• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰক্তাক্ত জম্মু-কাশ্মীৰ: সন্ত্ৰাসবাদীৰে সংঘৰ্ষত নিহত তিনি সেনা-আৰক্ষী বিষয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 14, 2023 9:26 am
army officers police officer killed in Jammu Kashmir
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰক্তাক্ত হৈছে জম্মু-কাশ্মীৰ। উপত্যকাটোৰ অনন্তনাগ জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত নিহত হৈছে সেনাৰ এজন কৰ্ণেল, সেনাৰ ৰাষ্ট্ৰীয় ৰাইফলছ ইউনিটৰ এজন মেজৰ আৰু জম্মু-কাশ্মীৰ আৰক্ষীৰ এজন উপ-অধীক্ষক নিহত হয়।

শ্বহীদ সেনা-আৰক্ষী বিষয়া তিনিগৰাকীক কৰ্ণেল মনপ্ৰীত সিং, মেজৰ আশীষ ধোঞ্চক আৰু উপ-আৰক্ষী অধীক্ষক হিমানুন মুজামিল ভাট বুলি চিনাক্ত কৰা হৈছে। অনন্তনাগৰ কোকেৰনাগ অঞ্চলৰ ঘন বনাঞ্চলৰ পৰা আৰক্ষী বিষয়া আৰু সেনা বিষয়া দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়।

Apply Now

সন্ত্ৰাসবাদীৰ উপস্থিতিৰ চোৰাংচোৱা তথ্য লাভ কৰাৰ পিছতে যোৱা নিশা সন্ধিয়া সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰিছিল। অভিযানৰ সময়তে অভিযানকাৰী দলটোৰ ওপৰত সন্ত্ৰাসবাদী দলটোৱে অতৰ্কিতে আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে।

এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় তিনিওজন বিষয়া। ইয়াৰ পিছতে তাৎক্ষণিকভাৱে অতিৰিক্ত বাহিনী অঞ্চলটোলৈ প্ৰেৰণ কৰা হয় যদিও সন্ত্ৰাসবাদীৰ ধাৰাসাৰ গুলীচালনাৰ বাবে বিষয়াগৰাকীক উদ্ধাৰত বিফল হয় সেনা।

কৰ্ণেল মনপ্ৰীত সিং ১৯ ৰাষ্ট্ৰীয় ৰাইফলছ (১৯ আৰ আৰ) ইউনিটৰ কামাণ্ডিং অফিচাৰ আছিল আৰু তেওঁ সন্মানীয় সেনা মেডেল (এছ এম) লাভ কৰিছে।

আনহাতে আনগৰাকী শ্বহীদ হিমায়ুন মুজামিল ভাটৰ পিতৃ গুলাম হাছান ভাটেও জম্মু-কাশ্মীৰৰ এগৰাকী শীৰ্ষ আৰক্ষী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। গুলাম হাছান ভাট হৈছে জম্মু-কাশ্মীৰ আৰক্ষীৰ অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শক।

On behalf of the J&K Police Pariwar DGP J&K Sh Dilbag Singh has condoled the martyrdom of the braveheart officers of J&K Police and Army in an encounter at Gadool,Kokernag,Anantnag.
The DGP has said in his message that he is deeply saddened by the terrible loss of three young… pic.twitter.com/pMJSwYE8wX

— J&K Police (@JmuKmrPolice) September 13, 2023

উল্লেখ্য যে, যোৱা ২৪ ঘন্টাত উপত্যকাটোত এয়া দ্বিতীয়টো এনকাউণ্টাৰ। ইয়াৰ পূৰ্বে ৰাজৌৰী জিলাত সন্ত্ৰাসবাদীৰ সৈতে হোৱা ভয়াৱহ সংঘৰ্ষৰ সময়ত এজন সেনা জোৱান নিহত হোৱাৰ লগতে তিনিজন জোৱান আহত হৈছিল। এই এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদীও নিহত হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd