• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল হুন মানেট; দেশখনৰ ৰজা ছিহামানীয়ে দিলে নিযুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 3:16 pm
কম্বোদিয়াৰ নতুন প্রধানমন্ত্রী হুন মানেট।

কম্বোদিয়াৰ নতুন প্রধানমন্ত্রী হুন মানেট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কম্বোডিয়াৰ নতুন প্ৰধানমন্ত্ৰী হ’ল চাৰি দশক ধৰি ক্ষমতাত থকা হুন চেনৰ পুত্ৰ হুন মানেট। দক্ষিণ-পূব এছিয়াৰ দেশখনৰ ৰজা নৰোডাম ছিহামানীয়ে তেওঁক নতুন প্ৰধানমন্ত্ৰী হিচাপে ‘নিযুক্তি’ দিছে। কিন্তু তাৰ আগতে মানেটে সংসদত আস্থা ভোটত জয় লাভ কৰিব লাগিব।

মানেটক নিযুক্তি দিয়াৰ বাবে ৰজাৰ আদেশৰ খবৰটো হুন চেনে নিজেই তেওঁৰ টেলিগ্ৰাম চেনেলত ঘোষণা কৰিছে।

১৯৮৫ চনৰ পৰা কম্বোডিয়াত শাসন কৰি আহিছে খামেৰ ৰুজৰ প্ৰাক্তন নেতা হুন চেনে। যোৱা মাহত নিৰ্বাচনত জয়ী হোৱাৰ পিছত তেওঁ ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ লগতে ডাঙৰ পুত্ৰক ক্ষমতা অৰ্পণ কৰাৰ কথা ঘোষণা কৰে। সেই নিৰ্বাচনত সংসদৰ নিম্ন সদনৰ ১২৫খন আসনৰ ভিতৰত ১২০খন আসনত হুন চেনৰ কম্বোডিয়ান পিপলছ পাৰ্টিয়ে জয়লাভ কৰে।

Apply Now

লগতে পঢ়ক: নীলা-সেউজীয়া ৰঙৰ বৰ্ণচ্ছটা! চন্দ্ৰৰ কক্ষপথত উপনীত হৈয়েই প্ৰথম ছবি প্ৰেৰণ চন্দ্ৰযান-৩ৰ (ভিডিঅ’)

বিৰোধী দল কেণ্ডেললাইট পাৰ্টিক নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ দিয়া নহ’ল। পশ্চিমীয়া বিশ্বই এই নিৰ্বাচনক প্ৰৱঞ্চনা বুলি অভিহিত কৰিছে।

নিৰ্বাচনৰ পিছত আমেৰিকাই কম্বোডিয়াত একাংশ লোকৰ ওপৰত ভিছা নিষেধাজ্ঞা জাৰি কৰিছে, লগতে কিছুমান বিদেশী সাহায্য কাৰ্যসূচী স্থগিত ৰখা হয়।

আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মেথিউ মিলাৰে এক বিবৃতিত কয় যে কম্বোডিয়াৰ নিৰ্বাচন মুক্ত আৰু নিকা নহয়। নিৰ্বাচনত প্ৰধানমন্ত্ৰী হুন চেনৰ চিপিপি দলৰ কোনো শক্তিশালী বিৰোধী দল নাছিল।

ক্ষমতাত থকাৰ সময়তে হুন চেনে বিৰোধী দলসমূহৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। তেওঁক প্ৰত্যাহ্বান জনোৱাসকলক দেশ এৰি যাবলৈ বাধ্য কৰিছে আৰু বাক স্বাধীনতা খৰ্ব কৰিছে।

লগতে পঢ়ক: ‘সম্পর্ক গঢ়িলেও ‘পত্নী’ৰ লেখীয়া কাকো বিচাৰি নাপালো’; প্ৰেম জীৱনৰ গোপন ৰহস্য মুকলি কৰিলে ৰতন টাটাই

তেওঁৰ পুত্ৰ মানেট এজন জ্যেষ্ঠ সামৰিক বিষয়া আৰু দেশৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগৰ মুৰব্বী। যোৱা মাহৰ নিৰ্বাচনত তেওঁ এখন আসনত জয় লাভ কৰিছিল। ৪৫ বছৰীয়া মানেট আমেৰিকাৰ সামৰিক একাডেমীত প্ৰশিক্ষণ প্ৰাপ্ত। তেওঁ যুৱ বয়সৰ সময়ছোৱা বিদেশতে কটাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

ভৱিষ্যতে মাতৃ হোৱাৰ কথা ভাবিছে নেকি? ‘ডিম্বাণু সংৰক্ষণ’ৰ ক্ষেত্ৰত এতিয়া সঠিক তথ্য দিব কৃত্ৰিম বুদ্ধিমত্তাই

October 4, 2026 6:12 pm
অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

অসমত চিজেপিৰ কাৰ্যকলাপ মানি নলয় আছুৱে! ৰাজনৈতিক উদ্দেশ্যৰে বিদ্যালয় পৰিদৰ্শন কৰাৰ গুৰুতৰ অভিযোগ

October 4, 2026 4:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm
মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

মহানগৰীত এতিয়াৰে পৰা নাথাকিব পঢ়াৰ স্থানৰ অভাৱ! প্ৰতিটো ৱাৰ্ডতে হ’ব একোটাকৈ নতুন লাইব্ৰেৰী

October 4, 2026 7:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd