• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিহা ভৰসা: আপোনাৰ সমস্যা, আমাৰ সমাধান; প্ৰেৰণ কৰক আপোনাৰ প্ৰশ্ন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 5, 2023 8:18 pm
problems and solutions
2.2k
VIEWS
Share on FacebookShare on Twitter

প্ৰশ্নঃ মোৰ স্বামীয়ে এক অবৈধ সম্পৰ্কত লিপ্ত হোৱা বুলি জানিব পাৰি মই ভাগি পৰিছো। মানুহ কিয় পৰকীয়া প্ৰেমৰ প্ৰতি আকৃষ্ট হয়। মই কি কৰোঁ? সেই মহিলাগৰাকীৰ পৰা মই মোৰ স্বামীক মোৰ ওচৰলৈ কেনেকৈ ঘূৰাই আনো। কিবা উপায় আছেনে? (প্ৰশ্নকৰ্তা- জ্যোতি শইকীয়া, বয়স – ৩৪, গোলাঘাট)

উঃ কি উত্তৰ দিওঁ? আপোনাৰ প্ৰতি তেওঁৰ মৰম চেনেহ আছে নাই? আপুনি এটা কাম কৰক, আপোনাৰ আৰু তেওঁৰ দুয়োৰো উমৈহতীয়া বন্ধু যদি কোনোবা আছে প্ৰথমে তেওঁৰ লগত কথাটো পাতকচোন। কথাটো জটিল।কথা পাতি উঠাৰ পিছত আকৌ মোৰ লগত যোগাযোগ কৰিব।

প্ৰশ্নঃ শুনিছোঁ আত্মাৰ মৰণ নাই। মানুহ মৰিলে মানুহৰ আত্মাটো কি হয়? ক’লৈ যায়? (প্ৰশ্নকৰ্তা- নয়ন দাস, বয়স – ২৩, তেজপুৰ)

উঃ আত্মা মানে কি? আত্মা মানে যদি আমি চেতনা বুলি কওঁ তেন্তে এই চেতনা এটা শাৰীৰিক আৰু মানসিক উপাদানৰ সংমিশ্ৰণ। মৃত্যুৰ লগে লগে এই প্ৰক্ৰিয়াটো বন্ধ হৈ যায়। গতিকে আত্মা অমৰ বুলি কোনো এটা কথা নাই।

প্ৰশ্নঃ মই প্ৰথম বিভাগত ৰাজনীতি বিজ্ঞানত বি এ পাছ কৰিলো। কিন্তু তাৰ পিছত নামভৰ্তিৰ কাৰণে দিয়া পৰীক্ষাবোৰত মই ভাল নম্বৰ নাপালোঁ। এতিয়া মই কি কৰো? (প্ৰশ্নকৰ্তা- কুলদীপ গগৈ, বয়স- ২২, নলবাৰী)

উঃ তুমি একো চিন্তা নকৰিবা। নিজৰ বিষয়ত মনপুতি লাগি পঢ়া শুনা কৰি থাকা আৰু লগে লগে প্ৰশাসনিক বিষয়াৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থাকা।

উত্তৰদাতা – অৰিন্দম বৰুৱা।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd