• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

পৃথিৱীক বিদায় জনালে বিশ্বৰ প্ৰসিদ্ধ সাহিত্যিক মিলান কুণ্ডেৰাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 13, 2023 3:22 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পৃথিৱীক বিদায় জনালে বিশ্বৰ প্ৰসিদ্ধ দাৰ্শনিক, পণ্ডিত, নাট্যকাৰ, সাহিত্যিক তথা বিদ্বগ্ধ সমালোচক মিলান কুণ্ডেৰাই। দীৰ্ঘদিনীয়া অসুস্থতাত ভুগি থকা কুণ্ডেৰাই ৯৪ বছৰৰ বয়সত ইহলীলাল সম্বৰণ কৰে।

কুণ্ডেৰাৰ ব্যক্তিগত সংগ্ৰহ থকা মোৰাভিয়ান লাইব্ৰেৰীয়ে বুধবাৰে অৰ্থাৎ ১২ জুলাইত তেওঁৰ মৃত্যুৰ কথা আনুষ্ঠানকিভাৱে ঘোষণা কৰে। এই আনুষ্ঠানিক ঘোষণাৰ লগে লগে বিশ্বজুৰি বিয়পি থকা  কুণ্ডেৰাৰ অনুৰাগী আৰু অনুগামীৰ মাজত শোকৰ বন্যা বৈছে। প্ৰকাশিত খবৰ মতে মিলান কুন্দেৰাৰ মৃত্যু হৈছে ফ্ৰান্সৰ ৰাজধানী পেৰিছত।

১৯২৯ চনৰ ১ এপ্ৰিলত তেতিয়াৰ চেকোশ্লোভাকিয়া আৰু বৰ্তমানৰ চেক-ৰিপাব্লিকত জন্মগ্ৰহণ কৰিছিল বিশ্বৰ প্ৰসিদ্ধ এই মহান লেখকগৰাকীয়ে। ১৯৬৮ চনত ৰাছিয়াৰ প্ৰাগ আক্ৰমণৰ বিষয়ে লিখাৰ বাবে নিজ দেশত সমালোচিত হোৱাৰ পাছত নিৰ্বাসিতও হয় কুণ্ডেৰাই।  

Apply Now

১৯৭৫ চনত ফ্ৰান্সলৈ নিৰ্বাসিত হোৱাৰ পাছত ১৯৭৯ চনত চেকোশ্লোভাকিয়াই কুণ্ডেৰাৰ নাগৰিকত্ব বাতিল কৰে আৰু  ১৯৮১ চনত ফ্ৰান্সৰ নাগৰিকত্ব লাভ কৰে। অৱশ্যে জীৱনৰ প্ৰায় শেষ বয়সত ২০১৯ চনত মিলান কুণ্ডেৰাক পুনৰ চেক নাগৰিকত্ব প্ৰদান কৰা হয়। নিৰ্বাসনৰ সময়ত চেকোশ্লোভাকিয়াত কুণ্ডেৰাৰ প্ৰথমখন উপন্যাস দ্য জ’ক ক নিষিদ্ধ কৰাও হৈছিল।

দ্য আনবেয়াৰেবল লাইটনেছ অৱ বিয়িঙৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত হৈ পৰে মিলান কুণ্ডেৰা। ১৯৮৪ চনত প্ৰকাশিত এই উপন্যাসখন প্ৰায় ৩০টা ভাষালৈ অনুবাদ কৰা হৈছে আৰু ইয়াৰ আধাৰত হলিউডৰ ছবি হিচাপেও নিৰ্মাণো কৰা হৈছে।

কুণ্ডেৰাই কেৱল উপন্যাস ৰচনা কৰাই নহয় এজন নাট্যকাৰ, কবি আৰু প্ৰবন্ধকাৰো আছিল। একবিংশ শতিকাৰ বিশ্বৰ অতি গুৰুত্বপূৰ্ণ চেক লেখক হিচাপে তেওঁ সমগ্ৰ বিশ্বতে প্ৰশংসিত হোৱাৰ লগতে স্বীকৃত হৈছে। কুণ্ডেৰাই বিভিন্ন বঁটা বাহনেৰে সন্মানিত হৈছে। ইয়াৰ ভিতৰত জেৰুজালেম বঁটা, দ্য আষ্ট্ৰীয়ান ষ্টেট প্ৰাইজ ফ’ৰ ইউৰোপীয়ান লিটাৰেচাৰ, ভিলেনিকা আন্তঃৰাষ্ট্ৰীয় সাহিত্য মহোৎসৱ সন্মান, হাৰ্ডাৰ প্ৰাইজ আৰু চেক ষ্টেট লিটাৰেচাৰ প্ৰাইজ আদি বঁটা আৰু সন্মানো আছে।

২০১৫ চনত কুণ্ডেৰাৰ শেষৰখন উপন্যাস দ্য ফেষ্টিভেল অফ ইনছিগনিফিকেনছ প্ৰকাশ পাইছিল। মাৰ্কিন সংবাদ পত্ৰ দ্য নিউয়ৰ্ক টাইমছ-এ  মিলান কুণ্ডেৰাক “লিটাৰেৰি ষ্টাৰ” অৰ্থাৎ ‘তাৰকা সাহিত্যিক’ বুলি বিভূষিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

June 10, 2026 8:27 am
জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

সন্তানৰ জন্মৰ পাছত বলীউড এৰিলে নেকি কেটৰিনা কাইফে? অভিনেত্ৰীগৰাকীৰ সিদ্ধান্তক লৈ তীব্ৰ চৰ্চা

June 9, 2026 9:43 pm
২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

২৪ জন ভাৰতীয় নাৱিক থকা বাণিজ্যিক জাহাজত আমেৰিকাৰ আক্ৰমণ, দায়িত্ব স্বীকাৰ কৰি দিলে এই উত্তৰ

June 9, 2026 9:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

পেট্ৰ’লতকৈ ২০ টকা সস্তা! বজাৰলৈ আহিল পৰিৱেশ-অনুকূল ‘ই-৮৫’, আপোনাৰ গাড়ীত চলিবনে এই নতুন ইন্ধন?

June 10, 2026 8:27 am
জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

জন্ম নিৰোধক যন্ত্ৰলৈ ৰূপান্তৰিত হৈছে আই ফোন! ২০০৭ চনৰ পৰাই কমিছে জন্মৰ হাৰ

June 10, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd