• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেতিয়ালৈ হ’ব অস্থায়ী চিকিৎসাকৰ্মীৰ চাকৰি নিয়মীয়াকৰণ?‎ ঠিকাভিত্তিক কৰ্মচাৰীক কেতিয়া দিব দৰমহা?‎

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2023 9:45 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক লাখক নিযুক্তি আৰু আন্দোলন বৰ্জিত পৰিৱেশৰ শ্লোগান দি থকাৰ সময়তে আজি গুৱাহাটীৰ চচলত অস্থায়ী চিকিৎসা কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে অস্থায়ী চিকিৎসা কৰ্মীসকলৰ আন্দোলনলৈ পূৰ্ণ সমৰ্থন দিয়াৰ লগতে তেওঁলোকৰ চাকৰি স্থায়ী কৰিবলৈ দাবী উত্থাপন কৰিছে। ৰাজ্যৰ চিকিৎসালয়সমূহত “চিকিৎসালয় পৰিচালনা সমিতি”ৰ অধীনত সহস্ৰাধিক যুৱক-যুৱতীয়ে অতি কম দৰমহাত সেৱা আগবঢ়াই আহিছে।

Apply Now

প্ৰাপ্ত খবৰ মতে এনে কৰ্মচাৰীয়ে মাহে মাত্ৰ এক হাজাৰৰ পৰা চাৰি হাজাৰ টকা দৰমহা পায়। এই সামান্য দৰমহাৰে কৰ্মচাৰীসকলৰ পৰিয়ালসমূহ কিমান কষ্টৰ মাজত চলিবলগীয়া হৈছে সেয়া সহজে অনুমেয়। চৰকাৰী অনুষ্ঠানত কেনেদৰে শ্ৰম আইন উলংঘা হৈছে এই ঘটনা তাৰ স্পষ্ট প্ৰমাণ। বছৰি এক লাখ নিবনুৱাক চাকৰি দিম বুলি দম্ভ মাৰি থকা চৰকাৰৰ অধীনত কিমান সংখ্যক লোক চৰম অনিশ্চয়তা আৰু নগণ্য দৰমহাত কাম কৰিবলগীয়া হৈছে তাৰ সীমা সংখ্যা নাই। স্বাভাৱিকতে এনে শ্ৰমিকসকল ক্ষুব্ধ হৈ পৰিছে আৰু আন্দোলনৰ পথ বাচি লৈছে। এই গণতান্ত্ৰিক আন্দোলনক সন্মান জনাই চৰকাৰে শীঘ্ৰেই দাবী মানি লোৱা উচিত।

একে সময়তে সৰ্বশিক্ষাৰ অধীনৰ ২৫ হাজাৰ ঠিকাভিত্তিক শিক্ষক, ১৬ হাজাৰ কৰ্মচাৰী আৰু ১০ হাজাৰ ষ্টেট পুলৰ ঠিকাভিত্তিক শিক্ষকৰ দৰমহা সময় মতে আদায় দিয়া নাই। তেওঁলোকে কেতিয়ালৈ দৰমহা পাব সেয়া নিশ্চিত নহয়। এনে এক অনিশ্চয়তাৰ মাজত শিক্ষকসকলে শিক্ষাদান কাৰ্য চলাই যাবলগীয়া হৈছে। চৰকাৰৰ এই দায়িত্বহীন কাৰ্যত ডি ৱাই এফ আইয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু তৎকালেই প্ৰাপ্য দৰমহা আদায় দিবলৈ দাবী জনাইছে।

ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী বুলি দাবী কৰা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ঠিকাভিত্তিক শিক্ষকৰ দৰমহা আদায় দিব নোৱাৰাতো অতি পৰিতাপৰ বিষয়। চৰকাৰে এফালে আন্দোলন বৰ্জিত পৰিৱেশৰ শ্লোগান দিছে আৰু অসমক পাঁ‌চখন উন্নত ৰাজ্যৰ স্থানত উপনিত কৰাৰ সপোন দেখুৱাইছে, কিন্তু অস্থায়ী চিকিৎসা কৰ্মীৰ চাকৰিৰ সমস্যা আৰু ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ সমস্যা সমাধান নকৰাকৈ বিজেপি চৰকাৰে দেখুৱা সপোন যে বাস্তৱত পৰিণত নহয় সেয়া নিশ্চিত।

সেয়ে ডি ৱাই এফ আইয়ে দাবী কৰিছে অস্থায়ী চিকিৎসা কৰ্মীৰ চাকৰি স্থায়ী কৰক আৰু ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ দৰমহা সময়মতে আদায় দিয়ক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd