• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শতবৰ্ষ গৰকিবলৈ ওলোৱা লেখক, চাহশিল্পৰ বিশেষজ্ঞ প্ৰদীপ চন্দ্ৰ দত্ত আৰু নাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 19, 2023 8:40 pm
43.3k
VIEWS
Share on FacebookShare on Twitter

যোৰহাটৰ বঙালপুখুৰী নিবাসী শ্ৰী প্ৰদীপ চন্দ্ৰ দত্তই বুধবাৰে বিয়লি বাৰ্ধক্যজনিত কাৰণত ৯৮ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে। গোলাঘাটৰ দ চমুৱা গাঁৱৰ স্বৰ্গীয় পূৰ্ণচন্দ্ৰ দত্তৰ দ্বিতীয় সন্তান প্ৰদীপ চন্দ্ৰ দত্তই এক বৰ্ণাঢ্য জীৱন পৰিক্ৰমা সম্পূৰ্ণ কৰে। 

২০১৪ চনত তেখেতৰ সহধৰ্মীনি  সুলেখিকা তথা অভিনেত্ৰী নানু দত্তৰ বিয়োগৰ পিছত তেখেতে লেখা পঢ়াৰ কামত নিজকে ব্যস্ত কৰি ৰাখে। 

১৯২৮ চনৰ ২৮ ডিচেম্বৰত জন্ম হোৱা প্ৰদীপ চন্দ্ৰ দত্তই তেখেতৰ ৰোমাঞ্চকৰ জীৱনৰ আত্মকথা “সময় আৰু সংগ্ৰাম” ৰচনা কৰে। 

গোলাঘাটৰ হামদৈ আৰু বেজবৰুৱা স্কুলত কিছুদিন পঢ়ি তেখেতে মোমায়েকৰ ঘৰত থাকি নগাঁৱ চৰকাৰী হাইস্কুলত পঢ়া শুনা কৰে। পঢ়া-শুনা, খেলা-ধূলা, অভিনয় আদি সকলো কামতে তেখেতৰ প্ৰতিভা ফুটি উঠে। 

নগাঁৱত পঢ়াৰ সময়ৰ পৰাই বিশিষ্ট সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া আছিল তেখেতৰ নলে-গলে লগা বন্ধু ।  কৰ্মক্ষেত্ৰত এজন চাহ শিল্পৰ বিশেষজ্ঞ আছিল তেওঁ। ব্যৱসায়ত যোৰহাটৰ হেমেন্দ্ৰ প্ৰসাদ বৰুৱাৰ তেখেত সোঁহাত স্বৰূপ আছিল। প্ৰায় ৮০ বছৰ বয়সলৈকে তেওঁ চাহ উদ্যোগৰ পৰামৰ্শদাতা আছিল। 

ইয়াৰ উপৰিও গুৱাহাটীৰ সন্মানীয় গিৰিজানন্দ বিশ্ববিদ্যালয়ৰ প্ৰথম মেনেজিং ট্ৰাষ্ট্ৰী আছিল প্ৰদীপ চন্দ্ৰ বৰুৱা। তেওঁ দুখীয়া-নিছলা মানুহক সহায় কৰি ভাল পাইছিল।

অতি স্পষ্টবাদী আৰু নিৰ্ভীক প্ৰদীপ দত্ত নিজে হাতে কামে কৰি ভালপোৱা এজন আদৰ্শৱান পুৰুষ আছিল। তেখেতৰ মৃত্যুত যোৰহাটৰ বঙাল পুখুৰী তথা ন-আলিৰ অঞ্চলত শোঁকৰ ছাঁ বিৰাজ কৰিছে। তেখেতৰ আত্মজীৱনী ‘সময় আৰু সংগ্ৰাম’ এখন অতি মনোৰম অভিজ্ঞতাৰে ভৰা জনপ্ৰিয় গ্ৰন্থ। গ্ৰন্থখনি সময়ৰো এক দলিলস্বৰূপ।

পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে যোৰহাটৰ তৰাজানত তেখেতৰ নশ্বৰ দেহৰ শেষকৃত সম্পন্ন কৰা হ’ব।

Recent News

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

চৰকাৰী চিকিৎসালয়ত ভুৱা হৃদৰোগ বিশেষজ্ঞ! ৫০ টাতকৈও অধিক অস্ত্ৰোপচাৰ কৰিছিল এই গৰাকী  চিকিৎসকে

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

অবৈধ অনুপ্ৰৱেশকাৰীক লৈ ৰণক্ষেত্ৰত পৰিণত লছ এঞ্জেলছ! হিংসা ৰোধৰ বাবে ২০০০ সেনা মোতায়েন

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

কলম্বিয়াত সভা চলি থকাৰ মাজতে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীক দুৰ্বৃত্তৰ উপৰ্যুপৰি গুলী; এজনক গ্ৰেপ্তাৰ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

ঈদৰ দিনা শ্ৰীনগৰৰ জামা মছজিদত নামাজ নিষিদ্ধ কৰিলে কৰ্তৃপক্ষই; মিৰৱাজক গৃহবন্দীৰ অভিযোগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd