• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুৱাহাটী ৰে’ল ষ্টেচনত নিৰ্মাণ কৰা হ’ব আন এটা প্ৰৱেশ পথ 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2023 8:00 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে উত্তৰ-পূব সীমান্ত ৰে’লৱেই গুৱাহাটী ৰে’ল ষ্টেচনত দ্বিতীয় প্ৰৱেশ পথ নিৰ্মাণৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ (এএছটিচি) সৈতে ভূমি বিনিময় বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক শ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱৰ উপস্থিতিত এই বুজাবুজি চুক্তি স্বাক্ষৰিত হয়৷ দ্বিতীয় প্ৰৱেশ পথৰ নক্সা অহা ৪ মাহৰ ভিতৰত সাজু হৈ উঠিব আৰু ইয়াক গুৱাহাটী ষ্টেচন পুনৰ্বিকাশ প্ৰকল্পৰ অংশ হিচাপে বিকশিত কৰা হ’ব৷ যাত্ৰীসকলক অহা যোৱা কৰাৰ সুবিধা প্ৰদানৰ উপৰিও, এই দ্বিতীয় প্ৰৱেশ পথে চহৰখনৰ ভিতৰত যান-জঁট হ্ৰাস কৰিব।

Apply Now

গুৱাহাটী ৰেল ষ্টেচনটো সদায় উত্তৰ দিশৰ পৰা বা চহৰখনৰ পাণবজাৰৰ দিশৰ পৰা মাত্ৰ এটা প্ৰৱেশ পথেৰে সেৱা আগবঢ়াই থকা হৈছে। ষ্টেচন আৰু ইয়াৰ প্ৰৱেশ পথটো উন্নত কৰাৰ বাবে, উত্তৰ পূব সীমান্ত ৰেলৱেই উপযুক্ত ভূমি প্ৰদান কৰাৰ বাবে অসম চৰকাৰৰ সৈতে যোগাযোগ কৰাত ৰাজ্য চৰকাৰ এই ক্ষেত্ৰত সন্মত হয়।

 ৬৬৮২.৫০ বৰ্গ মিটাৰ জোখৰ পল্টন বজাৰৰ দিশৰ এএছটিচিৰ ভূমি, গুৱাহাটী ৰেল ষ্টেচনত দ্বিতীয় প্ৰৱেশ পথ নিৰ্মাণৰ বাবে উপযুক্ত বুলি বিবেচনা কৰা হয়। ইয়াৰ বিনিময়ত, উত্তৰ জালুকবাৰীত সমমূল্যৰ ২৭৮৪৩.৭৫ বৰ্গ মিটাৰ পৰিমাণৰ ৰে’লৱে ভূমি এএছটিচিক হস্তান্তৰ কৰা হ’ব।

উত্তৰ পূব সীমান্ত ৰেলৱেই ইতিমধ্যে দ্বিতীয় প্ৰৱেশ পথৰ বিকাশৰ বাবে পৰামৰ্শদাতা নিযুক্ত কৰিছে আৰু গুৱাহাটী ৰেল ষ্টেচনৰ সামগ্ৰিক বিকাশৰ বাবে পৰিকল্পনা কৰিছে। যাত্ৰীৰ বাবে আসনৰ ব্যৱস্থা আৰু কিয়স্ক আদি উপলব্ধ কৰাৰ বাবে ষ্টেচনত অতিৰিক্ত স্থান সৃষ্টি কৰিবলৈ ৰেলৱে ট্ৰেকৰ ওপৰত ৰুফ প্লাজা প্ৰদান কৰা হ’ব। 

ষ্টেচনটো সৌৰ পেনেল স্থাপন, আৱৰ্জনা ব্যৱস্থাপনা, পানী ব্যৱস্থাপনা আদিৰ সৈতে ‘সেউজ নিৰ্মাণ’ অৱধাৰণাৰে বিকশিত কৰা হ’ব। যাত্ৰীসকলক পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ বাবে, ষ্টেচনটোৱে লিফ্ট, এস্কেলেটৰ, আধুনিক ছাইনেজ, শৌচালয়, প্ৰশস্ত প্ৰতীক্ষাহল, পাৰ্কিং সুবিধাৰ লগতে বৈদ্যুতিক বাহনৰ চাৰ্জিং পইণ্ট আৰু আহাৰ আৰু থকাৰ ব্যৱস্থা ইত্যাদি প্ৰদান কৰা হব।

উত্তৰ-পূৰ্ব্বাঞ্চলৰ সৰ্ববৃহৎ চহৰ হিচাপে পৰিগণিত গুৱাহাটীয়ে ভাৰতৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহৰ প্ৰৱেশদ্বাৰ হিচাপেও সেৱা আগবঢ়ায়। এই চহৰখনৰ কেন্দ্ৰস্থলত স্থাপিত হোৱা বাবে গুৱাহাটী ৰে’ল ষ্টেচনে অঞ্চলটোৰ বাবে যোগাযোগ কেন্দ্ৰ হিচাপেও কাম কৰি আহিছে। এই নতুনকৈ সংযোজিত সুবিধাসমূহৰ সৈতে, ষ্টেচনটোৱে গুৱাহাটীৰ জনসাধাৰণৰ বাবে সৰ্বাঙ্গীন বিকাশৰ সূচনা কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

August 6, 2026 1:23 pm
জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

জেন-জিৰ প্ৰতিবাদৰ দ্বাৰা অনুপ্ৰাণিত কৃষক আন্দোলন : মধ্যপ্ৰদেশ চৰকাৰে মানি ল’লে দাবী

August 6, 2026 1:03 pm
এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

এইচ১এন১ নে সাধাৰণ চৰ্দি-জ্বৰ? জানি লওক মূল লক্ষণসমূহ

August 6, 2026 12:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

১৩ বছৰৰ পাছত ন্যায়! ধৰ্ষ*ণৰ গোচৰত ‘তহেলকা’ৰ প্ৰ প্রাক্তন সম্পাদক তৰুণ তেজপালক দোষী সাব্যস্ত মুম্বাই উচ্চ ন্যায়ালয়ৰ

August 6, 2026 1:30 pm
অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

অনশন ভঙাৰ ৫ মিনিট পিছতেই প্ৰতিশ্ৰুতি ভংগ কেন্দ্ৰৰ : চিকিৎসালয়ৰ ফটো প্ৰকাশক লৈ সোনম ৱাংচুকৰ গুৰুতৰ অভিযোগ

August 6, 2026 1:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd