• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

সোৱাদেই নহয়, ঔষধি গুণেৰেও ভৰপূৰ কিচমিচ: চাওক ইয়াৰ উপকাৰিতা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2023 5:19 pm
Health Benefits Of Raisins
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মানৱ দেহৰ বাবে ড্ৰাই ফ্ৰুট অৰ্থাৎ শুকান ফল কেনে উপকাৰী, সেয়া সকলোৰেই জ্ঞাত। প্ৰতিটো শুকান ফলেই স্বাস্থ্যৰ ক্ষেত্ৰত পৃথক পৃথক প্ৰভাৱ পেলায় আৰু এই ফলসমূহ খোৱাৰ ধৰণো বেলেগ বেলেগ।

এই ফলসমূহ কেনেদৰে আপুনি গ্ৰহণ কৰে, তাৰ ওপৰতো নিৰ্ভৰ কৰে ই আপোনাৰ স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাব। এনে এক ড্ৰাই ফ্ৰুট হৈছে কিচমিচ। কিচমিচৰ স্বাদৰ কথা আপুনি জানেই, কিন্তু ইয়াৰ ঔষধি জ্ঞানৰ কথা জানিলেও তবধ মানিব আপুনি।

কিচমিচ যদি ৰাতিটো তিয়াই থোৱাৰ পিছত গ্ৰহণ কৰে, তেন্তে ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। ক’লা কিচমিচে তেজ বিশুদ্ধ কৰি উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

কিচমিচত এন্টি অক্সিডেন্ট পোৱা যায় যিয়ে শৰীৰক বহু ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে আৰু শৰীৰক শক্তিশালী কৰে। গতিকে তিয়াই থোৱা ক’লা কিচমিচ খোৱাটো আপোনাৰ স্বাস্থ্যৰ বাবে কেনেদৰে উপকাৰী হ’ব পাৰে চাওক:

তেজ পৰিষ্কাৰ কৰে

ব্যক্তিৰ সুস্বাস্থ্য আৰু সমস্যামুক্ত ছাল, এই দুয়োটা আমাৰ তেজৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপোনাৰ তেজ পৰিষ্কাৰ হয়, তেন্তে আপোনাৰ ছাল সদায়েই সমস্যাৰ পৰা মুক্ত হৈ থাকিব।

কিন্তু যদি আপোনাৰ তেজ অপৰিষ্কাৰ হয় তেন্তে ছাল নিস্তেজ হৈ পৰাৰ লগতে পিম্পল আদি সমস্যা বাঢ়িব পাৰে। এনে পৰিস্থিতিত ক’লা কিচমিচ খালে তেজৰ পৰা বিষাক্ত আৰু পেলনীয়া পদাৰ্থ আঁতৰি যায়।

ইয়াত পোৱা এন্টিঅক্সিডেন্টে শৰীৰক বিষমুক্ত কৰাত সহায় কৰে।

ৰক্তচাপ

উচ্চ ৰক্তচাপ থাকিলেও কিচমিচ উপকাৰী গণ্য হ’ব পাৰে। ইয়াত পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে উচ্চ ৰক্তচাপ ৰোগীক ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

দৰাচলতে উচ্চ ৰক্তচাপৰ মূল কাৰণ হ’ল অতিৰিক্ত নিমখ। এনে পৰিস্থিতিত পটাছিয়ামে ছডিয়ামৰ পৰিমাণ হ্ৰাস কৰে। সেয়েহে ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে।

চুলি সৰা নিয়ন্ত্ৰণ

সম্প্ৰতি প্ৰায়সংখ্যক লোকেই চুলি সৰা সমস্যাৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত ক’লা কিচমিচ সেৱনে এই সমস্যা সমাধানত সহায় কৰিব পাৰে। ক’লা কিচমিচত থকা পুষ্টিকৰ উপাদানে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে আৰু ইয়াৰ দ্বাৰা চুলি সৰা কম কৰিব পাৰে।

ইয়াৰ উপৰিও ইয়াত ভিটামিন চি পোৱা যায় যি চুলিক পুষ্টি দিয়ে আৰু এইদৰে চুলি সৰা বন্ধ কৰে।

(বি.দ্ৰ: এয়া কেৱল কিছু সাধাৰণ তথ্যহে। অৰ্থাৎ কিচমিচ সম্পৰ্কীয় এই লেখা কোনো কাৰণতে প্ৰধান চিকিৎসা নহয়। কোনো ৰোগৰ সন্মুখীন হ’লে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নিতান্তই প্ৰয়োজনীয়।)

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

দুষ্টচক্ৰই অশ্লীল ৰূপত সম্পাদনা কৰিলে ফটো : দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ অভিনেত্ৰী ঐশ্বৰ্য ৰায়

September 9, 2025 8:30 pm
WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

WhatsAppত বিসংগতি! স্ক্ৰল কৰিব নোৱাৰি চ্যাট, বিমোৰত পৰিল লাখ লাখ ব্যৱহাৰকাৰী

September 9, 2025 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

সাম্প্ৰতিক পৰিস্থিতি আৰু বাওঁপন্থীৰ ভূমিকা শীৰ্ষক চি পি এমৰ আলোচনা সভাত এম এ বেবি

September 9, 2025 9:30 pm
ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

ৰাহুল গান্ধীৰ নাগৰিকত্বক লৈ প্ৰশ্ন উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা বিজেপি কৰ্মীক ইডিৰ সোধাপোছা

September 9, 2025 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd