• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সকলোৱে ৰক্তদান কৰিব নোৱাৰে; কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে? জানি লওক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 13, 2023 1:22 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰক্তদান মানে জীৱন দান। কোনে শুনা নাই এই কথাষাৰ। আমি সকলোৱে নিশ্চয় জীৱনৰ কোনোবা এটা সময়ত এই কথাটো শুনিছো, আৰু বাস্তৱ জীৱনত ইয়াক প্ৰয়োগো কৰিছো। কাৰণ জৰুৰীকালীন অৱস্থাত তেজৰ অভাৱত জীৱন-মৃত্যুৰ মাজত ৰৈ থকা আৰ্তজনক যদি তেজ দিয়া হয়, তেন্তে তেওঁৰ জীৱন ৰক্ষা কৰিব পৰা যায়।

কিন্তু সকলোৱে ৰক্তদান কৰিব নোৱাৰে, ইয়াৰ আঁৰত বহু কাৰণ আছে। পৰিসংখ্যা অনুসৰি ত্ৰিশজনৰ ভিতৰত এজনেহে ৰক্তদানৰ যোগ্য। যদি আপুনিও ৰক্তদানৰ কথা ভাবিছে তেন্তে জানো আহক কোনে ৰক্তদান কৰিব পাৰে আৰু কোনে নোৱাৰে?

কাণত বিন্ধা বা টাটু কৰা থাকিলে

শেহতীয়াকৈ নাক, কাণ বা শৰীৰৰ যিকোনো অংশত বিন্ধা বা টাটু কৰা লোকে ৰক্তদান কৰিব নোৱাৰে। যদি আপুনি কোনো স্থায়ী মেকআপ চিকিৎসা কৰি আছে তেন্তে ৰক্তদান কৰাৰ আগতে কমেও চাৰি মাহ অপেক্ষা কৰিব লাগে। বিশেষজ্ঞসকলে কয় যে টাটু বা মেকআপ চিকিৎসাৰ লগে লগে তেজ দিলে হেপাটাইটিছ ভাইৰাছ সংক্ৰমণৰ আশংকা থাকে।

Apply Now

যৌনতাও এটা নিয়ম

সমকামী বা নতুন যৌন সঙ্গী বা যৌনকৰ্মীৰ সৈতে সম্পৰ্ক থকাসকলেও ১২ মাহৰ আগতে ৰক্তদান কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

কম ওজন

৪৯ কেজিতকৈ কম ওজন হ’লে ৰক্তদান কৰিব নোৱাৰি। ৰেড ক্ৰছৰ নিয়ম অনুসৰি ১৮ বছৰৰ ওপৰৰ ব্যক্তিয়ে ৰক্তদান কৰাৰ আগতে BMI অনুযায়ী ওজন বজাই ৰাখিব লাগিব।

এন্টিবায়টিক সেৱন কৰি থাকিলে

এন্টিবায়টিকৰ কোৰ্চত থাকিলে তেজ দিব নোৱাৰিব। সাত দিনৰ ভিতৰত সংক্ৰমণ হ’লেও ৰক্তদানৰ যোগ্য বুলি গণ্য কৰা নহ’ব।

এই লোকসকলেও ৰক্তদান কৰিব নালাগে

ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ ৰোগীয়ে ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

স্তন পান কৰাই থকা মহিলাসকলেও ৰক্তদানৰ পৰা বিৰত থাকিব লাগে।

তেজৰ লগত জড়িত কোনো ৰোগ যেনে হিমোফিলিয়া ইত্যাদি থাকিলে ৰক্তদান নকৰিব।

১৮ বছৰৰ তলৰ আৰু ৬৫ বছৰৰ ওপৰৰ লোকে ৰক্তদান কৰিব নালাগে।

ৰক্তদান কৰাৰ আগতে কৰক এইবোৰ কাম

ৰক্তদানৰ আগৰ নিশা লঘু আহাৰ খাওক আৰু ভালদৰে শুই লওক।

চৰ্বিযুক্ত খাদ্য, জাংক ফুড, আইচক্ৰীম, ফ্ৰাইড বাৰ্গাৰ, মাংস আৰু মাছ খোৱাৰ পৰা বিৰত থাকক।

ৰক্তদান কৰাৰ আগতে প্ৰচুৰ পৰিমাণে পানী খাব লাগে।

ৰক্তদানৰ আগৰ নিশা মদ্যপান কৰিব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd