• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাই পানী যোগান : হাতে হাতে বাল্টি লৈ আপৰ সদস্যই ঘেৰাও কৰিলে পৌৰ নিগমৰ কাৰ্যালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 6, 2023 9:25 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধানৰ দাবীত আপ অসমে ধাৰাবাহিক ভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৱা কালি জনতা ভৱনৰ সম্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছত আজি পুনৰ আপ,অসমৰ সদস্য  গুৱাহাটী পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। প্ৰতিবাদকাৰীসকলে  গুৱাহাটীবাসীক পানী দিয়ক, মেয়ৰ মৃগেন শৰণীয়াই গুৱাহাটী বাসীক ক্ষমা খোজক, মন্ত্ৰী অশোক সিংঘালে পদত্যাগ কৰক, সাংসদ কুইন ওজাই পদত্যাগ কৰক,বিজেপি চৰকাৰ মূৰ্দাবাদ, জিএম্ চি হুছিয়াৰ, মুখ্যমন্ত্ৰী হায় হায় – গুৱাহাটী বাসীৰ পানী নাই আদি শ্লোগান দি হাতে হাতে প্লে – কাৰ্ড আৰু বাল্টিলৈ ভঙাগড়স্থিত পৌৰ নিগমৰ কাৰ্যালয় ঘেৰাও কৰে।

প্ৰতিবাদত অংশ গ্ৰহণ কৰা  আপ, অসমৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাই কয় যে – পানী যোগানৰ দাবীত আপ অসমে  ধাৰাবাহিক ভাৱে পানী আন্দোলন গঢ়ি তুলিছিল। আপৰ সদস্য সকলে গুৱাহাটীৰ বাসিন্দা সকলৰ মতামত গ্ৰহন কৰি পানীৰ সমস্যাৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল।মুখ্য মন্ত্ৰীয়ে জাইকাৰ পানী যোগান আঁচনি মুকলি কৰি পানী যোগানৰ আশ্বাস দিয়াত আপ অসমে আশা কৰিছিল যে এই আঁচনিৰ পৰা ৰাইজে পানী পাব। কিন্তু আঁচনি মুকলি কৰাৰ পিছতো গুৱাহাটীৰ বাসিন্দা সকলে এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে।পানী যোগান দিব বুলি প্ৰতিশ্ৰুতি দিয়া ৭বছৰীয়া বিজেপি চৰকাৰ খনে গুৱাহাটী মহানগৰবাসীক প্ৰবঞ্চনা কৰিছে। এইখন চৰকাৰ কেৱল প্ৰতিশ্ৰুতিৰ চৰকাৰ। ডাবল ইঞ্জিন চৰকাৰ বুলি কোৱা বিজেপি চৰকাৰ খনে গুৱাহাটীৰ কাষেৰে বিশাল ব্ৰহ্মপুত্ৰ বৈ যোৱাৰ পিছতো ইয়াৰ পানী সংশোধন কৰি গুৱাহাটীবাসীক পানী যোগান ধৰিব নোৱাৰাটো চৰকাৰৰ অন্যতম বিফলতা। পানী যোগান আঁচনি ৰূপায়ন কৰা প্ৰতিষ্ঠান সমূহৰ লগত কমিচনৰ অংক কৰাৰ কাৰণে আজিলৈ আঁচনিৰ জড়িয়তে পানী পোৱা নাই। পানী যোগান দিব নোৱাৰা চৰকাৰে এতিয়া মৃত্যু উপহাৰ দিছে।গুৱাহাটী বাসীৰ মৌলিক প্ৰয়োজন এটুপি খোৱা  যোগান দিব নোৱাৰা পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই জনসাধাৰণৰ মূৰত কেৱল কৰৰ বোজা জাপি দিয়েই দায়িত্ব পালন কৰিছে। পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটীৰ সাংসদ কুইন ওজা আৰু মেয়ৰ মৃগেন শৰণীয়াই  গুৱাহাটীবাসীক ক্ষমা খুজি পদত্যাগ কৰিব লাগে। খোৱা পানীৰ সমস্যাৰ কথা কলে সততে পানী যোগানৰ প্ৰতিশ্ৰুতি দিয়া গুৱাহাটী উন্নয়ন বিভাগৰ অকৰ্মন্য, অদক্ষ মন্ত্ৰী অশোক সিংঘালক অনতিপলমে মন্ত্ৰীত্বৰ পৰা বৰ্খাস্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায়। 

Apply Now

চৰকাৰে পানী যোগান ধৰিব পৰা নাই কাৰণে ইয়াৰ সুবিধা লৈ এক ব্যক্তিগত পানী যোগান চিন্দিকেত চক্ৰ গড় লৈ উঠিছে যিটো চক্ৰই মই মতালিৰে উচ্চ দৰত ৰাইজক হাৰাশাস্তি কৰিছে।গুৱাহাটীবাসীৰ পানীৰ সমস্যা সমাধান কৰিবলৈ আপ, অসমে চৰকাৰক দাবী জনোৱাৰ লগতে ইয়াৰ দাবীত ধাৰাবাহিক প্ৰতিবাদ চলি থাকিব বুলি মন্তব্য কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

আগষ্টৰ পৰাই আৰম্ভ জনগণনাৰ কাম : ঘৰে ঘৰে গৈ ৩৪টা প্ৰশ্ন সুধিব গণনাকৰ্মীয়ে

July 9, 2026 2:49 pm
পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

পুনৰ চৰ্চাত যোগী ৰাজৰ ‘এনকাউণ্টাৰ মডেল’ : ৯ বছৰত সংঘটিত ১৭ হাজাৰ এনকাউন্টাৰৰ ঘটনা

July 9, 2026 1:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

পত্নীক হত্যা কৰি প্ৰেমিকালৈ পঠিয়ালে মৃতদেহৰ ফটো; আমেৰিকাত গ্ৰেপ্তাৰ ভাৰতীয় অভিযন্তা

July 9, 2026 3:17 pm
কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

কামাখ্যাৰ নাহৰবাৰীত উলংগ অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ : আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যুৱকজনৰ বন্ধুক

July 9, 2026 3:12 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd