• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

সুৰাৰে ৰম-ৰম হৈছে ‘বল বম’ ! গুৱাহাটীত বাগৰি পৰিল ‘বল বম’ৰ গাড়ী, নগাঁৱতো দুৰ্ঘটনাগ্ৰস্ত ’বল বম’ৰ গাড়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 21, 2023 9:30 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভক্তিতকৈ যেন উদ্ভণ্ডালি হে বেছি হৈছে ‘বল বম’ যাত্ৰাত। পবিত্ৰ শাওন মাহত শিৱ পূজাৰ বাবে পানী আনিবলৈ যাত্ৰা কৰা একাংশ ভক্তৰূপী উদণ্ড যুৱক-যুৱতীৰ উৎপাতত অসমৰ বিভিন্ন ঠাইৰ বাসিন্দা সকলে আতিশৰ্য ভুগিবলগা হৈছে। 

সুৰাৰ ৰাগি, ভাঙৰ নিচা, ভক্তৰ অবাইছ মাত, লাউড স্পীকাৰত বজোৱা হিন্দী ইংৰাজী গান আদিয়ে শাওন মাহৰ পবিত্ৰতা তথা মহাদেৱৰ পূজাত কালিমা সনাৰ অভিযোগ উত্থাপন হৈছে। 

Apply Now

 দেওবাৰে নিশা গুৱাহাটীত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। দিছপুৰৰ নতুন এছেম্বলি বিল্ডিঙৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে বলবমৰ যাত্ৰী কঢ়িয়াই বাহনখন। এই দুৰ্ঘটনাৰ ফলত বাহনখনত থকা যাত্ৰীসকল আঘাতপ্ৰাপ্ত হয়।

প্ৰাথমিক খবৰ অনুসৰি চালকজনে মদ্যপান কৰি গাড়ী চলাইছে বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

বিশেষকৈ সমাৱেশ আৰু উৎসৱৰ সময়ত পথ সুৰক্ষা ব্যৱস্থা আৰু দায়িত্বশীলভাবে গাড়ী চলোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত এই কাণ্ডই গুৰুত্ব আৰোপ কৰিছে। দুৰ্ঘটনাটোৰ পৰিস্থিতিৰ বিষয়ে কৰ্তৃপক্ষই তদন্ত কৰি আছে।

আনহাতে, নগাঁৱতো দেওবাৰে বলবমৰ যাত্ৰী কঢ়িয়াই অনা এখন বাহন দুৰ্ঘটনাগ্ৰস্ত হয়।

প্ৰাথমিক খবৰ অনুসৰি অসমৰ নগাঁও জিলাৰ কঠিয়াতলী চহৰত বল বমৰ ভক্ত কঢ়িয়াই অনা এখন বাহনে আন এখন বাহনত খুন্দা মাৰে।

লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত দুৰ্ঘটনা সংঘটিত হোৱা বাহনখন নগাঁৱৰ জুৰীয়া তহচিলৰ সুতিৰপাৰ গাঁৱৰ পৰা ৰেং বেং অভিমুখে গৈ আছিল।

খবৰ অনুসৰি, এই দুৰ্ঘটনাটোত ১৮ জন লোক আঘাতপ্ৰাপ্ত হয়। ১৮ জনৰ ভিতৰত দুজনৰ অৱস্থা গুৰুতৰ আৰু তাৎক্ষণিক চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইফালে, দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

লগতে পঢ়কঃ ৰে’লৰ এ চি ডবাত হঠাৎ অসুস্থ ইজনৰ পিছত সিজন যাত্ৰী, মৃত্যু ২ জনৰ! ৰহস্য মৃত্যুক লৈ চাঞ্চল্য

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd