• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 9:26 am
এতিয়াৰে পৰা হোৱাটছএপত প্ৰেৰণ কৰিব পাৰিব ভিডিঅ’ মেছেজ; কেনেদৰে কৰিব ব্যৱহাৰ?
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তাৎক্ষণিকভাৱে (instant) বাৰ্তা প্ৰেৰণ কৰা এপ হোৱাটছএপে ইয়াৰ প্লেটফৰ্মত অহৰহ এনে ফিচাৰ্ছ আনিছে যাতে ইয়াক অতি সহজে ব্যৱহাৰ কৰিব পৰা যায়। এতিয়ালৈকে আপুনি হোৱাটছএপত কাৰোবাক মেছেজ কৰিবলৈ টাইপিং আৰু ভইচ ৰেকৰ্ডিঙৰ আশ্ৰয় লৈছিল, কিন্তু এতিয়া কোম্পানীয়ে তৃতীয়টো বিকল্পও দিবলৈ ওলাইছে। এতিয়া WhatsApp ত আপুনি যিকোনো ব্যক্তিক ভিডিঅ’ মেছেজ কৰিব পাৰিব। অতি সোনকালে এই ফিচাৰ্ছ সকলো ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰা হ’ব।

মেটাৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গে নিজৰ ফেচবুক হেণ্ডেলৰ পৰা এটা পোষ্টৰ জৰিয়তে হোৱাটছএপৰ নতুন ফিচাৰৰ বিষয়ে তথ্য প্ৰদান কৰিছে। এই ফিচাৰৰ সহায়ত এতিয়া হোৱাটছএপ ব্যৱহাৰকাৰীয়ে যিকোনো ব্যক্তিলৈ চুটি ভিডিঅ’ মেছেজ প্ৰেৰণ কৰিব পাৰিব। সেয়া এতিয়াৰ দৰে পঠিয়াবলৈ ভিডিঅ’ এটা প্ৰি-ৰেকৰ্ডিং কৰি চেভ কৰাৰ প্ৰয়োজন নাই। বন্ধু-বান্ধৱী আৰু আত্মীয়-স্বজনৰ লগত লাইভ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব।

WhatsApp ত বাৰ্তা প্ৰেৰণৰ বহু উপায় আছে। ইচ্ছা কৰিলেই টেক্সট ফৰ্মেটত বাৰ্তা প্ৰেৰণ কৰিব বা ভইচ মেছেজ প্ৰেৰণ কৰিব পাৰে। ৰেকৰ্ডিং কৰা বাৰ্তাও প্ৰেৰণ কৰিব পাৰে। টেক্সট মেছেজত টাইপিং কৰিব লাগে, ভইচ মেছেজত স্ক্ৰীণত থকা মাইক আইকনত ক্লিক কৰি ৰেকৰ্ডিং কৰিব লাগে, কিন্তু এতিয়ালৈকে ভিডিঅ’ মেছেজৰ কোনো ফিচাৰ নাছিল। ভিডিঅ’ মেছেজৰ বাবে আমি প্ৰথমে ভিডিঅ’টো ৰেকৰ্ড কৰি তাৰ পিছত গেলেৰীত চেভ কৰি চেট বক্সত ভিডিঅ’টো সংলগ্ন কৰি পঠিয়াব লাগিছিল।

এতিয়া আৰু ইমান দীঘলীয়া প্ৰক্ৰিয়াৰ মাজেৰে যাব নালাগে। এতিয়া ভইচ মেছেজৰ আইকন ভিডিঅ’ ৰেকৰ্ড কৰাৰ বিকল্প পাব। ভইচ মেছেজৰ আইকনত ক্লিক কৰিলে কেমেৰা অন হ’ব যাতে আপুনি চেলফি মেছেজ আৰু ৰিয়াৰ কেমেৰা দুয়োটাৰে ভিডিঅ’ ৰেকৰ্ড কৰিব পাৰিব। ভিডিঅ’ মেছেজ ফিচাৰত ৬০ ছেকেণ্ডৰ ভিডিঅ’ শ্বেয়াৰ কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

চাৰি বছৰৰ পাছত ন্যায় পালে নন্দিতা শইকীয়াৰ পৰিয়ালেঃ হত্যাকাৰী ৰিণ্টুক দোষী সাব্যস্ত আদালতৰ

August 20, 2025 2:59 pm
আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

আশ্ৰয় বিচাৰি পালে দুটা ভালুক পোৱালিয়ে : দিহিং পাটকাই অভৰায়ণ্যত মেলি দিয়া হ’ল দুটা অনাথ পোৱালি

August 20, 2025 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তান দত্তক লোৱাৰ প্ৰক্ৰিয়াটো জটিল আৰু হতাশাজনক! আইন পৰিৱৰ্তনৰ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ বৈধতাক প্ৰত্যাহ্বান জনোৱা গোচৰ খাৰিজ উচ্চতম ন্যায়ালয়ৰ

August 20, 2025 5:29 pm
‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

‘সমস্যা ক’ত?’, কংগ্ৰেছৰ বিপৰীত সুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীক অপসাৰণ কৰা বিধেয়কক সমৰ্থন শশী থাৰুৰৰ

August 20, 2025 3:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd