• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কুকুৰে মূৰটো কিয় হেলনীয়া কৰি ৰাখে? বিজ্ঞানীয়ে বিচাৰি উলিয়াইছে ইয়াৰ গোপন ৰহস্য

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 18, 2023 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুকুৰ প্ৰেমীসকলে নিজৰ পোহনীয়া কুকুৰৰ এটা এটা ভংগীমাত মন হেৰুৱাই পেলায়। বহুতে গোটেই দিনটো কেৱল নিজৰ কুকুৰৰ ৰং-ৰহইচ চাইয়েই কটায় দিয়ে। যদি দেখা যায়, মানুহ আৰু কুকুৰৰ মাজৰ সম্পৰ্ক অতি গভীৰ আৰু মানুহে কুকুৰৰ লগত জড়িত সকলো কথাৰ বিষয়ে জানে, যেনে কেতিয়া ভোক লাগিছে, কেতিয়া বাহিৰলৈ ওলাই যাব বিচাৰে বা কেতিয়া পায়খানালৈ যাব লাগে ইত্যাদি।

কিন্তু এটা গোপন ৰহস্য আছে যিটোৰ বিষয়ে মানুহে হয়তো খুব কমকৈ জানে। সেইটো হৈছে কুকুৰে মানুহৰ লগত কথা পাতি থাকোঁতে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখে। হাংগেৰীৰ বিজ্ঞানীসকলেও এটা গৱেষণাৰ জৰিয়তে এই কথাৰ ৰহস্য জানিব পাৰিছে।

Apply Now

বুডাপেষ্টৰ ইঅ’টভছ ল’ৰাণ্ড বিশ্ববিদ্যালয়ৰ (বুডাপেষ্ট, হাংগেৰী) বিজ্ঞানীসকলে গম পাইছে যে কুকুৰে মানুহৰ লগত কথা পাতি থকাৰ সময়ত কিয় মূৰটো এফালে হেলনীয়া কৰি লয়। আগতে মানুহে ভাবিছিল যে মানুহজনৰ কথা বুজি নাপালে কুকুৰে এই কাম কৰে। কিন্তু এই গৱেষণাৰ পৰাই গম পোৱা গৈছে যে বাস্তৱত ইয়াৰ বিপৰীতহে।

এই কাৰণে কুকুৰে মূৰটো এফালে হেলনীয়া কৰে

এই গৱেষণাত কুকুৰকেইটাক মালিকে বিভিন্ন খেলনাৰ নাম ক’বলৈ কৈছিল। এই কাম কৰি থাকোঁতে বিজ্ঞানীসকলে কুকুৰৰ ভংগীমাৰ ওপৰত অধ্যয়ন কৰিছিল। গৱেষকসকলে জানিব পাৰিছে যে জন্তুটোৰ মূৰৰ গতি আৰু মালিকৰ মাতৰ মাজত এক সম্পৰ্ক আছে।

মাতৰ সুৰ অনুযায়ী কুকুৰটোৰ মূৰটো হেলনীয়া হৈ থাকে। মালিকে বুজাব পৰা সুৰত কিবা কথা ক’লে কুকুৰবোৰে মূৰটো হেলনীয়া কৰি মনোযোগেৰে শুনি থাকে। বিজ্ঞানীসকলে দাবী কৰিছে যে কুকুৰে মূৰ হেলনীয়া কৰাৰ ক্ষেত্ৰত ইয়াৰ জাতৰো প্ৰভাৱ পেলায়।

জাতৰ প্ৰভাৱ 

যিবোৰ কুকুৰ অধিক বুদ্ধিমান জাতৰ আৰু সোনকালে মনত পেলাব পাৰে, সিহঁতে মালিকৰ কথা অধিক ভালদৰে শুনি মূৰটো এফালে হেলনীয়া কৰে। গৱেষণাৰ সময়ত এনে জাতৰ ৪০টা কুকুৰৰ ৪৩ শতাংশ সময়ত মূৰটো হেলনীয়া হৈ পৰিছিল। আনহাতে, যিবোৰ জাতৰ কুকুৰৰ বুদ্ধি কম, সেইবোৰে গৱেষণাৰ ২ শতাংশ সময়ৰ বাবেহে মূৰটো এটা দিশলৈ হেলনীয়া কৰি ৰাখিছিল।

গৱেষকসকলে কৈছে যে যেতিয়া জন্তুটোৱে ভালদৰে শুনি থাকে তেতিয়া ই মূৰটো হেলনীয়া কৰে, কিন্তু এই দিশত অধিক গৱেষণাৰ প্ৰয়োজন আছে কিয়নো এইটোও সম্ভৱ যে যেতিয়া কুকুৰটোৱে মূৰটো হেলনীয়া কৰে তেতিয়া ইয়াৰ মনত এটা প্ৰতিচ্ছবি সৃষ্টি কৰি লয়। এই বিষয়ে গৱেষণাৰ পিছতহে গম পোৱা যাব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

প্ৰসংগ CJPক হাৰাশাস্তি : চৰকাৰী পদক্ষেপেও বিৰোধীৰ মাজত বিভাজন অনাত সহায় কৰিব পাৰে!

September 30, 2026 5:30 pm
নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে বৃহৎ প্ৰতিবাদৰ প্ৰস্তুতি! দিল্লীত মেগা ৰেলী কৰিব ‘ইণ্ডিয়া’ মিত্ৰজোঁটে

September 30, 2026 3:11 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd