• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২৮ বছৰ বয়সত ৯ টা সন্তানৰ মাতৃ, ১২ বছৰ ধৰি প্ৰতিবছৰে গৰ্ভৱতী হৈ আহিছে এইগৰাকী মহিলা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 25, 2023 7:53 pm
1.1k
VIEWS
Share on FacebookShare on Twitter

গৰ্ভাৱস্থা হৈছে এগৰাকী মহিলাৰ নিজৰ শৰীৰ আৰু মনৰ অন্যতম উল্লেখযোগ্য পৰিৱৰ্তন। এই কাৰণেই বেছিভাগ মহিলাই নিজৰ সংগীৰ সৈতে সন্তানৰ পৰিকল্পনা কৰাৰ আগতে বহুত চিন্তা কৰে। বিশেষজ্ঞসকলে কয় যে যদি আপুনি শাৰীৰিক আৰু মানসিকভাবে প্ৰস্তুত নহয় তেন্তে সন্তান জন্ম দিয়াৰ পৰিকল্পনা কৰাটো নিৰাপদ নহ’বও পাৰে। কিন্তু এই সকলো নীতি আৰু পৰামৰ্শক উপেক্ষা কৰি মাত্ৰ ২৮ বছৰ বয়সতে ৯ টাকৈ সন্তানৰ মাতৃ হ’ল এগৰাকী মহিলা।

বৰ্তমান তেওঁৰ বয়স ৩৯ বছৰ। ২৮ বছৰ বয়সত ৯টা সন্তানৰ মাতৃ হৈ পৰে তেওঁ। কিছু মাহ পূৰ্বে টিকটকত নিজৰ এই কথা ঘোষণা কৰি ভাইৰেল হৈছিল তেওঁ।

 আচলতে এই মহিলাগৰাকীয়ে প্ৰতি বছৰে ১২ বছৰ ধৰি গৰ্ভৱতী হৈ আছে। ২০০১ চনত ১৭ বছৰ বয়সত জন্ম হৈছিল তেখেতৰ প্ৰথম সন্তান। তাৰ পিছৰে পৰা বছৰৰ বেছিভাগ সময় তেওঁ গৰ্ভৱতী হৈ থাকে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম ড্যুক।

২০১২ চনত তেওঁৰ শেষ সন্তান জন্ম হয়। ৩৯ বছৰ বয়সত ক’ৰা ডুকে ৯টা সন্তান আৰু ২৩ বছৰীয়া সংগী আন্দ্ৰেৰ সৈতে সুখেৰে জীৱন কটাবলগীয়া হৈছে। 

নেভাদাৰ নাগৰিক ডুকে সংবাদ মাধ্যমক জনাইছিল যে তেওঁ ইচ্ছাকৃতভাৱে গৰ্ভৱতী হোৱা নাছিল। জন্ম নিয়ন্ত্ৰণ পদ্ধতিয়ে কাম কৰা নাছিল বাবেই ৯ টাকৈ সন্তান জন্ম দিবলগা হৈছিল ড্যুকে।

অৱশ্যে ড্যুকে ভাবে যে এনেদৰে ৯টা সন্তানৰ মাতৃৰ ভূমিকা পালন কৰাটো তাইৰ বাবে ঈশ্বৰৰ আশীৰ্বাদ আৰু নিৰ্দেশনা। তেওঁৰ প্ৰথম সন্তান এলিজাৰ বয়স এতিয়া ২১ বছৰ। তাৰ পিছত শ্বীনা, জান, কায়ৰো, ছায়াহ, আভি, ৰোমানী আৰু তাজৰ বয়স ক্ৰমে ২০, ১৭, ১৫, ১৪, ১৩, ১২ আৰু ১০ বছৰ। 

ড্যুক আৰু তেওঁৰ স্বামীৰ তৃতীয় সন্তান ইউমাৰ জন্মৰ সাত দিনৰ পিছত হঠাৎ শিশু মৃত্যু চিনড্ৰম (SIDS) ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। এইগৰাকী মাতৃয়ে ৯টা সন্তান চম্ভালিবলৈ সংগ্ৰাম কৰিও জীৱনটো উপভোগ কৰি আছে।

Recent News

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

প্ৰষ্টেটৰ সমস্যাই বৃদ্ধি কৰিব পাৰে নেকি কেন্সাৰৰ সম্ভাৱনা? বিশেষজ্ঞই কি কয় জানো আহক –

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

ঋণ লৈ এটা ৰবটেও ৰাজ্য চলাব পাৰিব, তাৰ বাবে নিৰ্বাচিত প্ৰতিনিধিৰ দৰকাৰ নাই : ৰকিবুল হুচেইন

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

অসমৰ তিনি যুৱকৰ দুঃসাহসিক অভিযান! শিৱসাগৰৰ শিৱদৌলৰ পৰা কেদাৰনাথলৈ চাইকেল যাত্ৰা

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

গুৱাহাটীৰ অপৰিকল্পিত নগৰ উন্নয়ন সন্দৰ্ভত নাগৰিকৰ উদ্বেগ প্রকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd