• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে ৬খন চাবমেৰিন নিৰ্মাণ কৰিব ভাৰতে, অচিৰেই স্বাক্ষৰিত হ’ব চুক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2025 7:29 am
38
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে সামুদ্ৰিক ছাবমেৰিনৰ প্ৰস্তুতি আৰম্ভ কৰিছে ভাৰতে। ৬ মাহতকৈ অধিক সময় আলোচনাধীন হৈ থকাৰ পিছত কেন্দ্ৰই প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু মাজাগন ডকয়াৰ্ডছ লিমিটেড (এমডিএল)ক জাৰ্মানীৰ সৈতে অংশীদাৰিত্বৰে ছাবমেৰিন নিৰ্মাণৰ আলোচনা কৰিবলৈ অনুমতি প্ৰদান কৰিছে। ভাৰত চৰকাৰৰ লক্ষ্য হৈছে মেক ইন ইণ্ডিয়া প্ৰকল্পৰ অধীনত ৬খন অত্যাধুনিক ছাবমেৰিন যৌথভাৱে নিৰ্মাণ কৰা। য’ত থাকিব ইণ্ডিপেণ্ডেণ্ট প্ৰপালচন (এআইপি) ব্যৱস্থা। এই প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৭০ হাজাৰ কোটি টকা।

যোৱা জানুৱাৰী মাহত প্ৰতিৰক্ষা মন্ত্ৰালয়ে জাৰ্মান কোম্পানী থিচেনক্ৰুপ মেৰিন চিষ্টেমছৰ সৈতে অংশীদাৰিত্বৰে ৬খন চাবমেৰিন নিৰ্মাণৰ বাবে চৰকাৰী এমডিএলক নিৰ্বাচন কৰিছিল। ইয়াৰ পাছত যোৱা ৭ মাহত এই সন্দৰ্ভত কোনো ধৰণৰ কাৰ্যকলাপ হোৱা নাই যদিও শেহতীয়াকৈ কেন্দ্ৰই জাৰ্মান কোম্পানীটোৰ সৈতে আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। সংবাদ সংস্থা এএনআইক দিয়া এক সাক্ষাৎকাৰত প্ৰতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই কয় যে চলিত মাহৰ শেষৰ ফালে এই প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্রই দেশৰ ছাবমেৰিনৰ বহৰ বৃদ্ধি কৰি অধিক আধুনিক কৰি তুলিব বিচাৰিছে৷ সেই ৰোডমেপ প্ৰস্তুত কৰিবলৈ শেহতীয়াকৈ এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হৈছিল। এই বিষয়ত সিদ্ধান্ত লোৱা হ’ল। যদি সকলো ঠিকে থাকে তেন্তে আগন্তুক ৬ মাহৰ ভিতৰত এই বিষয়ত চুক্তিও সম্পূৰ্ণ হ’ব।

Apply Now

কেন্দ্ৰই জনাইছে যে ভাৰতীয় নৌসেনাই জাৰ্মান কোম্পানী এটাৰ সৈতে যৌথ উদ্যোগত প্ৰজেক্ট ৭৫ ইণ্ডিয়াৰ অধীনত এই ৬ খন চাবমেৰিন নিৰ্মাণ কৰিব। এই চাবমেৰিনসমূহৰ বিশেষত্ব হ’ব যে ইহঁতে উশাহ নোলোৱাকৈ ৩ সপ্তাহ পানীৰ তলত থাকিব পাৰিব। জাৰ্মান এআইপি প্ৰযুক্তিয়ে এই চাবমেৰিনসমূহক এই বিশেষ ক্ষমতা প্ৰদান কৰিব। ইয়াৰ উপৰিও ভাৰতে দুখন পাৰমাণৱিক চালিত চাবমেৰিন নিৰ্মাণৰ কামো কৰি আছে। য’ত ব্যক্তিগত কোম্পানী লাৰ্চেন এণ্ড টৌব্ৰ’ আৰু চাবমেৰিন বিল্ডিং চেণ্টাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

মন কৰিবলগীয়া যে ভাৰত মহাসাগৰত শেহতীয়াকৈ চীন মূৰৰ বিষত পৰিণত হৈছে। যোৱা কেইবছৰমানৰ পৰা চীনৰ নৌসেনাই দ্ৰুত আধুনিকীকৰণৰ পথত আগবাঢ়িছে। এনে পৰিস্থিতিত ভাৰত মহাসাগৰত চীনৰ ওপৰত চকু ৰাখিবলৈও প্ৰস্তুতি আৰম্ভ কৰিছে। এই প্ৰকল্পটো তাৰ উদাহৰণ। ভাৰতীয় নৌসেনাই অহা দশকত পৰ্যায়ক্ৰমে প্ৰায় ১০খন চাবমেৰিনক অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। একে সময়ছোৱাতে খালী ঠাই পূৰণ কৰিবলৈ অন্যান্য ছাবমেৰিনকো প্ৰৱেশৰ প্ৰস্তুতি চলি আছে। এই নতুন প্ৰকল্পই ভাৰতৰ নৌসেনাৰ শক্তি বৃদ্ধি কৰাই নহয়, থলুৱা প্ৰতিৰক্ষা উৎপাদনকো শক্তিশালী কৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

বিশ্বমঞ্চত পুনৰ সন্মানিত প্ৰধানমন্ত্ৰী মোদী : ছেচেলছ চৰকাৰে প্ৰদান কৰিলে বিশেষ ৰাষ্ট্ৰীয় সন্মান

June 29, 2026 9:31 pm
‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

‘অযৌক্তিক, অপেশাদাৰী’: টেনিছৰ ড’প পৰীক্ষাৰ নতুন নিয়মত ক্ষুব্ধ ২৩টা গ্ৰেণ্ড শ্লেমৰ গৰাকী ছেৰেনা উইলিয়ামছ

June 29, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

শিৱসাগৰত সৰৱ বিধায়ক অখিল গগৈ : ৰংঘৰ প্ৰকল্পৰ লেহেমীয়া কামক লৈ ফোনতে ঠিকাদাৰক তীব্ৰ ধমক

June 29, 2026 10:04 pm
আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

আমেৰিকা আৰু ইৰাণৰ মাজত শান্তি আলোচনা: দোহাত মঙলবাৰে বৈঠক অনুষ্ঠিত হোৱাৰ কথা ঘোষণা ট্ৰাম্পৰ

June 29, 2026 9:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd