• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মণিপুৰৰ পিছত এইবাৰ ৰাজস্থান: অবৈধ সম্পৰ্কৰ সন্দেহত পত্নীক উলংগ কৰি ৰাজপথত পেৰেড কৰালে স্বামীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2023 3:10 pm
Rajasthan
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মণিপুৰৰ নৃশংস নাৰী উৎপীড়ন কাণ্ডই দেশজুৰি সৃষ্টি কৰিছিল চাঞ্চল্যৰ। এই ঘটনাক তীব্ৰ নিন্দা কৰিছিল দেশবাসীয়ে। মণিপুৰৰ এই বৰ্বৰ কাণ্ডৰ দৃশ্য মচ নাখাওঁতেই এইবাৰ অনুৰূপ আন এক ঘটনাই কঁপাইছে দেশ। এই ঘটনা সংঘটিত হৈছে ৰাজস্থানত।

আন পুৰষৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষাৰ সন্দেহত এগৰাকী মহিলাক বৰ্বৰ নিৰ্যাতন চলাই দেশবাসীক লজ্জানত কৰিছে এগৰাকী ব্যক্তিয়ে। পত্নীক উলংগ কৰি, শাৰীৰিক প্ৰহাৰ কৰি পথৰ মাজেৰে পেৰেড কৰাৰ অভিযোগ উত্থাপন হৈছে এই ব্যক্তিগৰাকীৰ বিৰুদ্ধে।

Apply Now

প্ৰতাপগড় জিলাত সংঘটিত এই ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধানে সদৰী কৰা মতে, মহিলাগৰাকী আন এগৰাকী পুৰুষৰ সৈতে সম্পৰ্কত থকা বুলি তেওঁৰ শহুৰেকে জানিব পাৰে। এই কথাত অসন্তুষ্ট হৈ তেওঁ মহিলাগৰাকীক অপহৰণ কৰি নিজ গাঁৱলৈ লৈ যায়।

ইয়াৰ পিছতে মহিলাগৰাকীক স্বামী আৰু শহুৰে মিলি এইদৰে উলংগ কৰি, অকথ্য নিৰ্যাতন চলাই পথৰ মাজেৰে পেৰেড কৰাই নিয়ে বুলি ৰাজস্থানৰ আৰক্ষী সঞ্চালক প্ৰধান উমেশ মিশ্ৰই জানিবলৈ দিয়ে।

ঘটনা সন্দৰ্ভত এইপৰ্যন্ত তিনিজনক আটক কৰা হৈছে আৰু অতি শীঘ্ৰে আন কেইজনমান লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে সদৰী কৰিছে। জিলা আৰক্ষীয়ে ইতিমধ্যে গাঁওখনত বাহৰ পাতিছে বুলি জানিবলৈ দিয়া হৈছে।

ৰাজ্যৰ মুখ্যমন্ত্ৰী অশোক গেহলটে এক টুইট যোগে ঘটনাটোক গৰিহণা দি এই বিষয়ত আটাইতকৈ কঠোৰ ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশ দিয়া হৈছে বুলি জানিবলৈ দিয়ে।

সভ্য সমাজত এনে অপৰাধীৰ কোনো স্থান নাই বুলি উল্লেখ কৰি তেওঁ লগতে এই অপৰাধীসকলৰ যিমান সম্ভৱ সোনকালে ফাষ্ট ট্ৰেক আদালতত বিচাৰ কৰা হ’ব আৰু শাস্তি দিয়া হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে।

ইফালে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যৰ শাসকীয় কংগ্ৰেছ চৰকাৰক তীব্ৰ আক্ৰমণ কৰিছে বিজেপিয়ে। বিজেপিৰ সভাপতি জে পি নড্ডাৰ দাবী, কংগ্ৰেছ এতিয়া দলীয় বিবাদ নিষ্পত্তি কৰাতহে ব্যস্ত। কিন্তু ৰাজ্যখনত মহিলাৰ সুৰক্ষাৰ বিষয়টো সম্পূৰ্ণৰূপে উপেক্ষা কৰা হৈছে।

ৰাজ্যখনত চলিত বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত ৰাজস্থানৰ ৰাইজে কংগ্ৰেছক এক উচিত শিক্ষা দিব বুলিও সকীয়াই দিয়ে নড্ডাই। বিজেপিৰে সাংসদ গজেন্দ্ৰ সিং শ্বেখাৱতে এই ঘটনাৰ পিছতো ৰাংল গান্ধী ক’ত আছে বুলি প্ৰশ্ন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

পত্নীৰ সৈতে মিলি তামিলনাদুৰ মহিলাক হত্যা, চুইটকেচত ভৰাই ৰে’লত আনিলে মৃতদেহ : ২৪ দিন অন্তত মণিপুৰত গ্ৰেপ্তাৰ অসমৰ দম্পত্তি

August 31, 2026 8:14 am
গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

স্কুল বাছ সদায় হালধীয়া কিয়? প্ৰায় ৯০ বছৰৰ পুৰণি এই ৰহস্য জানিলে আপুনিও হ’ব

August 31, 2026 9:18 am
জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

জৰ্ডানত ইৰানৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ; আমেৰিকাৰ দুটা সামৰিক ঘাটি ধ্বংস কৰাৰ দাবী, উত্তপ্ত পশ্চিম এছিয়া

August 31, 2026 8:27 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd