• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

কলিকতাত মহিলা কেব চালকক স্পৰ্শ কৰিবলৈ চেষ্টা কৰি গ্ৰেপ্তাৰ উত্তৰ প্ৰদেশৰ যুৱক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2023 8:18 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ উত্থাপিত হৈছে মহিলাৰ সুৰক্ষাৰ প্ৰশ্ন। এগৰাকী মহিলা কেব চালকক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী যাত্ৰীৰ বিৰুদ্ধে। কলিকতাৰ গৰিয়াহাট থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে উত্তৰ প্ৰদেশৰ এজন বাসিন্দাক।

জানিব পৰা মতে, মঙলবাৰে দুপৰীয়াৰ ভাগত কলিকতা  বিমানবন্দৰৰ পৰা এজন যাত্ৰীয়ে কেব বুকিং কৰিছিল। গৰিয়াহাটৰ এখন হোটেললৈ যাবলৈ বুলি কেব বুক কৰিছিল ব্যক্তিগৰাকীয়ে। কেব খনৰ চালক আছিল এগৰাকী মহিলা।

Apply Now

অভিযোগ অনুসৰি, মহিলা কেব চালকক দেখি গাত তৎ নাইকীয়া হ’ল যোগীৰাজ্যৰ যাত্ৰীজনৰ। পিছফালৰ পৰা চালকৰ আসনত বহি থকা মহিলা কেব চালকগৰাকীক বাৰে বাৰে চুবলৈ চেষ্টা কৰিলে যাত্ৰীগৰাকীয়ে। 

কেৱল সেয়াই নহয়, অভিযুক্তই মহিলাগৰাকীক গালি-গালাজ কৰিবলৈ আৰম্ভ কৰিছিল। কেইবাবাৰো নিষেধাজ্ঞা আৰোপ কৰিও মহিলাগৰাকীৰ কথা নুশুনিলে অভিযুক্তই। অৱশেষত ভুক্তভোগীয়ে যাত্ৰীজনক কেবৰ পৰা নামিবলৈ কয়। কিন্তু দুনাই স্পৰ্শ নকৰো বুলি যাত্ৰীজনে তেওঁক আশ্বাস দি হোটেল পালেহি। 

কিন্তু ইয়াতেই শেষ নহয়। মহিলা চালকগৰাকীয়ে দাবী কৰিছে যে যাত্ৰীগৰাকীক গন্তব্যস্থানত থৈ ঘূৰি অহাৰ পিছৰে পৰা অবিৰতভাৱে মহিলাগৰাকীলৈ মেছেজ প্ৰেৰণ কৰি আহিছে যাত্ৰীগৰাকীয়ে। ইটোৰ পিছত সিটো বেয়া মেচেছ প্ৰেৰণ কৰে যাত্ৰীগৰাকীয়ে।

ইয়াৰ পিছতে মহিলা চালকগৰাকীয়ে অনলাইন কেব অপাৰেটৰ গিল্ডক সমগ্ৰ ঘটনাৰ খবৰ দিয়ে। তাৰপিছত মঙলবাৰে নিশা হোটেলখনৰ সন্মুখলৈ গৈ গিল্ডৰ সদস্যসকলে মহিলাগৰাকীৰ দ্বাৰা ফোন কৰি যাত্ৰীগৰাকীক হোটেলৰ তললৈ মাতিছিল। মহিলা কেব চালকগৰাকীৰ নিমন্ত্ৰণত যাত্ৰীগৰাকী তালৈ অহাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰি গৰিয়াহাট থানাত গতাই দিয়ে। 

মহিলাগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীয়ে অভিযোগ কৰি কয় যে, ‘‘তেওঁ মোৰ পিছৰ চিটৰ পৰা বাৰে বাৰে চুই আছিল। মই তেওঁক কৈছিলো আপুনি নামি যাওক। ভাড়া দিব নালাগে। তাৰ পিছত তেওঁ ক’লে যে মই আৰু এনেকুৱা নকৰোঁ। মোক গন্তব্য স্থানত থৈ আহকগৈ। মই তেখেতক গৰিয়াহাটৰ এখন হোটেলত থৈ অহাৰ পিছত মোক অবিৰতভাবে মেছেজ কৰি আহিছে। লগতে অশ্লীল অফাৰো প্ৰদান কৰিছে। তাৰ পিছত ইউনিয়নক খবৰ দিলোঁ। পিছত আৰক্ষীৰ ওচৰত অভিযোগ দিলোঁ।”

খবৰ অনুসৰি, উত্তৰ প্ৰদেশৰ যাত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰি ন্যায়িক প্ৰক্ৰিয়া আগবঢ়াই নিছে গৰিয়াহাট আৰক্ষীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

মদ খাবলৈ বাদ দিছে জেন জিয়ে? তেন্তে কিহৰ ‘নিচা’ত ডুবিছে নতুন প্ৰজন্ম, পোহৰলৈ আহিল আচল ৰহস্য!

August 30, 2026 9:40 pm
ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

ফুল-মিঠাই নহয়, দেৱতালৈ আগবঢ়োৱা হয় চিগাৰেট! গুজৰাটৰ এই মন্দিৰৰ ১৩০ বছৰীয়া অদ্ভুত পৰম্পৰা জানিলে আচৰিত হ’ব

August 30, 2026 9:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱালে ট্ৰেভেলাৰে; সোণাপুৰত ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষত ৬ জন লোকৰ মৃত্যু

August 31, 2026 7:52 am
অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

অতিৰিক্ত ওজন আৰু অপৰ্যাপ্ত টোপনি! যি বঢ়াই তোলে স্তনৰ কৰ্কটৰ সম্ভাৱনা

August 31, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd