• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অশনি সংকেত! উৰুগুৱেৰ উপকূলত ২০০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ; উদ্বিগ্ন জীৱবিজ্ঞানী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 1:43 pm
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰাধিক পৰিৱেশ প্ৰদূষণ, যাৰ ফলত জলবায়ুৰ বিপজ্জনক পৰিৱৰ্তনৰ সাক্ষী হৈছে ইউৰোপৰ চলিত গ্ৰীষ্মকাল। কোনো কোনো ঠাইত তাপমাত্ৰা ৪৫-৫০ ডিগ্ৰী পৰ্যন্ত পাইছে। এইবাৰ উত্তৰ আমেৰিকাৰ দেশ উৰুগুৱেৰ সাগৰৰ উপকূলত ২ হাজাৰ পেংগুইনৰ ৰহস্যজনক মৃত্যুৱে জীৱবিজ্ঞানীসকলক উদ্বিগ্ন কৰি তুলিছে।

স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰৰ মতে, বিগত দহ দিনত আটলাণ্টিক মহাসাগৰৰ উপকূলৰ পৰা অসংখ্য নিথৰ পেংগুইনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

উৰুগুৱেৰ পৰিৱেশ মন্ত্ৰালয়ৰ মুৰব্বী কাৰ্মেন লেইজাগোয়েনে কয় যে মৃত পেংগুইনবোৰ মেগেলানিক প্ৰজাতিৰ। সাগৰৰ গভীৰ পানীত থকা অৱস্থাত সিহঁতৰ মৃত্যু হৈছে। সাগৰ ঢৌত মৃতদেহবোৰ ভাহি আহিছে উৰুগুৱেৰ উপকূলত।

Apply Now

লগতে পঢ়ক: মহিলাৰ সৈতে অসৎ আচৰণৰ বাবে উলিয়াই দিয়া ব্যক্তিয়ে ‘প্ৰতিশোধ’ত জ্বলাই দিলে বাৰ! মৃত ১১ জন

কাৰ্মেনে লগতে কয়, ‘’পেংগুইনবোৰ মহাসাগৰৰ গভীৰ পানীত থকা সময়তে মৃত্যুমুখত পৰিছে। সিহঁত অনাহাৰে আছিল, সিহঁতৰ শৰীৰৰ চৰ্বি নাছিল।”

পৰিৱেশ মন্ত্ৰালয়ৰ মুৰব্বীগৰাকীয়ে কয় যে কিছুমান ক্ষেত্ৰত পেংগুইনৰ মৃত্যু হয় এভিয়ান ইনফ্লুৱেঞ্জাত। পৰীক্ষা কৰা মৃত জীৱ-জন্তুবোৰৰ এই ৰোগ নাছিল। সেইবাবেই প্ৰায় ২০০০ পেংগুইনৰ মৃত্যু ৰহস্যঘন হৈ পৰিছে।

দক্ষিণ আৰ্জেণ্টিনাত মেগেলানিক পেংগুইনে বাহ সাজে। দক্ষিণ গোলাৰ্ধৰ তীব্ৰ শীতকাল আৰম্ভ হ’লে সিহঁতে খাদ্য আৰু গৰম পানীৰ সন্ধানত উত্তৰ দিশলৈ ৰাওনা হয়। ব্ৰাজিলৰ এস্পিৰিটো ছান্টো ৰাজ্যৰ উপকূলত গৈ উপনীত হয়।

কাৰ্মেনে কয়, “এই যাত্ৰাৰ সময়ত বাটত কিছুমান চৰাইৰ মৃত্যু হোৱাটো স্বাভাৱিক। কিন্তু ইমানবোৰ মৃত্যু কেনেকৈ হ’ব!” উৰুগুৱেৰ আটলাণ্টিক মহাসাগৰৰ উপকূলৰ পৰা ১০ মাইলৰ ভিতৰত ৫০০ পেংগুইনৰ মৃতদেহ উদ্ধাৰ হৈছে।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

একাংশ জীৱবিজ্ঞানীৰ দাবী যে অবৈধভাৱে মাছ ধৰা কাৰ্যই পেংগুইনৰ ব্যাপক হাৰত মৃত্যুৰ বাবে দায়ী। সাগৰত খাদ্যৰ অভাৱত খাবলৈ নাপাই পেংগুইনৰ মৃত্যু ঘটিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

বান সাহায্য বিতৰণক লৈ ৰাজনৈতিক সংঘাত! অখিল গগৈৰ বিৰুদ্ধে দাখিল ৮ খনকৈ এজাহাৰ

August 26, 2026 7:44 pm
পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

পোছাকক লৈ বিতৰ্ক! গিভাই আঁতৰালে কৃতি শেননৰ ৰক্ষা বন্ধনৰ বিজ্ঞাপন

August 26, 2026 7:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm
মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

মহাকাল মন্দিৰলৈ যোৱাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা : জনপ্ৰিয় ইউটিউবাৰ আৰু মাতৃৰ মৃত্যু

August 26, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd