• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কেনে হ’ব লাগে পিতা-পুত্ৰৰ সম্পৰ্ক! চাণক্যই দি গৈছে উপদেশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2023 7:01 am
Chanakya neeti
11.4k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় সমাজ-জীৱনত আচাৰ্য চাণক্য এটা অতি পৰিচিত নাম। নিজৰ অসীম জ্ঞান, ধ্যান-ধাৰণাৰে আচাৰ্য চাণক্যই ভাৰতীয় জনসাধাৰণৰ মাজত বিশেষ স্থান দখল কৰি আহিছে।

ব্যক্তিৰ জীৱনৰ সৈতে সংপৃক্ত প্ৰতিটো দিশৰ ওপৰতে চাণক্যই দি গৈছে প্ৰয়োজনীয় উপদেশবাণী। চাণক্যৰ এই উপদেশসমূহ গ্ৰহণ কৰি তথা কাৰ্যত: প্ৰয়োগ কৰি প্ৰজন্মৰ পিছত প্ৰজন্ম উপকৃত হৈ আহিছে।

সাধাৰণতে আমাৰ সমাজত পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব লাগে, এই বিষয়ত যথেষ্ট চিন্তাৰ অৱকাশ আছে। বহুসময়ত পুত্ৰক পিতৃয়ে এক শাসনৰ বান্ধোনত থোৱা দেখা যায় যদিও কেতিয়াবা আকৌ কোনো দায়িত্ববোধ পালন নকৰা দৃশ্যও পতীয়মান হয়।

পিতা-পুত্ৰৰ সম্পৰ্ক কেনে হ’ব, সেই বিষয়ত যদি কোনো দ্বিধাবোধ আছে চাণক্যৰ বচনে সেই দ্বিধা আঁতৰাব পাৰে। তেওঁ উল্লেখ কৰি গৈছে প্ৰকৃতাৰ্থত কেনে হ’ব লাগে পিতা-পুত্ৰৰ সম্পৰ্ক।

চাণক্যৰ মতে, পুত্ৰক ৫ বছৰলৈকে লালন-পালন কৰিব লাগে। ১০ বছৰলৈকে সম্পূৰ্ণ দৃষ্টি ৰাখিব লাগে। আৰু ১৬ বছৰৰ পাছত তেওঁৰ সৈতে বন্ধুৰ দৰে ব্যৱহাৰ কৰিব লাগে।

এই নীতিৰ জৰিয়তে আচাৰ্য চাণক্যই এজন ব্যক্তিয়ে সময়ে সময়ে পুত্ৰৰ লগত কেনে আচৰণ কৰিব লাগে তাকে কৈছে।

যদি পুত্ৰৰ বয়স ৫ বছৰ বা তাতকৈ কম হয় তেন্তে তেওঁক সম্পূৰ্ণ মৰম দিব লাগে আৰু কঠোৰ আচৰণ আৰু কথা-বতৰাৰ পৰা আঁতৰাই ৰাখিব লাগে। এই সময়ত ব্যক্তিজনৰ আচৰণ অতি মধুৰ হ’ব লাগে।

ইয়াৰ পিছত পুত্ৰক ১০ বছৰৰ বাবে তাড়ণ কৰিব লাগে। ইয়াত তাড়ণ শব্দৰ অৰ্থ হ’ল যত্ন, অৰ্থাৎ সকলো বস্তুতে পিতৃৰ চকু থাকিব লাগে। মৰম আৰু মৰমৰ শাসনৰ মাজেৰে জীৱনৰ শিক্ষা দিব লাগে।

আনহাতে, যেতিয়া পুত্ৰই ১৬ বছৰ বয়স লাভ কৰে তেতিয়া তেওঁক বন্ধুৰ দৰে ব্যৱহাৰ কৰা উচিত আৰু জীৱনৰ সকলো গুৰুত্বপূৰ্ণ কথা আলোচনা কৰা উচিত। এনে কৰিলে পুত্ৰৰ উজ্জ্বল ভৱিষ্যতৰ সপোন পূৰণ হ’ব পাৰে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd