• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এই মানুহবোৰ সময়ৰ আগতেই বুঢ়া হৈ যায়; চাওক, আচাৰ্য চাণক্যৰ মত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 2, 2023 7:04 am
1.9k
VIEWS
Share on FacebookShare on Twitter

আচাৰ্য চাণক্য ভাৰতৰ সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ পণ্ডিত। এইজন পণ্ডিতক ৰাজনীতি আৰু কূটনীতিৰ সৰ্বশ্ৰেষ্ঠ শিক্ষক হিচাপে গণ্য কৰা হয়। অৰ্থনীতিতো তেওঁ পাকৈত আছিল। তেখেতে তেখেতৰ ‘চাণক্য নীতি’ নামৰ গ্ৰন্থখনত মানৱ জীৱনৰ ব্যৱহাৰিক দিশসমূহৰ ওপৰত আলোকপাত কৰিছে।

আচাৰ্য চাণক্যই মানুহৰ কৰ্মৰ পৰা ভবিষ্যতলৈ বহু কথা ক’লে। চাণক্যৰ কথাবোৰ মানুহ এজনৰ বাবে তিক্ত যেন লাগিব পাৰে, কিন্তু জীৱনত প্ৰয়োগ কৰিলে সফলতা নিশ্চিত। শাস্ত্ৰজ্ঞ পণ্ডিতসকলে বিশ্বাস কৰে যে নিয়মিতভাৱে আচাৰ্য চাণক্যৰ নীতি অধ্যয়ন কৰা ব্যক্তি, দুখ, দুৰ্দশা, বিপৰ্যয় আদি তেওঁৰ জীৱনৰ পৰা সহজেই আঁতৰি যায়।

চাণক্যই তেওঁৰ নীতিত উল্লেখ কৰিছে যে কিছুমান মানুহ অকালতে বুঢ়া হয়। তেওঁ কিছুমান উপায়ো উল্লেখ কৰিছে, যিবোৰ অনুসৰণ কৰি অকাল বাৰ্ধক্য ৰোধ কৰিব পাৰি।

বহুত ভ্ৰমণ কৰা লোক সোনকালে বুঢ়া হয়

আচাৰ্য্য চাণক্যৰ মতে দিনটোৰ বেছিভাগ সময় ভ্ৰমণ বা যাত্ৰা কৰা লোকসকল অতি সোনকালে বুঢ়া হয়। কাৰণ তেওঁলোকৰ দৈনন্দিন কাম-কাজৰ ৰুটিন ঠিক নাথাকে আৰু তেওঁলোকে খাদ্যাভ্যাস আৰু টোপনিৰ ওপৰত সঠিক দৃষ্টি ৰাখিব নোৱাৰে। মুঠতে এনে লোকে অতি বিশৃংখল জীৱন কটায়। গতিকে, যিসকলে অতি ব্যস্ত জীৱন কটায়, তেওঁলোকে এতিয়াই সাৱধান হওক, নহ’লে অকাল বাৰ্ধক্য আহিব।

শাৰীৰিক সুখ নোপোৱা মহিলাসকল সোনকালে বৃদ্ধ হয়

চাণক্য নীতি অনুসৰি সঠিক সময়ত শাৰীৰিক সুখ নোপোৱা মহিলাসকলো সোনকালে বুঢ়া হয়। গতিকে এনে মহিলাসকলে আগতীয়াকৈ সাৱধান হোৱাটো প্ৰয়োজন।

বান্ধি থোৱা ঘোঁৰাবোৰ সোনকালে বুঢ়া হয়

চাণক্য নীতি অনুসৰি বেছিভাগ সময়তে বান্ধি থোৱা ঘোঁৰাবোৰ অকালতে বুঢ়া হয়। চাণক্যৰ মতে ঘোঁৰাৰ কাম হ’ল দৌৰা আৰু কষ্ট কৰা। কিন্তু ঘোঁৰাবোৰ যদি তেনেকুৱা কৰাৰ পৰিৱৰ্তে সকলো সময়তে বান্ধি ৰখা হয়, তেন্তে সোনকালে বুঢ়া হৈ যায়।

Recent News

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd