• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ উত্তপ্ত মণিপুৰ: কৰ্তব্যৰত অৱস্থাতে আৰক্ষী উপ-পৰিদৰ্শকক গুলীয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 13, 2023 8:52 pm
Manipur
4.8k
VIEWS
Share on FacebookShare on Twitter

হিংসাজৰ্জৰ মণিপুৰত আজি পুনৰ সংঘটিত হৈছে আন এক হিংসাত্মক কাণ্ড। ৰাজ্যখনৰ চুৰাচান্দপুৰ জিলাত আজি দুপৰীয়াৰ ভাগত সংঘটিত হোৱা এই ঘটনাত কৰ্তব্যৰত এগৰাকী আৰক্ষী উপ-পৰিদৰ্শক গুলীয়াই হত্যা কৰে।

এই ঘটনাত দুজন সাধাৰণ নাগৰিক আহত হোৱা বুলি স্থানীয় কৰ্তৃপক্ষই সদৰী কৰিছে। এগৰাকী আৰক্ষী বিষয়াৰ ভাষ্য মতে, আৰক্ষী বিষয়াগৰাকী স্নাইপাৰৰ গুলীত নিহত হোৱা বুলি সন্দেহ কৰা হৈছে।

আজি দুপৰীয়া প্ৰায় ১:৩০ বজাত এই ঘটনা সংঘটিত হয়। চিংফেইত কৰ্তব্যৰত অৱস্থাতে আততায়ীৰ গুলীত নিহত হয় আৰক্ষী উপ-পৰিদৰ্শকগৰাকী। নিহত বিষয়াগৰাকীক অংমাং হাওকিপ বুলি চিনাক্ত কৰা হৈছে।

দুষ্কৃতিকাৰীৰ গুলীত দুজন সাধাৰণ নাগৰিকো আহত হোৱা বুলিও আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।আহত লোক দুগৰাকীৰ পৰিচয় আৰু তেওঁলোক আঘাত সন্দৰ্ভত এইপৰ্যন্ত প্ৰকাশ পোৱা নাই।

এই কাণ্ডৰ এদিন পিছতে কাংপকপি জিলাত মণিপুৰ আৰক্ষীৰ কমাণ্ডো সাজ-পোছাক পৰিহিত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীৰ এটা দলে তিনিজন লোকক আক্ৰমণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।

মঙলবাৰেও কাংপকপি জিলাত অস্ত্ৰধাৰী দুষ্কৃতিকাৰীয়ে তিনিজন লোকক গুলীয়াই হত্যা কৰিছিল।

Recent News

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

সাহসী, সততা ভৰা সাংবাদিকতাক বাৰে বাৰে কৰা চৰম অপমান অক্ষমণীয়, ‘মুখ্যমন্ত্ৰীৰ পৰাই অনুপ্রাণিত হৈছে অনুজ মন্ত্রী-বিধায়ক’: ৰাইজৰ দল

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

আদানীৰ কয়লা খনিত বন ধ্বংসৰ মহাযজ্ঞ! ছত্তীশগড়ত ২১৫ হেক্টৰ বনাঞ্চল ধ্বংস, প্ৰভাৱিত ১৪খন গাঁও

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

অন্তৰ্জাতিক এমি বঁটা লাভ কৰা বিবিচিৰ দলত দুজন মিজোৰামৰ সাংবাদিক

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

শেষবাৰৰ বাবে নামাজ আদায় কৰি হুকহুকাই কান্দিলে গঞাই! মন্ত্ৰী পীযূষ হাজৰিকালৈ কি অনুৰোধ জনালে ৰাইজে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd