• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

হিমাচল আৰু উত্তৰাখণ্ডত ভয়ংকৰ পৰিস্থিতি : ৯ জন লোকৰ মৃত্যু হৈছে শিৱমন্দিৰ খহি পৰাৰ ফলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2023 9:35 pm
158
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে নিশাৰ পৰা হিমাচল প্ৰদেশত হোৱা ডাৱৰ বিস্ফোৰণ আৰু ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৪১ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ৯ জন লোকৰ মৃত্যু হৈছে কেৱল শিৱমন্দিৰ খহি পৰাৰ ফলত। ধ্বংসাৱশেষৰ তলত আৰু বহু লোক আবদ্ধ হৈ আছে বুলি আশংকা কৰিছে প্ৰশাসনে। 

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং চুখুৱে ৰাজ্যবাসীক বিপদৰ পৰা হাত সাৰিবলৈ বিশেষ প্ৰয়োজন নহ’লে ঘৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। বৰষুণৰ ফলত বিধ্বস্ত আৰু ভূমিস্খলন প্ৰৱণ অঞ্চললৈ নাযাবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে পৰ্যটকসকলক আহ্বান জনায়। 

Apply Now

আনহাতে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্দেশমৰ্মে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে উদ্ধাৰৰ কাম আৰম্ভ কৰিছে।

হিমাচল প্ৰদেশৰ দৰেই চুবুৰীয়া ৰাজ্য উত্তৰাখণ্ডতো বৰষুণ আৰু ভূমিস্খলনৰ ফলত ক্ষতি হৈছে। ধাৰাবাহিক বৰষুণৰ ফলত ইতিমধ্যে উত্তৰাখণ্ডৰ বহু পথ আৰু দলং ধ্বংস হৈছে। বিপদ সীমাৰ ওপৰেৰে বৈ গৈছে নদী। 

কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ পৰা হাত সাৰিবলৈ উত্তৰাখণ্ডৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰা হৈছে। আপাততঃ উত্তৰাখণ্ড প্ৰশাসনে কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী যাত্ৰা ১৫ আগষ্টলৈ স্থগিত ৰাখিছে।

উত্তৰাখণ্ড প্ৰশাসনৰ সূত্ৰ অনুসৰি ৰুদ্ৰপ্ৰয়াগ, দেৱপ্ৰয়াগ আৰু শ্ৰীনগৰত গংগা, মন্দাকিনি আৰু অলকানন্দ নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। ইতিমধ্যে ভৈয়াম অঞ্চল প্লাৱিত হৈ পৰিছে। ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি বিভিন্ন পথ বানপানীত বুৰ গৈছে।  ফলত ঋষিকেশ-দেৱপ্ৰয়াগ-শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথতো যাতায়ত বন্ধ হৈ পৰিছে। 

ইতিমধ্যে উত্তৰাখণ্ডৰ প্ৰায় ১১৬৯টা ঘৰ আৰু বৃহৎ পৰিমাণৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। বতৰ বিজ্ঞান বিভাগে জনাইছে যে আগন্তুক কেইদিনমানলৈ বৰষুণ অব্যাহত থাকিব। 

ডেৰাডুন, নৈনীতালকে ধৰি উত্তৰাখণ্ডৰ ৬ খন জিলাত মৌসম ভৱনে ৰেড এলাৰ্ট জাৰি কৰিছে। আগন্তুক কেইদিনমানৰ বাবে হিমাচল প্ৰদেশতো প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস দিয়া হৈছে। 

ইফালে হিমাচলৰ ২৭০ খন দোকান, ২৭২৭টা গোশালা আৰু ১,৩৭৬ টা ঘৰ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈছে। 

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় বাহিনীক পৰিস্থিতি চম্ভালিবলৈ নিৰ্দেশ দিছে। তেওঁ মন্তব্য কৰে যে ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত ইমানবোৰ লোকৰ মৃত্যু ‘অত্যন্ত যন্ত্ৰণাদায়ক’।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

অন্ধ্ৰ প্ৰদেশৰ ঔষধ কাৰখানাত ভয়াৱহ বিস্ফোৰণ; কমেও ৫ শ্ৰমিকৰ মৃত্যু, গুৰুতৰভাৱে আহত ১০ জন

October 3, 2026 11:54 am
এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

এইবাৰ চিজেপিৰ ‘দিল্লী চলো’’, জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ১০ অক্টোবৰত ৰাজধানীত আন্দোলনৰ আহ্বান

October 3, 2026 11:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd