• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দুঃসাহস! ভগৱানৰ ঘৰত তাণ্ডৱ চোৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2023 5:20 pm
405
VIEWS
Share on FacebookShare on Twitter

ভগৱানো সাৰি যোৱা নাই চোৰৰ তাণ্ডৱৰ পৰা। শনিবাৰে নিশা মেঘালয়ৰ শিঙিমাৰী অঞ্চলত থকা ৰাধা-গোবিন্দ মন্দিৰৰ সম্পত্তিত হাত দিলে চোৰে। 

মন্দিৰৰ তলা ভাঙি নগদ ধন, সোণ-ৰূপৰ অংলকাৰ আৰু পাঁচটা মুৰ্তি সহ প্ৰায় ৫ লক্ষাধিক টকাৰ সামগ্ৰি লুটি নিয়ে দুস্কৃতিকাৰীয়ে।

নিশা প্ৰায় ৮ বজাত মন্দিৰৰ গেট বন্ধ মন্দিৰৰ কৰ্মী ওলাই যোৱাৰ পিছত নিশা চোৰে গেটৰ তলা ভাঙি মন্দিৰটোৰ পৰা ৩ টা কৃষ্ণৰ মুৰ্তি, ২ টা ৰাধা কৃষ্ণৰ মুৰ্তি চুৰি কৰাৰ লগতে মুৰ্তিত থকা সোণৰ অলংকাৰসমূহো চুৰি কৰি লৈ যায়।

উপৰিও প্ৰায় দুই লক্ষাধিক টকা সোমাই থকা মন্দিৰৰ দানপাত্ৰটোও লৈ যায় চোৰে।

ইতিমধ্যে মন্দিৰ কতৃপক্ষই এজাহাৰ দাখিল কৰিছে। গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Recent News

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

আহমেদাবাদৰ এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাঃ ৰাষ্ট্ৰসংঘৰ বিমান পৰিবহণ তদন্তকাৰীৰ প্ৰৱেশত নিষেধাজ্ঞা ভাৰতৰ!

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

১৬ দিনৰ অন্তত বন্ধ হ’ল শিৱসাগৰৰ ভটিয়াপাৰৰ অ’এনজিচিৰ তৈলখাদৰ গেছ নিৰ্গমন

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

ছত্তীশগড়ৰ ৰায়গড়ত ব্যাপক গছ ধ্বংস অভিযানঃ প্ৰতিবাদৰ সময়ত আটক গাঁওবাসীৰ লগতে স্থানীয় কংগ্ৰেছী বিধায়ক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd