• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

যোগদলৰ কুখ্যাত হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ বিশেষ তদন্তকাৰী গোট গঠন চি আই ডিৰ

এন ই নাও নিউজ ব্যুৰো by এন ই নাও নিউজ ব্যুৰো
December 9, 2017 1:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ অপৰাধ অনুসন্ধান বিভাগে ৰাজ্য কঁপোৱা যোগদল হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ এটা বিশেষ তদন্তকাৰী দল গঠন কৰিছে। এই কথা বিভাগটোৰ এটা সূত্ৰৰ পৰা জানিব পৰা গৈছে। পৰিয়ালটোৰ  এই বিশেষ দলটোৱে ইতিপূৰ্বে ঘটনা সংঘটিত হোৱা স্থান পৰীক্ষা কৰিছে। লগতে দলটোৱে সোণাপুৰ চক্ৰ বিষয়াৰ কাৰ্য্যলয়লৈ গৈ মাটিৰ তথ্যও পৰীক্ষা কৰে।

উল্লেখযোগ্য যে ২০০৯ চনত গুৱাহাটীৰ সমীপৰ দিচপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰ ৰাজহ চক্ৰৰ আৰু আৰক্ষী থানাৰ অন্তৰ্গত যোগদলত একেটা পৰিয়ালৰ ছজন লোকক অজ্ঞাত আততায়ীয়ে হত্যা কৰিছিল। পৰিয়ালটোৰ ঘৰ থকা ঠাইখিনি হস্তগত কৰি তাত বিলাসী হোটেল নিৰ্মাণৰ পৰিকল্পনাৰ সৈতে এই হত্যাকাণ্ডৰ সম্পৰ্ক আছে বুলি ঘটনাৰ পিছত বহু লোকৰ মুখত প্ৰচাৰ হৈছিল। মাটিখিনিৰ গৰাকী আছিল হৰকান্ত দলৈ, যিজনক উক্ত নিশা তেওঁ পত্নী স্বপ্না দলৈ আৰু পৰিয়ালৰ আন সদস্যসকলৰ সৈতে হত্যা কৰা হৈছিল। আৰক্ষীয়ে এই হত্যাকাণ্ডৰ বিশেষ শুংসূত্ৰ পোৱা নাছিল। কিন্তু যোৱা কেইদিনমানৰ পূৰ্বে এই ঘটনাটোৰ তথ্য-প্ৰমাণ নষ্ট কৰাৰ অপৰাধত অসম আৰক্ষীৰ দুজন বিষয়া ক্ৰমে প্ৰণৱ ডেকা আৰু আব্দুল মতলেব চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছত ঘটনাই নতুন মোৰ লৈছে। শ্ৰী ডেকা সোণাপুৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আছিল আৰু আব্দুল মতলেব চৌধুৰী ঘটনাটোৰ তদন্তকাৰী বিষয়া আছিল। তেওঁলোক দুয়োজন সম্প্ৰতি ন্যায়িক জিম্মাত আছে। এতিয়া বিশেষ তদন্তকাৰী গোট গঠন কৰি দিয়াত ঘটনাটোৰ তদন্তই নতুন গতি পাব বুলি আৰু অপৰাধী ধৰা পৰিব বুলি সকলোৱে আশা কৰিছে। দলটোৱে সোণাপুৰ আৰক্ষী থানাৰ তথ্য-পাতিও তন্নতন্নকৈ পৰীক্ষা কৰিছে বুলি জানিব পৰা গৈছে। সাক্ষীসকলক পুনৰ পৰীক্ষা কৰা হ’ব বুলিও কৈছে সূত্ৰটোৱে। আনহাতে সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক অতুল বৰাই এই তদন্তৰ আওতালৈ সমষ্টিটোৰ প্ৰাক্তন বিধায়ক অকণ বৰাকো আনিব লাগে বুলি দাবী কৰি আহিছে। এই অভিযোগৰ বিপৰীতে অকণ বৰাই ঘটনাটোত তেওঁৰ নাম জড়িত কৰিব বিচৰা কাৰ্য্যক ৰাজনৈতিক ষড়যন্ত্ৰ বুলি ক’ব বিচাৰে। কালি সোণাপুৰত আয়োজিত এখন সংবাদমেলত দিচপুৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি নূৰ আহমেদ লস্কৰে অকণ বৰাক এই ঘটনাটোৰ নামত কলংকিত কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী কৰে।

Apply Now

 

 

 

 

এন ই নাও নিউজ ব্যুৰো

এন ই নাও নিউজ ব্যুৰো

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

হাৰিলে জীৱন শেষ! জিৰণি কোঠাত সোমাই শাসকৰ ভাবুকি, প্ৰাণ হাতত লৈ কি কৰিলে খেলুৱৈসকলে?

June 20, 2026 9:00 pm
মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

মন্দিৰৰ দানবাকচত আচৰিত প্ৰাৰ্থনা! ‘খুড়ীদেউৰ অত্যাচাৰ সহ্য নহয়, সোনকালে মৃত্যু দিয়ক’ – ২০ টকীয়া নোটত পুণ্যৰ্থীৰ আহ্বান

June 20, 2026 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd