• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধিক! গৰু ধৰ্ষণ কৰি জেললৈ গ’ল মুছলমান যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2023 11:07 am
255
VIEWS
Share on FacebookShare on Twitter

উত্তৰাখণ্ডত এজন যুৱকে সংঘটিত কৰিলে মানৱ সমাজক লজ্জানত কৰা আন এক ঘটনা। ৰাজ্যখনত নৈনীতাল জিলাৰ হালদ্বানী অঞ্চলৰ এজন মুছলমান যুৱকে এটা গৰু ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। 

এই খবৰ বিয়িপি পৰাৰ লগে লগে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। লগতে হিন্দুত্ববাসী সংগঠন সমূহে যুৱকজনক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদেৰে অঞ্চলটো উত্তাল কৰি তোলে।

প্ৰতিবাদৰ মাজতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অঞ্চলটোত উপস্থিত হয় এক বৃহৎ আৰক্ষী বাহিনী। 

ৰাইজে আটক কৰি ৰখা যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তাৰ পাছত লাহে লাহে প্ৰতিবাদ সাম কাটে।

আৰক্ষী সূত্ৰই জানিবলৈ দিয়া মতে, ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে আৰু কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নহ’বলৈ অঞ্চলটোত বৃহৎ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

খবৰ অনুসৰি বচ্চি নগৰ গাঁৱৰ এজন পশুপালকে পথাৰত নিজৰ গৰু-গাই বান্ধি ৰাখিছিল। তাতেই অভিযুক্ত হাফিজ নামৰ যুৱক জন উপস্থিত হৈ এটা গৰুক ধৰ্ষণ কৰে। এই ঘটনা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছতেই অঞ্চলটোত উত্তেজনাই বিৰাজ কৰে।

কিন্তু এনে ঘটনা এয়াই প্ৰথম নহয়। পশ্চিম বংগতো একেধৰণৰ ঘটনা সংঘটিত হৈছিল। দক্ষিণ ২৪ পৰগনা নামখানা ব্লকৰ উত্তৰ চন্দনপিণ্ডি অঞ্চলত নাম প্ৰদ্যুৎ ভূঞা নামৰ এজন যুৱকে গোহালীত বান্ধি থোৱা এজনী গাই গৰু ধৰ্ষণ কৰি কাৰাগাৰলৈ গৈছিল। 

যুৱকজনে ধৰ্ষণ কৰাৰ পিছত অত্যধিক ৰক্তক্ষৰণৰ বাবে গৰুটোৰ মৃত্যু হৈছিল। চুবুৰীয়া আৰতি ভূঞাই প্ৰদ্যুৎ ভূঞা নামৰ যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। তাৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যুৱকজনক। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

Recent News

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

খাদ্য খোৱাৰ আগতে দৈ খোৱাটো উপকাৰী নে অপকাৰী! কি কয় বিশেষজ্ঞই?

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

কোকৰাঝাৰত বিটিআৰ কংগ্ৰেছৰ চ’চিয়েল মিডিয়াৰ ৰণদংকা!

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

অসম চৰকাৰ আৰু ‘Push Back Order’- কিছু ক’বলগীয়া! – ড০ হীৰেন গোহাঁই

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে পুনৰ নাম ঘোষণা কৰিলে অসম গণ পৰিষদে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd