• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উদীয়মান শিল্পী ডেইজী গগৈলৈ সাংস্কৃতিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় জলপানি, গৌৰৱাম্বিত গোগামুখবাসী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 16, 2023 5:13 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ অসমত উজান উঠিছে তৰুণ প্ৰজন্মৰ প্ৰতিভাৰ। ইটোৰ পিছত সিটোকৈ অসমৰ সাংস্কৃতিক, শৈক্ষিক, সামাজিক আৰু ক্ৰীড়াৰ জগতলৈ সুনাম কঢ়িয়াই আনিছে বিভিন্ন প্ৰতিভাধৰ তৰুণ-তৰুণীয়ে। বিভিন্ন প্ৰতিযোগিতাৰে নিজৰ প্ৰতিভাক জিলিকাই তুলিবলৈ যেন আজিৰ প্ৰজন্ম বদ্ধপৰিকৰ।

Apply Now

এইদৰে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে উদীয়মান শিল্পীসকললৈ প্ৰদান কৰি অহা ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ অন্যতম এগৰাকী সম্ভাৱনাময়ী প্ৰতিভা ডেইজী গগৈয়ে।

স্কুলীয়া সময়ৰ পৰাই নিয়মিত অধ্যয়নৰ লগতে নৃত্য-গীত-অভিনয় কৰি ভালপোৱা ডেইজীয়ে এই জলপানি লাভ কৰিছে গুৰু প্ৰবীণ কুমাৰ শইকীয়াৰ তত্ত্বাৱধানত ‘লোকনাট্য’ৰ শাখাত।

গোগামুখস্থিত ঐতিহাসিক সোৱণশিৰি মহাবিদ্যালয়ৰ পৰা স্নাতক ডেইজীয়ে ২০২০ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ পৰা নাট্যকলা বিভাগত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে। ইয়াৰ পৰাই তেওঁ যশস্বী পৰিচালক ক্ৰমে জ্যোতিনাৰায়ণ নাথ, গুণমণি শইকীয়া, প্ৰবীণ কুমাৰ শইকীয়া, প্ৰাঞ্জল বুঢ়াগোঁহাই, ৰশ্মিৰেখা শইকীয়াৰ পৰিচালনাত বিভিন্ন মঞ্চত নাটক, টিভি ধাৰাবাহিক আদিত বলিষ্ঠ অভিনয়ৰে আত্ম প্ৰকাশ কৰিবলৈ সক্ষম হৈছে।

তদুপৰি সংগীত নাটক অকাডেমীয়ে উৰিষ্যাত অনুষ্ঠিত কৰা ১৯ সংখ্যক ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ, কেনফেষ্ট-২০২২ আৰু চলিত বৰ্ষত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় (এন এছ ডি) নতুন দিল্লীয়ে আগৰতলাত আয়োজন কৰা শিশু নাট্য মহোৎসৱ, জচনেবচপনত আৰু মণিপুৰৰ ষষ্ঠসংখ্যক খোনদংবাম বজেন্দ্ৰ নাট্যমহোৎসৱত অভিনয় কৰি শ্ৰোতা-দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

অভিনয়ৰ উপৰিও বিহুনাচ আৰু সত্ৰীয়া নৃত্যতো পাৰ্গতালি থকা ডেইজীয়ে অসম চৰকাৰৰ বিহুনাচৰ বিশ্ব অভিলেখত কামৰূপ(নগৰ) হৈ প্ৰতিনিধিত্ব কৰিছে। তদুপৰি ক’ৰ’না কালত সাংস্কৃতিক সংস্থা ‘ৰ’দ‘-এ আয়োজন কৰা অনলাইন সদৌ অসম বিহুনামৰ প্ৰতিযোগিতাত তেওঁ প্ৰথম স্থান লাভ কৰিছিল।

উল্লেখ্য গোগামুখ নিবাসী ডেইজী গগৈ প্ৰয়াত বদন গগৈ আৰু ৰীমা গগৈৰ দ্বিতীয় কন্যা। ডেইজীৰ এই প্ৰাপ্তিত লখিমপুৰ-ধেমাজীৰ সংস্কৃতিপ্ৰেমী ৰাইজ উৎসাহিত হোৱাৰ লগতে গোগামুখীয়া ৰাইজে ডেইজীক উষ্ম অভিনন্দন জনোৱা পৰিলক্ষিত হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

চুগাৰ আৰু কলেষ্টেৰলৰ ভয়ত মিঠাই খোৱা এৰিছে নেকি? পূজাত চকলেটেৰে ঘৰতে বনাওক এই স্বাস্থ্যসন্মত ব্যঞ্জন

October 15, 2026 7:38 am
দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

দিল্লীত সাংবাদিকৰ ওপৰত আৰক্ষীৰ নিৰ্যাতনৰ বিৰুদ্ধে গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰতিবাদী সমাৱেশৰ আহ্বান

October 14, 2026 10:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

কন্যাৰ ন্যায় বিচাৰি ইণ্ডিয়া গেটত ধৰ্ণা! মাজনিশা অংকিতা ভাণ্ডাৰীৰ শোকসন্তপ্ত পিতৃ-মাতৃক কিয় আটক কৰিলে দিল্লী আৰক্ষীয়ে?

October 15, 2026 10:50 am
ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

ইণ্ডোনেছিয়া আৰু নেপাল কঁপাই এইবাৰ ভাৰত পালেহি ‘ৱান পীচ’ৰ পতাকা! এনিমেৰ এটা চিহ্ন কিদৰে হ’ল আন্দোলনৰ নতুন অস্ত্ৰ?

October 15, 2026 8:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd