• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ মোদী চৰকাৰে এইবাৰ বিক্ৰী কৰিব বিলাহী!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 12, 2023 8:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিলাহী মূল্যবৃদ্ধিৰ জুইয়ে দহিছে মধ্যবিত্ত শ্ৰেণীক। সমগ্ৰ দেশতে অভাৱনীয় হাৰত বৃদ্ধি পাইছে বিহালীৰ মূল্য। কোনো কোনো ৰাজ্যত বিলাহীৰ মূল্য প্ৰতি কেজিত ১৫০ টকাৰ পৰা ২৫০ টকা পৰ্যন্ত হৈছে।

এনে পৰিস্থিতিত কেন্দ্ৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগে উদ্যোগ লৈ জনসাধাৰণক সকাহ দিবলৈ লৈছে বিশেষ সিদ্ধান্ত। ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফেডাৰেচন আৰু ৰাষ্ট্ৰীয় সমবায় গ্ৰাহক ফেডাৰেচনক কৃষকৰ পৰা পোনপটীয়াকৈ বিলাহী ক্ৰয় কৰি দেশৰ যিবোৰ অঞ্চলত অধিক মূল্যত বিলাহী বিক্ৰী হৈ আছে তাত বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে।

অৰ্থাৎ মোডী চৰকাৰৰ মতে বজাৰত বিলাহীৰ যোগান বৃদ্ধি হ’লেই বিলাহীৰ দাম হ্ৰাস পাব।

Apply Now

সমগ্ৰ দেশতে বিলাহীৰ খেতি হয় যদিও কেইবাখনমান ৰাজ্যত অধিক হাৰত বিলাহীৰ উৎপাদন হয়। ইয়াৰ ভিতৰত আছে অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰ।

কেন্দ্ৰৰ গ্ৰাহক পৰিক্ৰমা বিভাগে সেই তিনিখন ৰাজ্যৰ পৰা বিলাহী ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছে। সূত্ৰ অনুসৰি অহা শুকুৰবাৰৰ পৰা মোডী চৰকাৰে দিল্লী-এনচিআৰত বিলাহী বিক্ৰী কৰিব। ইফালে বিলাহীৰ দাম বৃদ্ধি অনুযায়ী কেন্দ্ৰৰ সংশ্লিষ্ট বিভাগে এখন তালিকা প্ৰস্তুত কৰিছে আৰু সেই সেই অঞ্চলত চৰকাৰে বিলাহী বিক্ৰী কৰিব।

উল্লেখ্য যে দেশৰ প্ৰায় ৬০ শতাংশ বিলাহী উৎপাদন মূলতঃ দক্ষিণ আৰু পশ্চিম ৰাজ্যত হয়। তাৰ পৰা উদ্বৃত্ত সামগ্ৰী যাতে ভাৰতৰ অন্য প্ৰান্তলৈ যোগান ধৰা হয়। বিশেষজ্ঞসকলে কয় যে দেশৰ বিভিন্ন প্ৰান্তত বিলাহী উৎপাদনৰ বতৰ একে নহয়। দাম বৃদ্ধিৰ কাৰণ হিচাপে পৰিবহণৰ সময়ত ফচলৰ ক্ষতি আৰু উষ্ণ জলবায়ু বুলি কোৱা হৈছে।

বৰ্তমান গুজৰাট, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা বিলাহী যোগান ধৰা হৈছে। দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত উপলব্ধ বিলাহী হিমাচল প্ৰদেশ আৰু কৰ্ণাটকত উৎপাদন কৰা হয়।

প্ৰসংগক্ৰমে বাৰিষাৰ আৰম্ভণিতে শাক-পাচলিৰ দাম বৃদ্ধি পাইছে। কিন্তু বিলাহীৰ দাম অধিক হাৰত বৃদ্ধি পাইছে। খুচুৰা বজাৰত বিলাহীৰ মূল্য ১৫০ টকাৰ পৰা ২৫০ টকালৈকে বৃদ্ধি পাইছে। পাইকাৰী বজাৰত বিলাহী ৮০-১০০ টকাৰ হাৰত বিক্ৰী কৰা হৈছে। বৰ্তমান দেশৰ বিভিন্ন বজাৰত প্ৰতি কেজি বিলাহীৰ দাম ১৪০-১৬০ টকা।  

এতিয়া প্ৰশ্ন হৈছে, কেন্দ্ৰৰ এই পদক্ষেপৰ দ্বাৰা মধ্যবিত্ত শ্ৰেণী সঁচাই লাভৱান হ’ব নে?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd