• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ তৃণমূলৰ প্ৰাৰ্থী ৰিপুন বৰা? নিৰ্বাচনক কেন্দ্ৰ কৰি তুংগত জল্পনা-কল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 4, 2023 11:26 am
তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীৰ সৈতে ৰিপুন বৰা। ফাইল ফটো: সংগ্ৰহীত।

তৃণমূলৰ নেতা অভিষেক বেনাৰ্জীৰ সৈতে ৰিপুন বৰা। ফাইল ফটো: সংগ্ৰহীত।

402
VIEWS
Share on FacebookShare on Twitter

তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি ৰিপুন বৰা পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী হোৱাৰ চৰ্চা চলিছে। তেওঁ  গোৱাৰ লুইচিনহ’ ফেলিৰিয়ে খালী কৰা ৰাজ্যসভাৰ আসনখনৰ প্ৰাৰ্থী হ’ব পাৰে। ৰাজ্যখনৰ স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, অন্তিম মুহূৰ্তত কোনো পৰিৱৰ্তন নহ’লে এই নামটো চূড়ান্ত বুলি ক’ব পাৰি।

সূত্ৰ মতে, এই বিষয়ে ৰিপুণ বৰাক অৱগত কৰা হৈছে। তৃণমূল কংগ্ৰেছে প্ৰাক্তন সাংসদ ৰিপুন বৰাক সন্মুখত ৰাখি অসমত সংগঠন বৃদ্ধিৰ বাবে কাম কৰি আছে। কিন্তু এই ক্ষেত্ৰত সুস্মিতা দেৱে পুনৰ আন এখন আসনত মনোনীত হ’ব নে নহয় তাক লৈও অলপ প্ৰশ্ন আছে। শিলচৰত সুস্মিতাৰ নাম লোকসভাৰ বাবে বিবেচনা কৰা হ’ব পাৰে।

ইপিনে, সুস্মিতা দেৱক ত্ৰিপুৰাত দায়িত্ব দিয়া হৈছিল যদিও তাত দলৰ ফলাফল ভাল কৰাত ব্যৰ্থ হয়। তৃণমূল কংগ্ৰেছে বহিঃৰাজ্যলৈ ইয়াৰ সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিছে। তাৰবাবে বিভিন্ন ৰাজ্যত শক্তিশালী নেতাৰ সন্ধানো কৰিছে।

অসমত তেওঁলোকে প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাক দলটোৰ নেতৃত্ব প্ৰদান কৰিছে আৰু আগন্তুক দিনত দলৰ ভেটি মজবুত কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে। এইবাৰ পশ্চিমবংগত ৰাজ্যসভাৰ এখন আসনৰ বাবে উপ-নিৰ্বাচন আৰু ছয়খনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব।

তৃণমূলৰ সূত্ৰ অনুসৰি, সুখেন্দুশেখৰ ৰায়, ডেৰেক অ’ব্ৰেয়েন, দোলা সেনৰ মনোনয়ন নিশ্চিত হৈছে। কিন্তু শান্তা ছেত্ৰী আৰু সুস্মিতা দেৱ থাকিব নে নতুন কোনোবা মুখ আহিব সেই সন্দৰ্ভত মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ মাজত প্ৰাৰম্ভিক আলোচনা হৈ গৈছে।

তৃণমূল কংগ্ৰেছে পূৰ্বেও অসমত দলৰ ভেটি শক্তিশালী কৰাৰ বাবে ৰাজ্যখনৰ বিভিন্ন নেতাৰ সৈতে গোপন বৈঠকত মিলিত হৈছিল। সেইদৰে, ৰাজ্যৰ এগৰাকী বিৰোধী নেতাৰ সৈতে চুক্তি প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছিল। জানিব পৰা মতে, সেইবাৰো উক্ত নেতাজনক পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ প্ৰাৰ্থী কৰি নিয়াৰ প্ৰস্তাৱ দিয়া হৈছিল। অৱশ্যে কিছু পৰিস্থিতিগত কাৰণত সেই পৰিকল্পনা ব্যৰ্থ হয়।  

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd