• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেনেদৰে উদ্বোধন কৰা হ’ব নতুন সংসদ ভৱন? চাওক সম্পূৰ্ণ সূচী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 26, 2023 1:28 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ২৮ মে’ৰ দিনটো দেশবাসীৰ বাবে হ’ব এক সুকীয়া অনুভৱৰ দিন। এই দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰিব।দেশৰ নতুন সংসদ ভৱন জাতিৰ বাবে উৎসৰ্গা কৰা হ’ব।

দুপৰীয়া ১২ বজাত নতুন সংসদ ভৱন উদ্বোধন কৰা হ’ব। ইয়াৰ পূৰ্বে নিজে পুৱা ৭ বজাৰ পৰা আৰম্ভ হ’ব পূজা-অৰ্চনাৰ কাৰ্যসূচী। এই পৰ্বত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী।

ইয়াৰ পিছত পুৱা ৮.৩০ৰ পৰা ৯.০০ বজাৰ ভিতৰত লোকসভাৰ ভিতৰত ছেংগোল (ৰাজদণ্ড)স্থাপন কৰা হ’ব। পুৱা ৯.৩০ বজাত প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব। এই প্ৰাৰ্থনা সভাত শংকৰাচাৰ্যকে ধৰি বহু পণ্ডিত আৰু সাধু-সন্ত উপস্থিত থাকিব। ইয়াৰ উপৰিও শিৱ আৰু আদি শংকৰাচাৰ্যৰ পূজা হোৱাৰো সম্ভাৱনা আছে।

Apply Now

নতুন সংসদ ভৱন উদ্বোধনৰ সম্পূৰ্ণ সময়সূচী চাওক-

  • পুৱা ৭.৩০ বজাৰ পৰা ৮.৩০ বজালৈ পূজা-অৰ্চনা অনুষ্ঠিত হ’ব। এই সময়ত প্ৰধানমন্ত্ৰী মোডী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ উপাধ্যক্ষকে ধৰি বহুকেইগৰাকী নেতা-মন্ত্ৰী উপস্থিত থাকিব।
  • পুৱা ৮.৩০ৰ পৰা ৯ বজাৰ ভিতৰত আইনী ৰীতি-নীতিৰে লোকসভাৰ ভিতৰত চেংগোল (ৰাজদণ্ড)স্থাপন কৰা হ’ব। ইয়াৰ বাবে তামিলনাডুৰ মঠৰ ২০ গৰাকী স্বামী উপস্থিত থাকিব।
  • পুৱা ৯ বজাৰ পৰা ৯.৩০ বজালৈ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ’ব। ইয়াত শংকৰাচাৰ্যকে ধৰি বহু পণ্ডিত আৰু সাধু-সন্ত উপস্থিত থাকিব।
  • দ্বিতীয় পৰ্যায় দুপৰীয়া ১২ বজাৰ পিছত আৰম্ভ হ’ব। ইয়াৰ আৰম্ভণি হ’ব জাতীয় সংগীতেৰে, য’ত দুখন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ পাছতে উপ-ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰপতিৰ বাৰ্তা পাঠ কৰিব ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশে।
  • ৰাজ্যসভাতো বিৰোধী নেতাই ভাষণ দিব।
  • লোকসভাৰ অধ্যক্ষইও ভাষণ দিব।
  • ইয়াৰ পিছত মুদ্ৰা আৰু ডাকটিকট মুকলি কৰা হ’ব।এই ঐতিহাসিক দিনটোৰ উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে এটা মুদ্ৰা আৰু ডাকটিকট মুকলি কৰিব আৰু এই উপলক্ষে ভাষণো আগবঢ়াব যাৰ পিছত অনুষ্ঠানৰ সামৰণি উপলক্ষে লোকসভাৰ সচিব প্ৰধানে শলাগৰ শৰাই আগবঢ়াব।
  • সংসদ ভৱনৰ মুখ্য স্থপতি বিমল পেটেল, উদ্যোগপতি ৰতন টাটাৰ লগতে চলচ্চিত্ৰ তাৰকা আৰু ক্ৰীড়া ব্যক্তিসকলক এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে।
  • মুঠ ২৫টা ৰাজনৈতিক দলে এই অনুষ্ঠানত উপস্থিত থকাৰ কথা নিশ্চিত কৰিছে। এআইএডিএমকে, আপনা দল, ৰিপাব্লিকান পাৰ্টি অৱ ইণ্ডিয়া, শিৱসেনাৰ সিন্দে ফৈদ, এনপিপি, এনপিএফ আদিকে ধৰি এনডিএৰ অন্তৰ্ভুক্ত কেইটামান দলৰ ভিতৰত অন্যতম।
  • বিয়লি ২.৩০ বজাত কাৰ্যসূচীৰ অন্ত পৰিব।
এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd