• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কলেজৰ গেটৰ সন্মুখতে সহপাঠীক ছুৰীকাঘাত কৰি হত্যা! নেপথ্যত প্ৰেমিকা

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
June 19, 2023 10:10 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমিকাক লৈ বিবাদ। এসপ্তাহৰ পিছত ৰাজহুৱা স্থানত দিনৰ পোহৰতে হত্যা কৰা হ’ল ছাত্ৰক। তাকো কলেজৰ সন্মুখতে। দেওবাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আৰ্যভট্ট কলেজৰ সন্মুখত নিখিল চৌহান নামৰ এজন ১৯ বছৰীয়া ছাত্ৰক ছুৰীকাঘাত কৰি হত্যা কৰা হয়। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্তক চিনাক্ত কৰিছে।

বাতৰি অনুসৰি, সেই বিশ্ববিদ্যালয়ৰে আন এজন ছাত্ৰই নিখিলক হত্যা কৰিছে। এসপ্তাহ আগতে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ দেওবাৰে নিখিলক ছুৰীকাঘাত কৰি হত্যা কৰে অভিযুক্তই।

লগতে পঢ়ক: কেলেংকাৰীয়ে জোকাৰিছে কেদাৰনাথ! স্বয়ং পুৰোহিতেই কৰিলে ফাদিল; উত্তাল দেৱভূমি

Apply Now

আৰক্ষীৰ সূত্ৰ অনুসৰি, ১৯ বছৰীয়া নিখিল দিল্লী বিশ্ববিদ্যালয়ৰ স্কুল অৱ অ’পেন লাৰ্নিঙত ভৰ্তি হৈছিল। দিল্লীৰ পশ্চিম বিহাৰৰ বাসিন্দা নিখিল আছিল ৰাজনীতি বিজ্ঞানৰ স্নাতক শাখাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ।

দেওবাৰে আৰ্য্যভট্ট কলেজলৈ ক্লাছ কৰিবলৈ আহিছিল। সেই সময়ত চাৰিজন যুৱকে তেওঁক আক্ৰমণ কৰে। মূল অভিযুক্তই পকেটৰ পৰা ছুৰী উলিয়াই নিখিলৰ শৰীৰত উপৰ্যুপৰি ছুৰীৰে আঘাত কৰিবলৈ ধৰে। ৰক্তাক্ত অৱস্থাত নিখিল মাটিত পৰি যোৱাৰ পিছত অভিযুক্তই পলায়ন কৰে।

পিছত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি মতি বাগৰ চৰক পালিকা চিকিৎসালয়লৈ লৈ যায়। তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

লগতে পঢ়ক: ‘যোগী-হিমন্তই ক্ষমা খুজিব লাগিব’; আদিপুৰুষক লৈ বিজেপিৰ মুখ্যমন্ত্ৰীসকলক আক্ৰমণ শিৱসেনাৰ

জানিব পৰা মতে, এসপ্তাহ পূৰ্বে অভিযুক্ত যুৱকজনৰ সৈতে নিখিলৰ কাজিয়া হৈছিল। অভিযুক্ত ছাত্ৰগৰাকীয়ে নিখিলৰ প্ৰেমিকাক লৈ অসৎ আচৰণ কৰাৰ ফলত দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয়। সেই ঘটনাৰ প্ৰতিশোধ ল’বলৈ অভিযুক্তই আহি দেওবাৰে লগৰ তিনিজনৰ সৈতে কলেজৰ সন্মুখত ৰৈ আছিল। নিখিল আহি পোৱাৰ লগে লগে তেওঁক আক্ৰমণ কৰি উপৰ্যুপৰি ছুৰীকাঘাত কৰে।

আৰক্ষীৰ তথ্য অনুসৰি, ইতিমধ্যে অভিযুক্তক চিনাক্ত কৰা হৈছে। অঞ্চলটোৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰি তদন্তৰ কাম আৰম্ভ কৰিছে। অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ এটা বিশেষ দল গঠন কৰা হৈছে।

লগতে পঢ়ক: চাণক্যৰ দুটা সৰু পৰামৰ্শ; জীৱনত আৰু আধৰুৱা নহ’ব আকাশলংঘী সফলতা

আনহাতে, নিখিলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। প্ৰতিবেদন লাভ কৰাৰ পিছত মৃতদেহ পৰিয়ালক গতাই দিয়া হ’ব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd