• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ গোচৰত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰসংগও টানি  আনিলে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2023 4:27 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে সংসদত সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই সিদ্ধান্তৰ পিছতেই জম্মু-কাশীৰে নিজৰ বিশেষ মৰ্যাদা হেৰুৱাই পেলাইছিল।

৩৭০ নং অনুচ্ছেদ প্ৰত্যাহাৰ কৰাৰ এই সিদ্ধান্তৰ আঁৰৰ যুক্তি সম্পৰ্কে কেইবাটাও প্ৰশ্ন উত্থাপন হৈছিল। কেন্দ্ৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়তো গোচৰ ৰুজু কৰা হৈছিল। সম্প্ৰতি এই গোচৰৰ শুনানি চলি আছে। 

Apply Now

মঙলবাৰে এই গোচৰৰ শুনানিত কেন্দ্ৰক উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিছিল, কেতিয়া জম্মু-কাশ্মীৰৰ ৰাজ্যিক মৰ্যাদা ঘূৰাই দিয়া হ’ব? মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদে জানিব বিচাৰিলে যে কেৱল জম্মু-কাশ্মীৰক কিয় দুটা ভাগত বিভক্ত কৰা হ’ল।

গোচৰৰ শুনানিৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কয় যে ৰাজ্য বিভাজনৰ ক্ষমতা কেন্দ্ৰীয় চৰকাৰক অৰ্পণ কৰাৰ পিছত ক্ষমতাৰ অপব্যৱহাৰ যাতে নহয় সেয়া কেনেকৈ নিশ্চিত কৰিব পাৰি? ৰাজ্য বিভাজনৰ আলোচনাই এই প্ৰশ্নও উত্থাপন কৰে যে ৰাজ্য বিভাজনৰ বিষয়টো সংসদে কিয় সমাধান কৰিব নোৱাৰিলে।

কেন্দ্ৰৰ হৈ ন্যায়ালয়ত হাজিৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে গুজৰাট বা মধ্যপ্ৰদেশৰ বিভাজন হ’লে বিভাজনৰ মাপকাঠী বেলেগ হ’ব আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্ত থকা অন্যান্য ৰাজ্যসমূহৰ বিভাজনৰ মাপকাঠীও বেলেগ হ’ব। ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই লগতে কয় যে জম্মু-কাশ্মীৰৰ ইতিহাস আৰু বৰ্তমানৰ পৰিস্থিতিৰ কথা মনত ৰাখি তেওঁলোকক মূলসুঁতিলৈ ঘূৰাই অনাটো প্ৰয়োজনীয় আছিল।

লগে লগে তুষাৰ মেহতাক মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কয়, “শিল নিক্ষেপ, অৱৰোধ, সন্ত্ৰাসবাদী আক্ৰমণ ঘটে, কিন্তু ইয়াৰ নিয়ন্ত্ৰণ বা ৰাজ্য বিভাজনৰ ক্ষমতা সকলো ৰাজ্যকে কেন্দ্ৰই দিয়ে, এই ক্ষমতা যাতে অপব্যৱহাৰ নহয় সেয়া আপুনি কেনেকৈ নিশ্চিত কৰিব?”

ন্যায়াধীশে কৌলে লগতে কয়, ‘এয়া কোনো অনন্য পৰিস্থিতি নহয়। সীমান্তৰ সৈতে পঞ্জাৱেও কঠিন সময়ৰ সন্মুখীন হোৱা আমি দেখিছোঁ। উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যতো একেই ঘটনা ঘটিছে, কাইলৈ ​​যদি এই প্ৰত্যেকখন ৰাজ্যতে একেই পৰিস্থিতি হয় তেন্তে কি হ’ব?”

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদেও প্ৰশ্ন কৰে যে, ‘এখন ৰাজ্যক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰাৰ ক্ষমতা সংসদৰ আছেনে? যদিহে সংবিধান সভাৰ ভূমিকা কেৱল ৩৭০ অনুচ্ছেদৰ সন্দৰ্ভত পৰামৰ্শমূলক হয়, তেন্তে ৰাষ্ট্ৰপতিৰ এই পৰিৱৰ্তন কৰাৰ ক্ষমতা নাই।”

প্ৰসংগক্ৰমে, পূৰ্বৰ শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে সংবিধানৰ ৩৭০ অনুচ্ছেদ কিয় বাতিল কৰা হ’ল সেই সন্দৰ্ভত চৰকাৰে বিতং ব্যাখ্যা দিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd