• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোডীৰ লগত বিদেশ ভ্ৰমণ কৰা এইগৰাকী মহিলা কোন? কি কৰে তেওঁ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2023 6:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সকলোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণৰ ওপৰত দৃষ্টি ৰাখে। প্ৰধানমন্ত্ৰীৰ সকলো বিদেশ ভ্ৰমণত এগৰাকী মহিলাই সংগ দিয়া দেখা যায়। বিশেষকৈ তেওঁৰ গুৰুত্বপূৰ্ণ সভাবোৰত এই ভদ্ৰমহিলাগৰাকী সদায় উপস্থিত থাকে। কিন্তু মহিলাগৰাকী কোন? মোডীৰ বিদেশ ভ্ৰমণত তেওঁৰ উপস্থিতি কিয় ইমান অপৰিহাৰ্য? প্ৰায়সকল মানুহৰে মনলৈ এই প্ৰশ্ন আহে।

তেওঁ হৈছে গুৰদ্বীপ কৌৰ চাওলা। জন্মসূত্ৰে ভাৰতীয় যদিও বৰ্তমান আমেৰিকাত বাস কৰে। এইগৰাকী মহিলা এগৰাকী সফল উদ্যোগী। কিন্তু সেয়াই তেওঁৰ একমাত্ৰ পৰিচয় নহয়। দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত বি এ আৰু এম এ ডিগ্ৰী লাভ কৰাৰ পিছত ৰাজনীতি বিজ্ঞানত এম এ আৰু পি এইচ ডি কৰে।

এই মহিলাগৰাকীয়ে ভাৰতৰ সংসদৰ লগতে আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ পৰাও বিশেষ প্ৰশিক্ষণ লাভ কৰিছে। ২১ বছৰ বয়সত তেওঁ সংসদত দোভাষী হিচাপে নিযুক্তি লাভ কৰে। অনুবাদ আৰু ব্যাখ্যাৰ ক্ষেত্ৰত তেওঁৰ ৩০ বছৰীয়া অভিজ্ঞতা আছে। আৰু মোদীয়ে তেওঁৰ ভাষণ অনুবাদ কৰাৰ ক্ষেত্ৰত এই অভিজ্ঞ মহিলাগৰাকীক বিশ্বাস কৰি আহিছে। সেয়ে মহিলাগৰাকীক মোডীৰ বিদেশ ভ্ৰমণত লগতে থকা দেখা যায়। আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামা, ড’নাল্ড ট্ৰাম্প আৰু বৰ্তমানৰ জো বাইডেনৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠকৰ সময়ত তেওঁক দেখা গৈছে।

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিদেশ ভ্ৰমণ কেৱল দেশৰ বাবেই নহয়, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি আৰু কূটনীতিৰ বাবেও অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। শেহতীয়াকৈ আমেৰিকা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে বৈদেশিক নীতি সন্দৰ্ভত আলোচনা আৰু আমেৰিকাৰ ব্যৱসায়ীসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁৰ ভ্ৰমণৰ অন্তত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সংস্থাই ভাৰতত বৃহৎ বিনিয়োগৰ কথা ঘোষণা কৰে।

এনে আলোচনাবোৰ প্ৰধানমন্ত্ৰীৰ লগত আন কিছুমান বিষয়া আৰু কৰ্মচাৰী থাকে যিয়ে এই কূটনৈতিক সাক্ষাৎকাৰ আৰু আলোচনাত বিশেষ ভূমিকা পালন কৰে। তাৰে এগৰাকী হৈছে এই গুৰদ্বীপ, যিয়ে মোডীৰ ভাষণ হিন্দীৰ পৰা ইংৰাজীলৈ অনুবাদ কৰে।

কেৱল মোডীক নহয়, এই বিষয়ত বহু ৰাজ্যৰ নেতাই তেওঁক বিশ্বাস কৰে। ২০১০ চনত বাৰাক ওবামাৰ প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত গুৰদ্বীপে সংগ দিছিল। ২০১৫ চনত ওবামাৰ গণৰাজ্য দিৱসৰ ভাষণো অনুবাদ কৰিছিল। ভাৰতৰ উপৰি আমেৰিকা আৰু কানাডাৰ কূটনৈতিক মহলত গুৰদ্বীপ কৌৰ চাওলাৰ যথেষ্ট গুৰুত্ব আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd