• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 25, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এইবোৰ কাৰণেই দিনে দিনে কমি আহিছে আজিৰ প্ৰজন্মৰ দৃষ্টিশক্তি

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2023 8:26 pm
এইবোৰ কাৰণেই দিনে দিনে কমি আহিছে আজিৰ প্ৰজন্মৰ দৃষ্টিশক্তি
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতিবাৰে বিশ্ব দৃষ্টি দিৱস পালন কৰা হয়। এই দিৱসৰ মূল উদ্দেশ্য হৈছে দৃষ্টিহীনতা, দৃষ্টিশক্তি আৰু চকুৰ যত্নৰ বিষয়ে বিশ্ববাসীক সজাগ কৰা।

আমাৰ বেছিভাগ মানুহেই দিনটোৰ বেছিভাগ সময় নিজৰ নিজৰ কৰ্মস্থলীত কটায়। ডিজিটেলাইজেচনৰ বাবে আমাৰ বেছিভাগ কাম-কাজ এতিয়া মোবাইল, লেপটপ আৰু পিচিৰ ওপৰত নিৰ্ভৰশীল। 

এই ইলেক্ট্ৰনিকছৰ পৰা এক বিশেষ ধৰণৰ নীলা পোহৰ নিৰ্গত হয়। যিবোৰ আমাৰ চকুৰ বাবে ক্ষতিকাৰক। সেয়ে একেৰাহে দীঘলীয়া সময় এই ডিভাইছ সমূহ ব্যৱহাৰ কৰাতো চকুৰ বাবে ক্ষতিকাৰক। এই ডিভাইছ সমূহ ব্যৱহাৰ কৰোতে প্ৰতি ১৫-২০ মিনিটৰ মূৰে মূৰে স্ক্ৰীণৰ পৰা চকু আঁতৰাই দূৰণিৰ বেলেগ ফালে অলপ সময় চাই কিছু সময়ৰ বাবে চকুহাল মুদি থাকিব লাগে। 

তদুপৰি ঘৰত সৰু ল’ৰা-ছোৱালীৰ পৰা এই যন্ত্ৰবোৰ আঁতৰাই ৰাখিব লাগে। স্মাৰ্টফোন আৰু টেবলেটত গেম খেলাৰ আসক্তি কমাব লাগে। শিশুৱে যাতে প্ৰতিদিনে সুষম আহাৰ গ্ৰহণ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।

উল্লেখ্য যে আমাৰ দেশত কৰ্মক্ষেত্ৰত চকুৰ সুৰক্ষা ব্যৱস্থা নাই। বিশেষকৈ শ্ৰমিক শ্ৰেণী, যিসকলে কৃষিৰ কাম কৰে, চূণৰ কাম কৰে, বেটাৰীৰ কাম কৰে, ৰাসায়নিক পদাৰ্থৰে কাম কৰে, ৱেল্ডিং, ফাউণ্ড্ৰিৰ কাম কৰে — এই লোকসকল মূলতঃ চকুৰ কৰ্ণিয়াৰ আলচাৰৰ দ্বাৰা আক্ৰান্ত হয়। এনে কামত চকুৰ সুৰক্ষাৰ বাবে প্ৰয়োজন হ’লে বিশেষ চশমা (গগলছ) ব্যৱহাৰ কৰিলে এই ৰোগ নহয়। শ্ৰমিকৰ চকু সুৰক্ষাৰ দায়িত্ব কোম্পানীটোৰ মালিকে গ্ৰহণ কৰা উচিত ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am
পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

পাঁচ মহীয়া গৰ্ভৱতী মহিলাক ডি*ঙি চে*পি হ*ত্যা ; পাঁচ টুকুৰাকৈ কাটি নদীত উটুৱালে স্বামীয়ে

August 25, 2025 8:40 am
বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

বীৰ লাচিত সেনাৰ নেতাৰ দুই নেতাক বহিষ্কাৰ : শ্বপিং মলত ৫ লাখ টকা দাবীৰ অভিযোগ

August 25, 2025 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

গুজৰাটৰ দলিত যুৱকৰ যুঁজ : স্বাধীনতাৰ ৭৮ বছৰৰ পাছত লাভ কৰিলে চেলুনত চুলি কটাৰ অধিকাৰ

August 25, 2025 10:50 am
গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

গাগৰিণ নহয়, হনুমানজী আছিল বিশ্বৰ প্ৰথম মহাকাশচাৰী : স্কুলীয়া শিক্ষাৰ্থীক এই কথা বুজালে বিজেপিৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে

August 25, 2025 9:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd