• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 29, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰুতৰভাৱে অসুস্থ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য; ৰখা হৈছে ভেন্টিলেচনত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2023 10:10 am
পশ্চিমবংগৰ প্রাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। ফাইল ফটো: সংগ্ৰহীত।

পশ্চিমবংগৰ প্রাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্য। ফাইল ফটো: সংগ্ৰহীত।

520
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বাওঁপন্থী নেতা বুদ্ধদেৱ ভট্টাচাৰ্য গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে। তেওঁক বৰ্তমান হাস্পাতালৰ ভেন্টিলেচনত ৰখা হৈছে। শনিবাৰে বিয়লি হাওঁফাওঁৰ সংক্ৰমণ, উশাহ-নিশাহৰ সমস্যা আৰু নিউমোনিয়াৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যক কলকাতাৰ উডলেণ্ডছ হাস্পতালত ভৰ্তি কৰোৱা হয়। ইয়াৰ পিছত তেওঁক নন-ইনভেছিভ ভেণ্টিলেচনত ভৰ্তি কৰা হৈছে।

চিকিৎসালয়ৰ সূত্ৰ অনুসৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অৱস্থা এতিয়াও সংকটজনক। পূৰ্বতকৈ শাৰীৰিক অৱস্থাৰ বিশেষ উন্নতি হোৱা নাই। নিশা তেওঁক ইনভেছিভ ভেন্টিলেচনত ভৰ্তি কৰা হৈছিল। অৱশ্যে শনিবাৰে দুপৰীয়াৰ তুলনাত তেওঁৰ শাৰীৰিক অৱস্থা কিছু সুস্থিৰ বুলি কোৱা হৈছে।

বাতৰি অনুসৰি, বুধবাৰে বুদ্ধদেৱৰ নিউমোনিয়া ধৰা পৰে। শনিবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। হঠাতে তেওঁ গুৰুতৰভাৱে অসুস্থ হৈ পৰাত দুপৰীয়া তেওঁক উডলেণ্ডছ হাস্পাতলললৈ লৈ যোৱা হয়। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ চিকিৎসাৰ বাবে হৃদৰোগ বিশেষজ্ঞকে ধৰি ৮ গৰাকী চিকিৎসকক লৈ এখন চিকিৎসা ব’ৰ্ড গঠন কৰা হৈছে।

বুদ্ধদেৱ ভট্টাচাৰ্যৰ অসুস্থতাৰ খবৰ শুনাৰ পিছতে ৰাজ্যপাল চি ভি আনন্দ বসু শনিবাৰে বিয়লি চিকিৎসালয়লৈ যায়। বাওঁ মৰ্চাৰ বহু নেতাও চিকিৎসালয়ত উপস্থিত হয়। ৰাজ্যখনৰ বিভিন্ন শ্ৰেণীৰ লোকে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে।

Recent News

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

প্ৰস্তাৱিত সংহত ভূমি আইনৰ  বিৰোধীতা, অসমৰ সকলো ভূমিৰ জৰীপৰ দাবী অসম ৰাজ্যিক কৃষক সভাৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

ইণ্টাৰনেট আৰু মদেই ধৰ্ষণৰ কাৰণ : দাবী মধ্যপ্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধানৰ

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

নিৰ্বাচিত হ’ল এছ এফ আইৰ নতুন সাধাৰণ সম্পাদক আৰু সভাপতি : কোনে কোনে পালে দায়িত্ব?

মেকুৰীক কেতিয়াও অৱহেলা নকৰিব : পৃথিৱীৰ পৰা মেকুৰী বিলুপ্ত হ’লে কি হ’ব জানিলে চকু কপালত উঠিব

মেকুৰীক কেতিয়াও অৱহেলা নকৰিব : পৃথিৱীৰ পৰা মেকুৰী বিলুপ্ত হ’লে কি হ’ব জানিলে চকু কপালত উঠিব

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd