• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ৰাতিপুৱা শুই উঠিয়েই কৰক এইকেইটা কাম, সমস্যাৰ মুখ নেদেখে আপুনি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 11, 2023 7:00 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাতিপুৱাৰ বাবে এখন ৰুটিন অনুসৰণ কৰিলে আপোনাৰ দিনটোৰ বাকী সময়খিনিও সুন্দৰকৈ পাৰ হৈ যাব। ৰাতিপুৱাৰ কিছুমান অভ্যাসে আপোনাক নিৰোগী কৰি ৰখাৰ লগতে সকলো ক্ষেত্ৰত সফল হোৱাত সহায় কৰিব। গতিকে এইকেইটা কামেৰে ৰাতিপুৱাটোৰ লগতে সুন্দৰ কৰি লওক আপোনাৰ জীৱনটো। 

১/ হাইড্ৰেট: দিনটোৰ আৰম্ভণিতে এগিলাচ পানী খাই নিজকে হাইড্ৰেট কৰি লওক। ৰাতিপুৱা কুহুমীয়া গৰমপানীত নেমুৰ ৰস মিহলাই খোৱাটো অতি উত্তম। ই ভিটামিন চি যোগান কৰি শৰীৰটো সতেজ কৰি তোলাৰ লগতে এচিডিটিৰ সমস্যাও দূৰ কৰাত সহায় কৰে।

Apply Now

২/ যোগাসন : আপোনাৰ পেশীবোৰ সক্ৰিয় কৰি তুলিবলৈ আৰু নমনীয়তা বৃদ্ধি কৰিবলৈ শুই উঠি কিছুমান কোমল ষ্ট্ৰেচিং বা যোগাসন আৰু ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলক। ইয়াৰ ফলত জঠৰতা দূৰ হ’ব আৰু তেজৰ সোঁত বৃদ্ধি পাব।

৩/ মাইণ্ডফুলনেছ বা মেডিটেচন : মাইণ্ডফুলনেছ মেডিটেচন বা গভীৰ উশাহ-নিশাহৰ ব্যায়ামৰ বাবে কেইটামান মুহূৰ্ত সময় উলিয়াওক। ই মানসিক চাপ কমোৱাত সহায়ক কৰে আৰু দিনটোৰ বাবে কামত মনোযোগ বৃদ্ধি কৰে।

৪/  স্বাস্থ্যকৰ খাদ্য : পুষ্টিকৰ খাদ্যই শৰীৰক ইন্ধন যোগাব। ৰাতিপুৱাৰ খাদ্যৰ তালিকাত প্ৰটিন, কেলৰী, ভিটামিন আৰু কেলৰিযুক্ত খাদ্য অন্তৰ্ভুক্ত কৰক। মুঠৰ ওপৰত পুৱাৰ খাদ্য ভালকৈ খাওঁক।

৫/ আপোনাৰ দিনটোৰ পৰিকল্পনা কৰক : কেইমিনিটমান সময় উলিয়াই আপোনাৰ কৰিবলগীয়া কামৰ তালিকাখন পৰ্যালোচনা কৰক আৰু দিনটোৰ বাবে আপোনাৰ কামবোৰ পৰিকল্পনা কৰক। 

৬/ ব্যায়াম : সময় থাকিলে শাৰীৰিক কাৰ্য্যকলাপত লিপ্ত হওক। ব্যায়ামে এণ্ড’ৰ্ফিন নিৰ্গত কৰে আৰু শক্তি বৃদ্ধি কৰে।

৭) ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা : ৰাতিপুৱা দাঁত ব্ৰাছ কৰিবলৈ, মুখ ধুবলৈ, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অন্যান্য কামৰ যত্ন ল’বলৈ নাপাহৰিব।

৮)  মোবাইল ত্যাগ কৰক : সাৰ পোৱাৰ সময়ত তৎক্ষণাত আপোনাৰ ফোন বা কম্পিউটাৰত ব্যস্ত হোৱাটো পৰিহাৰ কৰক। 

৯)  প্ৰিয়জনৰ সৈতে সংযোগ স্থাপন কৰক : যদি আপুনি পৰিয়াল বা ৰুমমেটৰ সৈতে থাকে তেন্তে তেওঁলোকৰ বাবে অলপ সময় উলিয়াওক। মৰম আৰু যত্নেৰে কথা পাতক।

মনত ৰাখিব যে এটা ভাল ৰাতিপুৱাৰ ৰুটিন আপোনাৰ পছন্দ আৰু জীৱনশৈলীৰ লগত খাপ খুৱাই লোৱা উচিত। মূল কথাটো হ’ল আপোনাৰ ব্যক্তিগত প্ৰয়োজন আৰু লক্ষ্যৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ দিনটোৰ বাবে ইতিবাচক আৰু উৎপাদনশীল ৰুটিন সৃষ্টি কৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

বানপীড়িতলৈ ক্ষতিপূৰণৰ প্ৰক্ৰিয়া আৰম্ভ : ৯ আগষ্টৰ পৰা ঘৰে ঘৰে গৈ কৰিব ক্ষয়-ক্ষতিৰ ডিজিটেল সমীক্ষা

August 8, 2026 5:04 pm
পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

পশ্চিম এছিয়াত নতুন নিৰাপত্তা সমীকৰণ: ১৪ খন দেশক লৈ চৌদি আৰবৰ নেতৃত্বত ‘বহুজাতিক সামুদ্ৰিক প্ৰতিৰক্ষা মিত্ৰজোঁট’ গঠন

August 8, 2026 4:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd