• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ নামত অসমীয়াৰ স্বাভিমানত আন এক কুঠাৰাঘাত : বৰপেটা জিলা কৰ্মচাৰী পৰিষদ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
May 5, 2018 7:37 pm
RangGhar
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ নামত অসমীয়া জাতিৰ স্বাভিমানত আন এক কুঠাৰাঘাত কেন্দ্ৰীয় চৰকাৰৰ। -এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰপেটা জিলা সমিতিৰ।

অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু আপুৰুগীয়া স্থায়ী সম্পদসমূহক ‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ জৰিয়তে ব্যক্তিগত কোম্পানিক গতাই দিব খোজা কাৰ্য্যৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ সময়তে উক্ত আঁচনিখন সন্দৰ্ভত মন্তব্য আগ বঢ়ায় বৰপেটা জিলা কৰ্মচাৰী পৰিষদে।

Apply Now

আজি বৰপেটা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অপূৰ্ব শৰ্মা আৰু সম্পাদক উৎপল কুমাৰ দাসে প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে বিষয়টো প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে,  ৰাজ্যখনৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা, কীৰ্তিস্তম্ভ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলক ‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ জৰিয়তে ‘চি এছ আৰ’ৰ নামত পুঁজিপতি গোষ্ঠীক গতাই দিব খোজা কাৰ্য কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে।

‘এডপ্ট এ হেৰিটেইজ’ আঁচনিৰ ফলত অসমৰ ঐতিহ্যক্ষেত্ৰ আৰু আপুৰুগীয়া সম্পদসমূহৰ একো উন্নয়ন ঘটাৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰি এই আঁচনিৰ জৰিয়তে কোম্পানিসমূহে লাভৱান হোৱাৰহে সম্ভাৱনা আছে বুলি মত ব্যক্ত কৰে। পৰিষদে জনায় যে, এশিঙীয়া গঁড়কে ধৰি একাধিক বিপন্ন বন্যপ্ৰাণীৰ আৱাসস্থলী কাজিৰঙাৰ উন্নয়নৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল যদিও তাকে নকৰি কাজিৰঙাক ব্যক্তিগত খণ্ডৰ হাতত গতাই দিব খুজিছে চৰকাৰে।

ইয়াৰ জৰিয়তে ব্যক্তিগত কোম্পানীক ব্যৱসায়ৰ বাট মুকলিহে কৰি দিয়া হৈছে বুলি উল্লেখ কৰে কৰ্মচাৰী পৰিষদে। চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে বুলিও কৰ্মচাৰী পৰিষদে মন্তব্য কৰে।

ইপিনে, অসমীয়াৰ স্বাভিমানৰ প্ৰতীক তথা আহোমৰ ছশ বছৰীয়া ৰাজত্বকালৰ গৌৰৱ ৰংঘৰ, কাৰেংঘৰ, শিৱদৌলৰ উন্নয়নৰ বাবে ব্যক্তিগত কোম্পানিক গতাই দিয়া কাৰ্য্য সমগ্ৰ অসমীয়া জাতিৰ স্বাভিমানত কুঠাৰাঘাত আৰু জাতীয় চৰকাৰখনৰ বাবে লজ্জাজনক বুলিও অভিহিত কৰিছে কৰ্মচাৰী পৰিষদে।

এই আঁচনিখন কাৰ্যকৰী কৰাৰ আগেয়ে অসমৰ ৰাইজৰ আৱেগ-অনুভূতিক প্ৰাধান্য দি বিভিন্ন দল-সংগঠনৰ লগত আলোচনা কৰাটো উচিত আছিল বুলি উল্লেখ কৰি এই আঁচনিখনক শীঘ্ৰে বাতিল কৰাৰ বাবে দাবী জনাইছে বৰপেটা জিলা কৰ্মচাৰী পৰিষদে।

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd