• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীৰ সিদ্ধান্ত : বিক্ৰী বন্ধ হ’ব পাৰে চিগাৰেটৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2023 7:45 pm
978
VIEWS
Share on FacebookShare on Twitter

নিৰ্বাচনৰ পূৰ্বেই ব্ৰিটিছ প্ৰধানমন্ত্ৰী ঋষি সুনাকে ল’বলৈ ওলাইছে এটা বৃহৎ সিদ্ধান্ত। ব্ৰিটেইনত নিষিদ্ধ হ’ব পাৰে চিগাৰেট। 

ব্ৰিটেইনত যাতে আগন্তুক প্ৰজন্মৰ বাবে চিগাৰেট উপলব্ধ নহয় তাৰ বাবে পদক্ষেপ ল’বলৈ ওলাইছে ঋষি সুনাকে। 

জানিব পৰা মতে, যোৱা বছৰ নিউজিলেণ্ড চৰকাৰে চিগাৰেট বিক্ৰী নিষিদ্ধ কৰাৰ সিদ্ধান্ত অনুসৰণ কৰিব বিচাৰিছে ঋষি সুনাকে।

যোৱা বছৰ নিউজিলেণ্ড চৰকাৰে ঘোষণা কৰিছিল যে ২০০৯ চনৰ ১ জানুৱাৰীৰ পিছত জন্ম হোৱা কোনো লোকক চিগাৰেট বিক্ৰী কৰিব নোৱাৰিব। ঋষি সুনাকেও সেই সিদ্ধান্ত অনুকৰণ কৰিবলৈ ওলাইছে। 

ব্ৰিটিছ চৰকাৰৰ এগৰাকী মুখপাত্ৰই কয় যে আমি বিচাৰোঁ যে সাধাৰণ মানুহে ধূমপান ত্যাগ কৰক। আমাৰ লক্ষ্য ২০৩০ চনৰ ভিতৰত দেশখন ধূমপানমুক্ত কৰা। ইতিমধ্যে চৰকাৰে ধূমপান কমাবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

Rishi Sunak

খবৰ অনুসৰি ধূমপান এৰিবলৈ বিনামূলীয়াকৈ ভেপ কিট দিয়া হৈছে। ইয়াৰ উপৰিও গৰ্ভৱতী মহিলাক ধূমপান এৰিবলৈ ভাউচাৰ আঁচনিৰ প্ৰস্তাৱ দিয়া হৈছে। চিগাৰেটৰ পেকেটৰ ভিতৰতো বাধ্যতামূলক সতৰ্কবাণী সংযোজন কৰা হৈছে।

যদিও চৰকাৰে এই সন্দৰ্ভত সবিশেষ প্ৰকাশ কৰা নাই, তথাপিও সূত্ৰ অনুসৰি অহা বছৰৰ নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপসমূহ গ্ৰহণ কৰিব বিচাৰিছে ঋষি সুনাকে। 

আনহাতে, ইংলেণ্ড আৰু ৱেলছৰ কাউন্সিলেও যোৱা জুলাই মাহত চৰকাৰক পৰামৰ্শ দিছিল যে ২০২৪ চনৰ ভিতৰত দেশত চিগাৰেট বিক্ৰী বন্ধ কৰিব লাগে।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd