• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় মন্ত্ৰীৰ ঘৰত যুৱকক ‘হত্যা’, মন্ত্ৰীৰ পুত্ৰৰ পিষ্টলৰ পৰাই চলোৱা হৈছিল গুলী!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 1, 2023 11:37 am
কেন্দ্রীয় মন্ত্রী কৌশল কিশোৰৰ ঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ।

কেন্দ্রীয় মন্ত্রী কৌশল কিশোৰৰ ঘৰত উদ্ধাৰ যুৱকৰ মৃতদেহ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱাই লক্ষ্ণৌত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱক মৃতদেহ। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, মন্ত্ৰীগৰাকীৰ পুত্ৰৰ পিষ্টলৰ পৰা গুলী কৰি হত্যা কৰা হৈছে যুৱকজনক।

সূত্ৰ অনুসৰি, শুকুৰবাৰে কাহিলী পুৱা প্ৰায় ৪:৩০ বজাত কেন্দ্ৰীয় মন্ত্ৰী কৌশল কিশোৰৰ পুত্ৰ বিকাশ কিশোৰৰ বন্ধু তথা স্থানীয় বিজেপি নেতা বিনয় শ্ৰীবাস্তৱক গুলীয়াই হত্যা কৰা হয়। যুৱকজনৰ মূৰত গুলী লাগিছিল। থিতাতে তেওঁৰ মৃত্যু হয়। যিটো পিষ্টলৰ পৰা গুলী নিক্ষেপ কৰা হৈছিল, সেই পিষ্টলটো কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰ বিকাশ কিশোৰৰ নামত পঞ্জীয়ন কৰা আছে।

মৃত বিনয় শ্ৰীবাস্তৱৰ পৰিয়ালে দাবী কৰা মতে, বৃহস্পতিবাৰে নিশা বিনয়ে বন্ধু বিকাশক লগ কৰিবলৈ গৈছিল। ৰাতিটো তাতেই থাকি যায়। পুৱাৰ ভাগত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Apply Now

লগতে পঢ়ক: গুৱাহাটীৰ শিলসাঁকোত উচ্ছেদৰ বিৰুদ্ধে মহিলাৰ উলংগ প্ৰতিবাদ

বিনয়ৰ পৰিয়ালৰ সদস্যই মুঠ ৬জন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ইয়াৰে তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষীয়ে জনোৱা মতে, গুলী চলোৱা পিষ্টলটো কিশোৰৰ। কিন্তু প্ৰকৃততে কি ঘটিছিল, সেই বিষয়ে সঠিকভাৱে জানিবলৈ অধিক তদন্তৰ প্ৰয়োজন। ঘটনাস্থলীত উপস্থিত হৈছে ফৰেনছিক দল। চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰি চোৱা হ’ব।

বাতৰি অনুসৰি, মন্ত্ৰীগৰাকীৰ পুত্ৰ বিকাশ কিশোৰে নিজেই আৰক্ষীক ফোন কৰি বন্ধুৰ মৃত্যুৰ খবৰ দিয়ে। মন্ত্ৰীগৰাকীৰ পৰিয়ালৰ দাবী, মন্ত্ৰীগৰাকীৰ পুত্ৰৰ সৈতে সেই ঘৰতে থাকে বিকাশে। কালি নিশা বিকাশ নাছিল। অসুস্থ মাকক চাবলৈ তেওঁ দিল্লীলৈ গৈছিল।

লগতে পঢ়ক: পোহনীয়া ভাটৌ চৰাই হত্যাৰ অপৰাধত দুগৰাকী মহিলাক দিয়া হ’ল ২৫ মাহৰ কাৰাদণ্ড

বিকাশৰ বাহিৰেও তেওঁৰ অনুপস্থিতিত আন ছয়জন লোক তেওঁৰ ঘৰত আছিল। বিকাশৰ পৰিয়ালে সেই ছয়জন লোকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

ভাৰত ভ্ৰমণৰ পিছত ব্ৰিটিছ মহিলাৰ মগজুত ৩৮ টা পেলু, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 2, 2026 6:55 pm
ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

ছিমলা চুক্তিৰ শেষৰ কিছু ঘণ্টাৰ কাহিনী: নৈশ আহাৰৰ পাছত হৈছিল ইন্দিৰা গান্ধী আৰু জুলফিকাৰ আলী ভুট্টোৰ গোপন বৈঠক

July 2, 2026 5:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

কেৱল নীটৰ নম্বৰ নহয়, মেডিকেল প্ৰৱেশ পৰীক্ষাত চোৱা হ’ব দ্বাদশৰ ফলাফলো! নিয়ম সলনিৰ পথত কেন্দ্ৰ?

July 2, 2026 8:16 pm
ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

ধৰ্ম পৰিৱৰ্তনৰ চৰ্চাৰ মাজতে কামাখ্যা মন্দিৰত পূজা দিলে উৰ্ফী জাভেদে; মুহূৰ্তটো শ্বেয়াৰ কৰি কি ক’লে?

July 2, 2026 7:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd