• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৰুণাচলত আটক দুই আলফা (স্বাধীন) কেডাৰ

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড় by অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়
October 2, 2023 8:16 am
আটকাধীন কেডাৰ দুজন নীলোৎপল অসম ওৰফে মনজিৎ গগৈ আৰু উপেন অসম ওৰফে ৰোহিনী গগৈ।

আটকাধীন কেডাৰ দুজন নীলোৎপল অসম ওৰফে মনজিৎ গগৈ আৰু উপেন অসম ওৰফে ৰোহিনী গগৈ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত দেওবাৰে বিয়লি অসম ৰাইফলছৰ খোংছা বেটেলিয়ন আৰু আৰক্ষীৰ যৌথ অভিযানত অস্ত্ৰ শস্ত্ৰসহ আলফা স্বাধীনৰ দুজন কেডাৰক আটক কৰা হয়।

এক গোপন সূত্ৰৰ পম খেদি নিৰাপত্তা বাহিনীয়ে সীমান্তৱৰ্তী গাঁও নোগলোত অভিযান চলাই অসমত বিধ্বংসী কাৰ্যকলাপ চলাবলৈ ভাৰত-ম্যানমাৰ সীমান্ত পাৰ হৈ অহা দুই দুৰ্ধৰ্ষ উগ্ৰপন্থীক আটক কৰে।

লগতে পঢ়কঃ Gandhi Jayanti 2023: জাতিৰ পিতা মহাত্মা গান্ধীৰ ১৫৪ সংখ্যক জয়ন্তীত তেওঁৰ কেইটামান বিখ্যাত উক্তি

Apply Now

আটকাধীন কেডাৰ দুজন নীলোৎপল অসম ওৰফে মনজিৎ গগৈ আৰু উপেন অসম ওৰফে ৰোহিনী গগৈ বুলি চিনাক্ত কৰা হৈছে। দুয়োজন অসমৰ বাসিন্দা আৰু যোৱা বছৰ আলফা-স্বাধীনত যোগদান কৰিছিল।

উগ্ৰপন্থী দুজনৰ পৰা আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰে।

স্বাধীন অসম বিচৰা বিচ্ছিন্নতাবাদী সংগঠন আলফা-স্বাধীনৰ ম্যানমাৰত ঘাটি থকা বুলি জনা যায়। শেহতীয়া বছৰবোৰত এই গোটটোৱে ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰি বিশেষকৈ নিৰ্বাচনৰ আগত কূটাঘাতমূলক কাৰ্যকলাপ চলাবলৈ চেষ্টা কৰি আহিছে।

লগতে পঢ়কঃ কাজিৰঙাত উদ্ধাৰ গঁড়ৰ মৃতদেহ: চোৰাং চিকাৰৰ সম্ভাৱনা অস্বীকাৰ বন বিভাগৰ

চলিত বছৰতে অৰুণাচল প্ৰদেশৰ দক্ষিণ অঞ্চলত আলফা-স্বাধীনৰ কেডাৰসকলৰ ব্যাপক সংখ্যক আটক হোৱা তথা আত্মসমৰ্পণে গোটটোৰ কাৰ্যকলাপ আৰু ভেটিত গুৰুতৰ আঘাত হানিছে।

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

অভিক চক্ৰৱৰ্তী, ডিব্ৰুগড়

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm
‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

‘বিস্ময় বালক’ক লৈ কৌতুহল! IIM ইন্দোৰৰ গৱেষণাৰ বিষয় বৈভৱ সূৰ্য্যবংশী

June 4, 2026 8:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd