• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 6, 2023 11:01 am
শপতনামাত স্বাক্ষৰ কৰিও শান্তি নাই, হোটেলত বন্দী অজিত শিবিৰৰ বিধায়ক; দিল্লীলৈ শাৰদ পাৱাৰ
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আকৰ্ষণীয় হৈ উঠিছে এনচিপি বনাম এনচিপিৰ যুঁজ। খুড়া-ভতিজাৰ যুঁজ এতিয়া নিৰ্বাচন আয়োগৰ ওচৰ পাইছে। বুধবাৰৰ শক্তি প্ৰদৰ্শন বৈঠকৰ পিছত এফালে এনচিপিৰ অজিত পাৱাৰৰ শিবিৰ নিৰ্বাচন আয়োগৰ ওচৰলৈ গৈ দলৰ নাম আৰু প্ৰতীকৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰে। আনপিনে, এনচিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ দিল্লীলৈ গৈ আছে শাৰদ পাৱাৰ।

বুধবাৰৰ বৈঠকতে অজিত পাৱাৰে নিজৰ শিবিৰৰ বিধায়কৰ সৈতে এক শপতনামাত স্বাক্ষৰ কৰে। তথাপিও তেওঁ বিধায়কসকলক বিশ্বাস কৰিব পৰা নাই। জানিব পৰা মতে, অজিত পাৱাৰৰ শিবিৰৰ বিধায়কসকলক মুম্বাইৰ এখন হোটেলত নি ৰখা হৈছে।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি লাভ আন এগৰাকী অসম সন্তান উজ্জল ভূঞাৰ

এনচিপিৰ প্ৰতিষ্ঠাপক প্ৰবীণ নেতা শাৰদ পাৱাৰ আজি পুৱা মুম্বাইৰ পৰা দিল্লী অভিমুখে ৰাওনা হয়। জানিব পৰা মতে, আজি বিয়লি ৩ বজাত দিল্লীত এনচিপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। সেই সভাত অংশগ্ৰহণ কৰিবলৈ ওলাইছে শাৰদ পাৱাৰ।

সূত্ৰ অনুসৰি, দলৰ কৰ্তৃত্ব আৰু প্ৰতীক সন্দৰ্ভত অজিত পাৱাৰৰ শিবিৰে নিৰ্বাচন আয়োগক কৰা আবেদনৰ পৰিপ্ৰেক্ষিতত দলৰ ভৱিষ্যত সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। এনচিপিৰ কাৰ্যকৰী সভানেত্ৰী সুপ্ৰিয়া সুলেও এই বৈঠকত অংশগ্ৰহণ কৰিব।

আনহাতে, কালি এনচিপিৰ অজিত পাৱাৰ শিবিৰৰ নেতাসকলে শপতনামাত স্বাক্ষৰ কৰে যদিও মহাৰাষ্ট্ৰৰ নতুন উপ-মুখ্যমন্ত্ৰীগৰাকী আশ্বস্ত হ’ব পৰা নাই। সেইবাবেই বিধায়কসকলক মুম্বাইৰ এখন হোটেললৈ লৈ যোৱা হৈছে।

লগতে পঢ়ক: উইম্বলডনে ভংগ কৰিলে ১৪৬ বছৰীয়া নিয়ম; এতিয়া মহিলাসকলে পিন্ধিব পাৰিব ৰঙীণ অন্তৰ্বাস

বুধবাৰে মুম্বাইত এনচিপি দুই শিবিৰৰ যি বৈঠক হয়, তাত অজিত পাৱাৰ শিৱিৰৰ বৈঠকত এনচিপিৰ ৫৩ গৰাকী বিধায়কৰ ভিতৰত ৩২ গৰাকী বিধায়ক উপস্থিত থাকে। শাৰদ পাৱাৰৰ বৈঠকত মাত্ৰ ১৪ জন বিধায়কেহে অংশ লয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

ৰাজ্যপালৰ বিধেয়ক গৃহীত কৰাৰ ক্ষমতাক লৈ উচ্চতম ন্যায়ালয়ৰ আপত্তি, কেন্দ্ৰই কি দিলে সঁহাৰি?

August 20, 2025 9:00 pm
জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

জি এম চি এইছৰ ঘটনাৰ তদন্তৰ দাবী অসম নাগৰিক সন্মিলনৰ

August 20, 2025 7:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

মাহেকীয়াৰ ওপৰত মানসিক চাপৰ প্ৰভাৱ হ’ব পাৰে গুৰুতৰ, ৫টা লক্ষণ দেখা পালে হ’ব সাৱধান

August 21, 2025 7:30 am
বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

বয়স বাঢ়িছে, কিন্তু পৰিপক্ক হৈছেনে? কিদৰে জানিব এই কথা…

August 21, 2025 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd