• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নৃশংস! চুৰিৰ সন্দেহত দুই শিশুক অকথ্য নিৰ্যাতন; প্ৰস্ৰাৱ খাবলৈ বাধ্য কৰি গুহ্যদ্বাৰত সানি দিলে জলকীয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 6, 2023 3:10 pm
Uttar Pradesh Boys Forced To Drink Urine
442
VIEWS
Share on FacebookShare on Twitter

এক নৃশংস কাণ্ড সংঘটিত হৈছে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত। চুৰি কৰাৰ সন্দেহত এগৰাকী ১০ বছৰীয়া শিশু আৰু এটি ১৫ বছৰীয়া কিশোৰক অমানুষিক অত্যাচাৰ চলায় একাংশ লোকে। দুয়োকে শাৰীৰিক প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি দলটোৱে প্ৰস্ৰাৱ খাবলৈও বাধ্য কৰায়।

তদুপৰি দুয়োৰে গুহ্যদ্বাৰত জলকীয়া সানি, বলপূৰ্বকভাৱে কিছুমান অচিনাক্ত বেজীও দিও পাশৱিক নিৰ্যাতন চলায় দলটোৱে। ৰাজ্যখনৰ সিদ্ধাৰ্থনগৰ জিলাত সংঘটিত হৈছে এই ভয়াৱহ কাণ্ড।

দুই শিশুৰ ওপৰত চলোৱা এনে অত্যাচাৰৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে।

ভাইৰেল ভিডিঅ’টোত শিশুদুটিক প্ৰথমে জলকীয়া খাবলৈ হুমকি দিয়াৰ লগতে বটলত থকা প্ৰস্থাৱ খাবলৈ বাধ্য কৰা দেখিবলৈ পোৱা গৈছে। এই কাৰ্য নকৰিলে দুয়োকে প্ৰহাৰ কৰা হ’ব বুলি ভাবুকি দিয়াও শুনিবলৈ পোৱা গৈছে ভিডিঅ’টোত।

আন এক ভিডিঅ’ত দুয়োকে ওলোটাকৈ শুৱাই, পিছফালে হাত বান্ধি এগৰাকী ব্যক্তিয়ে গুহ্যদ্বাৰত জলকীয়া সানি দিয়া দেখিবলৈ পোৱা গৈছে।

এই অমানুষিক নিৰ্যাতনত আটাহ পৰা শিশু দুটিক অশ্ৰাব্য গালি-গালাজ কৰি হালধীয়া ৰঙৰ তৰল পদাৰ্থ ভৰ্তি বেজী শৰীৰত দিয়া দেখিবলৈ পোৱা গৈছে ভিডিঅ’টোত।

এই ভিডিঅ’ দুটা যোৱা ৪ আগষ্টত ৰেকৰ্ডিং কৰা বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ছ’চিয়েল মিডিয়াত ভিডিঅ’ দুটা ভাইৰেল হোৱাৰ পিছতে তাৎক্ষণিকভাৱে আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

আক্ৰমণৰ লগত জড়িত ছয়গৰাকীক আটক কৰা হৈছে বুলি আৰক্ষীয়ে লগতে উল্লেখ কৰে।

Recent News

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগঃ গ্ৰেপ্তাৰ হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰা

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

ৰাষ্ট্ৰসংঘৰ পূৰ্বাভাসঃ ৬.৩% বৃদ্ধি হ’ব ভাৰতৰ অৰ্থনীতি

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

উত্তৰ প্ৰদেশৰ কৃষকৰ পুত্ৰ ব্ৰিটেইনৰ ৱেলিংব’ৰো চহৰৰ মেয়ৰ হিচাপে নিৰ্বাচিত

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

মুম্বাই বিমানবন্দৰত NIAৰ জালত আইছিছৰ শ্লীপাৰ চেলৰ সদস্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd