• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

প্ৰতিটো আদালত চৌহদত স্থায়ী নিৰাপত্তা ইউনিট, চিচিটিভি প্ৰতিস্থাপনৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 10:07 am
ভাৰতৰ উচ্চতম ন্যায়ালয়।

ভাৰতৰ উচ্চতম ন্যায়ালয়।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায় প্ৰশাসনৰ স্থান হিচাপে আদালতৰ পবিত্ৰতা ৰক্ষা কৰা আৰু আইনৰ শাসন আলোচনাযোগ্য নহয় বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে নিৰাপত্তা নিশ্চিত কৰিবলৈ সমগ্ৰ ভাৰততে আদালত চৌহদসমূহত স্থায়ী আদালত নিৰাপত্তা ইউনিট (চি এছ ইউ) আৰু চিচিটিভি কেমেৰা প্ৰতিস্থাপনৰ নিৰ্দেশ দিছে ।

ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট আৰু ন্যায়াধীশ দীপাংকৰ দত্তৰ বিচাৰপীঠে কয় যে, ‘ৰাষ্ট্ৰীয় ৰাজধানীখনৰেই আদালত চৌহদত বিগত এবছৰমানৰ ভিতৰত কমেও তিনিটা ডাঙৰ গুলীচালনাৰ ঘটনাৰ সাক্ষী হোৱাটো ভয়ংকৰ কথা।‘

লগতে পঢ়ক: কাছাৰৰ ঢলাইত মাদ্ৰাছাৰ ভিতৰত ছাত্ৰৰ মূণ্ডছেদ কৰা মৃতদেহ উদ্ধাৰ

Apply Now

এনে কাণ্ডই কেৱল ন্যায়াধীশৰ বাবেই নহয়, অধিবক্তা, আদালতৰ কৰ্মচাৰী, বিবাদী আৰু অন্যান্যৰ সুৰক্ষাৰ বাবেও যথেষ্ট বিপদৰ সৃষ্টি কৰে বুলি উল্লেখ কৰি বিচাৰপীঠখনে কয় যে ন্যায়িক প্ৰতিষ্ঠানসমূহে সকলো অংশীদাৰৰ কল্যাণ সুৰক্ষিত কৰাৰ বাবে ব্যাপক পদক্ষেপ গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ।

উচ্চতম ন্যায়ালয়ে সকলো উচ্চ ন্যায়ালয়ক নিৰাপত্তা ব্যৱস্থা আৰু ডিজিটেলাইজেশ্যনৰ ওপৰত ১০ অক্টোবৰৰ ভিতৰত প্ৰাৰম্ভিক ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিবলৈ কৈছে।

শীৰ্ষ আদালতে আশ্চৰ্য প্ৰকাশ কৰে যে “ন্যায়ৰ কক্ষবোৰতে নিৰাপত্তাৰ ঢালৰ অভাৱ হ’লে ন্যায়ৰ মন্দিৰ ভ্ৰমণ কৰা বিবাদীসকলৰ আশা নিৰ্বাপিত নহ’বনে? ন্যায় প্ৰদানৰ দায়িত্ব অৰ্পণ কৰাসকল নিজেই নিৰাপত্তাহীন হৈ থকাৰ সময়ত বিবাদীসকলে তেওঁলোকৰ বাবে কেনেকৈ ন্যায় নিশ্চিত কৰিব পাৰে?”

লগতে পঢ়ক: টীম ইণ্ডিয়াৰ ছন্দপতন! পঞ্চমখন মেচত ৮ উইকেটত পৰাস্ত; টী-২০ শৃংখলা জয় ৱেষ্ট ইণ্ডিজৰ

দিল্লীৰ কেইবাখনো আদালতৰ চৌহদ শেহতীয়াকৈ বন্দুকধাৰীৰ হিংসাৰ সাক্ষী হৈছে। চলিত বৰ্ষৰ জুলাই মাহত দুই দলৰ অধিবক্তাৰ মাজত তীব্ৰ যুক্তি-তৰ্কৰ পিছত তিছ হাজাৰীৰ আদালতত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। বিচাৰপীঠখনে লগতে কয়, “আমি জোৰ দিওঁ যে চিচিটিভি কেমেৰা আদালতৰ নিৰ্মাণ প্ৰকল্পৰ এক অবিচ্ছেদ্য অংশ হ’ব লাগে, আৰু সেয়েহে ইয়াক অগ্ৰাধিকাৰ দিয়া উচিত।”

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd