• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IPL 2023 MI vs GT: মধুৰ প্ৰতিশোধ! নিশাৰ মুম্বাইত সূৰ্যৰ উত্তাপত ম্লান পৰিল গুজৰাট টাইটান; দুৰ্দান্ত ৰছিদৰ চমক…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 13, 2023 8:00 am
13.9k
VIEWS
Share on FacebookShare on Twitter

যোৱা মাহত গুজৰাটত হাৰ্দিক পাণ্ডিয়াৰ দলৰ মুখামুখি হৈছিল ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ। পাঁচবাৰৰ চেম্পিয়ন দলটোৱে লীগ টেবুলৰ তলৰ স্থান দখল কৰাৰ বাবে প্লে অফৰ পথটো কঠিন হৈ পৰিছিল। কিন্তু সেই মুম্বাই দলটোত যেতিয়া সূৰ্য্য উদয় হয়, তেতিয়াই আৰম্ভ হয় এটা নতুন দিন। শুকুৰবাৰৰ দিনটোতে সেই সূৰ্য্যৰ উত্তাপেৰে পৰাজয়ৰ মধুৰ প্ৰতিশোধ ল’লে মুম্বাইয়ে। ৰছিদ খানৰ দুৰ্দান্ত যুঁজৰ কাহিনী আন্ধাৰতে ৰৈ গ’ল।

বেটছমেন হিচাপে সূৰ্যকুমাৰ যাদৱে আই চি চি টি-২০ ৰেংকিঙৰ শীৰ্ষত থাকিলেও বৰ্তমানৰ আই পি এলৰ আৰম্ভণি ভাল হোৱা নাছিল। চিনাকি ৰূপত তেওঁ একেবাৰেই দেখা দিব পৰা নাছিল।

ফটো সৌজন্য: আইপিএল।

কিন্তু আৰ চি বিৰ বিৰুদ্ধে অন্তিমখন খেলত ভাৰতীয় মিডল অর্ডাৰৰ ৰাজহাড় পোন হৈ উঠি ৷ আৰু তাৰ লগে লগে মুম্বাই লীগৰ তালিকাত তৃতীয় স্থানলৈ উঠি আহিল। সূৰ্য্যই নিজকে আৰু এখোজ আগবঢ়াই আনিলে।

তেওঁ ছয় কোবাই আই পি এলৰ কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে। ১১টা চাৰি আৰু ৬টা ছয় কোবাই তেওঁ ৪৯টা বলত ১০৩ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ খেলপথাৰ এৰে। দুয়োপক্ষৰ তাৰকাই সূৰ্যক হাত চাপৰিৰে অভিনন্দন জনায়। মুম্বাইৰ স্ক’ৰব’ৰ্ডত জিলিকি আছিল ২১৮ ৰান।

ফটো সৌজন্য: আইপিএল।

ৰোহিত বাহিনীৰ আগত ৰাণ অনুসৰণ কৰি বিজয় অৰ্জন কৰাটো দেখাত সদায়ে কঠিনেই। সেই লক্ষ্যত গুজৰাটো শেষত ব্যৰ্থ হয়।

সূৰ্যকুমাৰৰ লগতে দলটোৰ ইমপেক্ট প্লেয়াৰ আকাশ মাধৱালেকো মুম্বাইৰ জয়ৰ কৃতিত্ব দিব লাগিব। তেওঁ ক্ৰমাগতভাৱে ঋদ্ধিমান সাহা (২) আৰু শুভমান গিল (৬)ৰ উইকেট দখল কৰি গুজৰাটৰ টপ অৰ্ডাৰত আঘাত হানে। সেইদৰে, ক্ৰীজত খোপনি পোটা ডেভিদ মিলাৰকো পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়।

ফটো সৌজন্য: আইপিএল।

অধিনায়ক হাৰ্দিকেও (৪)বেটেৰে ব্যৰ্থ হয়। ফলত ৪ অভাৰত ৩০ ৰানেৰে ৪টা উইকেট দখল কৰা তথা আই পি এলত বেটেৰে প্ৰথম অৰ্ধশতক অৰ্জন কৰা ৰছিদ খানৰ শেষলৈকে যুঁজ দিয়াৰ কাহিনী আন্ধাৰত ৰৈ গ’ল। ৰছিদ খানে ৩২ টা বলত ৭৯ ৰাণৰ এক দুৰ্দান্ত ইনিংছ খেলে। তেওঁ মুঠতে ৩টা চাৰি আৰু ১০ টা ছয় কোবায়।

এই জয়ৰ ফলস্বৰূপে মুম্বাই ইণ্ডিয়ানছ পুনৰ তালিকাত তিনি নম্বৰ স্থানলৈ আহে। ফলত ৰোহিত শৰ্মাই প্লে অফত প্ৰৱেশৰ যুঁজখন আৰু অধিক শক্তিশালী কৰি তুলিলে।

ফটো সৌজন্য: আইপিএল।

সংক্ষিপ্ত স্ক’ৰ:

মুম্বাই ইণ্ডিয়ানছ: ২১৮/৫ (সূৰ্য্যকুমাৰ-১০৩, ৰছিদ-৩০/৪)

গুজৰাট টাইটানছ: ১৯১/৮ (মিলাৰ-৪১, ৰছিদ-৭৯*)

মুম্বাই ইণ্ডিয়ানছে ২৭ ৰানত জয়লাভ কৰে

Recent News

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে বাংকাৰত সোমাল পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফ!

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

পোপ ফ্ৰান্সিছৰ উত্তৰাধিকাৰী নিৰ্বাচিত; প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো বাসিন্দা হ’ল পোপ

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দাবী- গ্ৰেপ্তাৰ হৈছে পাকিস্তানৰ সেনা প্ৰধান আছিম মুনিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd