• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

১ কোটিৰো অধিক গছপুলি ৰোপন কৰা ‘বৃক্ষ মানৱ’ গৰাকীৰ বিষয়ে জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 7, 2023 9:27 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সমগ্ৰ দেশতে উদযাপন কৰা হৈছে অমৃতা মহোৎসৱ। বিজেপি চৰকাৰে বিভিন্ন ঠাইত গছপুলি ৰোপন কৰি সৃষ্টি কৰিছে চমক।

ইয়াৰ সমান্তৰালকৈ মনে মনে দেশজুৰি সেউজীয়াৰ অভিযান চলাইছে দৰিপল্লী ৰমাইয়াই। সেয়েহে তেলেংগানাৰ বাসিন্দা দাৰিপল্লী ৰমাইয়াক বৰ্তমান ‘ভাৰতৰ বৃক্ষ মানুহ’ বুলি জনা যায়। 

Apply Now

তেওঁ কেৱল ভাৰততে নহয় সমগ্ৰ বিশ্বতে ‘Tree man of India’ হিচাপে পৰিচিত। ইতিমধ্যে দৰিপল্লীয়ে ১ কোটিৰো অধিক গছপুলি ৰোপণ কৰিছে। পৰিৱেশ সুৰক্ষাৰ এই বিশেষ অৱদানৰ বাবে ২০১৭ চনত ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ উপাধি প্ৰদান কৰে। 

বৰ্তমান সময়ত ‘গোলকীয় উষ্ণতা বৃদ্ধি’ ৰোধ কৰিবলৈ, পৰিৱেশ আৰু পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে পৰিৱেশবিদৰ পৰা আৰম্ভ কৰি বিশেষজ্ঞসকলে গছপুলি ৰোপণৰ পৰামৰ্শ আগবঢ়াইছে। কিন্তু, তেলেংগানাৰ খাম্মাম জিলাৰ বাসিন্দা দাৰিপল্লী ৰমাইয়াই ৮০ৰ দশকতেই সেউজ অভিযান আৰম্ভ কৰিছিল। 

ঘৰৰ ওচৰতে য’তেই মুকলি ঠাই দেখে তাতেই পুলি ৰোপণ কৰিছিল বা বীজ সিঁচিছিল। তাৰ বাবে মানুহে তেওঁক পাগল বুলি কৈছিল। কিন্তু, সেই সকলোবোৰ কথাত ৰমাইয়াই গুৰুত্ব নিদিলে। পৰিৱেশ ৰক্ষাৰ বাবে এখন সেউজ পৃথিৱী গঢ়ি তোলাৰ লক্ষ্যত তেওঁ অটল আছিল। 

এটা সময়ত তেওঁৰ আৰ্থিক অৱস্থা ভাল নাছিল। গছ কিনিবলৈ বা বীজ ৰোপণ কৰিবলৈ টকা নাছিল। তেতিয়াও ৰমাইয়াই লক্ষ্যৰ পৰা পিছুৱাই যোৱা নাছিল। 

গছ ৰোপণৰ বাবে য’তেই খালী ঠাই পায় তাতেই পুলি ৰুৱে বা বা বীজ সিঁচি দিয়ে। ফলত তেওঁৰ দ্বাৰা ৰোপণ কৰা গছৰ সংখ্যা আজিও বাঢ়ি আছে। তেওঁ কেৱল গছপুলি ৰোপণ কৰাই নহয়, সেই গছবোৰৰ বিশেষ যত্নও লয়। সেইবাবেই দৰিপল্লী ৰমাইয়া বিশ্বজুৰি ‘ভাৰতৰ বৃক্ষ মানুহ’ হৈ পৰিছে।

লগতে পঢ়কঃ মণিপুৰত ‘আস্থা’ ঘূৰাই আনিবলৈ উচ্চতম ন্যায়ালয়ৰ তিনিগৰাকী অৱসৰপ্ৰাপ্ত মহিলা ন্যায়াধীশৰ কমিটি গঠন

লগতে পঢ়কঃ মুখৰ কৰ্কটৰোগৰ বিষয়ে কিছু কথা

লগতে পঢ়কঃ লখিমপুৰত AI4Bharat-ৰ তথ্য সংগ্ৰহ কাৰ্যসূচীৰ সফল সমাপ্তি

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd