• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ফাঁচী বজাৰৰ প্ৰতিষ্ঠিত ব্যৱসায়ীৰ প্ৰতিষ্ঠানত আয়কৰ বিভাগৰ তালাচী অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 9, 2023 3:49 pm
201
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে নিশা আয়কৰ বিভাগে গুৱাহাটীৰ এটা প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানত অভিযান চলায়।

খবৰ অনুসৰি গুৱাহাটীৰ ফাঁচী বজাৰত থকা স্থানীয় ব্যৱসায়ী মুকেশ চৌৰাছিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানত এই অভিযান চলোৱা হয়।

ধঁপাত আৰু পাণ-মছলা ব্যৱসায়ী চৌৰাছিয়াই ফাঁচী বজাৰৰ জেল ৰোড থকা ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বতাধিকাৰী।

জানিব পৰা মতে বৃহস্পতিবাৰে আয়কৰ বিভাগৰ বিষয়াৰ এটা দলে প্ৰায় চাৰিটা ঘণ্টা ধৰি এই অভিযান চলাইছিল। এই সময়ছোৱাত প্ৰতিষ্ঠানটোৰ ব্যৱসায় সম্পৰ্কীয় সকলো নথি-পত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰা হৈছিল।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহত আয়কৰ বিভাগে গুৱাহাটীৰ ঠিকাদাৰ অনিল দাসৰ বাসগৃহতো অভিযান চলাইছিল।

গুৱাহাটীৰ হেঙৰাবাৰী আৰু মিৰ্জাত থকা অনিল দাসৰ বাসগৃহৰ লগতে দাসৰ এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ কাৰ্যালয়তো অভিযান চলাইছিল আয়কৰ বিভাগে। 

গুৱাহাটীত কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণৰ ঠিকা দাসে লাভ কৰিছিল। লগতে মহানগৰীৰ কেইবাখনো ফুটব্ৰিজৰ নিৰ্মাণৰ কামো লাভ কৰিছিল অনিল দাসে।

অসমৰ দুগৰাকী যুৱকৰ আবেদন মৰ্মে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনিল দাসৰ বাসগৃহ আৰু কাৰ্যালয়ত অভিযান চলাবলৈ নিৰ্দেশ প্ৰদান কৰিছিল।

Recent News

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ভাৰতত ৬ হাজাৰ অতিক্ৰম কৰিলে ক’ভিড-১৯ৰ ৰোগীৰ সংখ্যা

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

ঈদ-উল-জুহাত অবৈধ গৰু বধৰ অভিযোগত অসমত ১৬ জন গ্ৰেপ্তাৰ

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd