছইয়ে দ্বাদশ শ্ৰেণীৰ বৰ্ড পৰীক্ষাৰ কোনো মেৰিট লিষ্ট  প্ৰকাশ কৰা নাই। কেন্দ্ৰীয় ব’ৰ্ডৰ মতে, অস্বাস্থ্যকৰ প্ৰতিযোগিতা ৰোধ কৰিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে প্ৰথম বিভাগ, দ্বিতীয় বিভাগ বা তৃতীয় বিভাগ আদিও অৱগত কৰা হোৱা নাই। ব’ৰ্ডৰ তথ্য অনুসৰি সৰ্বাধিক নম্বৰ লাভ কৰা ০.১ শতাংশ ছাত্ৰ-ছাত্ৰীক প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।

৩) ফলাফলত ছোৱালীয়ে ল’ৰাক অতিক্ৰম কৰিছে। ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৯০.৬৮ শতাংশ। ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৮৪.৬৭ শতাংশ। ট্ৰেন্সজেণ্ডাৰ ছাত্ৰ-ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৬০ শতাংশ।

৪) জৱাহৰ নৱোদয় বিদ্যালয়ে বিদ্যালয়ৰ ক্ষেত্ৰত সৰ্বোত্তম প্ৰদৰ্শন আগবঢ়াইছে। উত্তীৰ্ণৰ হাৰ ৯৭.৫১ শতাংশ।

৫) অঞ্চল অনুসৰি উত্তীৰ্ণ হাৰৰ ক্ষেত্ৰত ত্ৰিবান্দ্ৰম অঞ্চলে শীৰ্ষ স্থান দখল কৰিছে। উত্তীৰ্ণৰ হাৰ ৯৯.৯১ শতাংশ।

৬) এইবাৰ এক লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে চিবিএছই দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাত ৯০ শতাংশ বা তাতকৈ অধিক নম্বৰ লাভ কৰিছে (১,১২,৮৩৮ জনে)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসক স্বীকৃতি আমেৰিকাৰ এই ৰাজ্যত; বিদেশীসকললৈ যোগাভ্যাসৰ বাৰ্তা

June 21, 2026 12:07 pm
ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

ল’ৰা নৱজাতকৰ বাবে ৮ লাখ, টকা দিলেই কোলাত কেঁচুৱা! শিশু সৰবৰাহ চক্ৰ উৎখাত ৰাজধানীত

June 21, 2026 11:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd